সংহতি তত্ত্ব (Set Theory) | Chapter 7 | Gauhati University BA 1st Semester Philosophy Question Answer Assamese Medium | B.A 1st Sem Philosophy Solutions Assamese Medium | GU TDC B.A 1st Sem philosophy Notes And Suggestion Assamese Medium |

প্ৰশ্নাৱলীঃ

1. What is set?

(সংহতি কি?)

উত্তৰঃ

2. What do you mean by a member of a set?

সংহতিৰ সদস্য বুলিলে কি বুজা?

উত্তৰঃ

3. What is a finite set?

সসীম সংহতি কাক কয়?

উত্তৰঃ

4. Is the statement- If A= B and B=C, then A=C- true for all sets A, B and C?

যদি A=B আৰু B=C উক্তিটোৱে A=Cক নিঃসৃত কৰে, তেনেহ’লে A,B আৰু Cৰ ক্ষেত্ৰত এইটো সত্য হ’ব নে?

উত্তৰঃ

5. What is an empty or null set?

ৰিক্ত সংহতি কাক বোলে?

উত্তৰঃ

6. What do you mean by difference of sets?

সংহতিৰ ব্যতিৰেক বুলিলে কি বুজা?

উত্তৰঃ

7. Who is the pioneer of the concept of set?

সংহতিৰ প্ৰৱৰ্তক কোন?

উত্তৰঃ

8. Give an examlpe of a set.

সংহতিৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ

9. State the name of the logician who recognized the importance of sets in logic.

তৰ্কবিজ্ঞানত সংহতিৰ গুৰুত্বক উপলব্ধি কৰা তৰ্কবিজ্ঞানী গৰাকীৰ নাম লিখা।

উত্তৰঃ

10. Two sets having the same member are called——-. (Fill in the blank)

একে সদস্য থকা দুটা সমহতিক—বুলি কোৱা হয়। (খালী ঠাই পূৰণ কৰা।)

উত্তৰঃ

11. Can an empty set be the member of another set?

ৰিক্ত সংহতি এটাই আন এটা সমহতিৰ সদস্য হ’ব পাৰে নে?

উত্তৰঃ

12. What is set intersection?

সংহতিৰ ছেদন কি?

উত্তৰঃ

13. What is set difference?

সংহতিৰ ব্যতিৰেক কি?

উত্তৰঃ

14. What is Union of set?

সংহতিৰ মিলন কাক বোলে?

উত্তৰঃ

‘15. A set is a well- defined collection of objects.’ Is it true?

‘সংহতি হ’ল সু- সংজ্ঞায়িত বস্তৰ এটা সংগ্ৰহ বা গোট।‘ এইটো সত্য নে?

উত্তৰঃ

16. What do you mean by representation of set?

সংহতিৰ প্ৰকাশ বা প্ৰদৰ্শন বুলিলে কি বপজা?

উত্তৰঃ

17. What are the two methods of representing a set?

সংহতিক প্ৰদৰ্শন কৰা পদ্ধতি দুটা কি কি?

উত্তৰঃ

18. What do you mean by roster or tabular method?

তালিকাকৰণ পদ্ধতি বুলিলে কি বুজায়?

উত্তৰঃ

19. What is rule method?

সংজ্ঞাবদ্ধ বা বিধিনিৰ্দিষ্ট পদ্ধতি কি?

উত্তৰঃ

20. What is infinite set?

অসীম সংহতি কাক বোলে?

উত্তৰঃ

21. What is equal set?

সমান সংহতি কাক বোলে?

উত্তৰঃ

22. What do you mean by subset and superset?

উপসংহতি আৰু অধিসংহতি বুলিলে কি বুজা?

উত্তৰঃ

23. What is singleton set?

একক সংহতি কাক কয়?

উত্তৰঃ

24. What do you understand by universal set?

সাৰ্বিক সংহতি বুলিলে কি বুজা?

উত্তৰঃ

 Board Questions:

25. What is set? Explain the nature and characteristics of set>

সংহতি কাক বোলে? সংহতিৰ স্বৰূপ আৰু বৈশিষ্ট্য ব্যাখ্যা কৰা।

উত্তৰঃ

26. What do you mean by membership of set?

সংহতিৰ সদস্য বা মৈল বুলিলে কি বুজা?

উত্তৰঃ

27. What do you mean by difference of sets?

সংহতিৰ ব্যতিৰেক বুলিলে কি বুজা?

‘উত্তৰঃ

28. What do you know about the universe of discourse?

বক্তব্যৰ জগত সম্বন্ধে তুমি কি জনা লিখা।

উত্তৰঃ

29. What do you mean by operation on sets? Explain the following sets:

                               A  B and A B

সংহতিৰ প্ৰক্ৰিয়া বুলিলে কি বুজা? তলৰ সংহতি দুটা ব্যাখ্যা কৰাঃ

উত্তৰঃ

30. What do you know about intersection of sets?

সংহতিৰ ছেদন সম্বন্ধে কি জনা লিখা।

উত্তৰঃ

31. Explain how are the traditional AEIO propositions symbolized by using set notations and give suitable example.

পৰম্পৰাগত AEIO বচনক সংহতিতত্ত্বৰ সহায়ত কেনেদৰে প্ৰতীকত প্ৰকাশ কৰা হয় উদাহৰণসহ ব্যাখ্যা কৰা।

উত্তৰঃ

32. What do you understand by an empty set?

ৰিক্ত সংহতি বুলিলে কি বুজা?

উত্তৰঃ

33. Explain two operations on sets with example.

সংহতিৰ দুটা প্ৰক্ৰিয়া উদাহৰণেৰে সৈতে আলোচনা কৰা।

উত্তৰঃ

34. What is a set? Symbolize the traditional AEIO propositions by means of set notations.

সংহতি কি? পৰম্পৰাগত AEIO বচনক সংহতি তত্ত্বৰ পহায়ত প্ৰতীকত প্ৰকাশ কৰা।

উত্তৰঃ

35. What is set. Explain the different kinds set with example.

সংহতি কাক বোলে? সংহতিৰ বিভিন্ন প্ৰকাৰসমূহ উদাহৰণেৰে সৈতে ব্যাখ্যা কৰা।

উত্তৰঃ

36. Explain / Write short notes on the following:

The concept of set/ সংহতিৰ ধাৰণা

Answer: 

Domain of individuals/ ব্যক্তি-পৰিষৰ বা বক্তব্যৰ জগত

Answer: 

Set intersection/সংহতি ছেদন

Answer: 

Union of sets/সংহতিৰ মিলন

Answer: 

Difference of sets/ সংহতিৰ ব্যতিৰেক

Answer: 

DIKHA BORA