সমকালীন ভাৰতীয় দৰ্শন | B.A Guahati University Philosophy 4th Semester (Major) | অধ্যায়- ৪ | স্বামী বিবেকান্দ

স্বামী বিবেকান্দ 

অধ্যায়- ৪ 

Answer the following questions: 

নিম্নলিখিত প্রশ্নসমূহৰ উত্তৰ দিয়াঃ 

1. Swami Vivekananda was born on ______ (Fill in the blank) (G.U 2013) 

চনত স্বামী বিবেকানন্দই জন্মগ্ৰহণ কৰিছিল। (খালী ঠাই পূৰণ কৰা) 

2. Swami Vivekananda died on _______ (Fill in the blank) (G.U 2013) 

স্বামী বিবেকানন্দই চনত মৃত্যু বৰণ কৰিছিল। (খালী ঠাই পূৰণ কৰা)

3. Who was the master of Swami Vivekananda? (GU 2014) 

স্বামী বিবেকানন্দৰ গুৰুজন কোন আছিল? 

4. According to _____ Absolute Reality and God are same. (Fill up the gap) (G.U 2015) 

______ ৰ মতে পৰমব্ৰহ্ম আৰু ঈশ্বৰ অভিন্ন। (খালী ঠাই পূৰণ কৰা)

5. _______  was born in 1863. (Fill up the gap) (G.U 2015) 

য়ে ১৮৬৩ চনত জন্মগ্ৰহণ কৰিছিল। (খালী ঠাই পূৰণ কৰা)। 

6. Swami Vivekananda was influenced by the Buddha philosophy. Is it true? (GU 2015) 

স্বামী বিবেকানন্দ বৌদ্ধ দৰ্শনৰ দ্বাৰা প্ৰভাৱিত হৈছিল। এইটো সত্য নে? 

7. Where did Swami Vivekananda delivered his historical lecture about the philosophy of Hinduism. (G.U 2016) 

হিন্দু দর্শন সম্পর্কে স্বামী বিৱেকানন্দই তেখেতৰ ঐতিহাসিক ভাষণ ক’ত আগবঢ়াইছিল? 

8. In which year, did Swami Vivekananda deliver his historical lecture in Chicago? (GU 2017) 

স্বামী বিবেকানন্দই চিকাগোত তেখেতৰ ঐতিহাসিক ভাষণটো কোন চনত প্ৰদান কৰিছিল? 

9. ” The believer of Universal Religion has to be broad-minded and open hearted. “Is it true? (G.U 2017) 

“সার্বজনীন বা বিশ্বজনীন ধর্মত বিশ্বাসী ব্যক্তিসকল বহল মনৰ আৰু খোলা অন্তৰৰ হোৱা উচিত।” এইটো সঁচা নে? 

10. Who was the author of ‘ Credle Tales of Hinduism “? ‘Credle Tales of Hinduism’ ৰ লেখক কোন? 

11. Who was Nibedita? 

নিবেদিতা কোন আছিল? 

12. What was the actual name of Nibedita?

নিবেদিতাৰ প্ৰকৃত নাম কি আছিল?

13. Who was the founder of Ramkrishan Mission?

ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক কোন?

14. Who was the founder of Advaita Ashrama?

অদ্বৈত আশ্ৰমৰ প্ৰতিষ্ঠাপক কোন? 

15. What is tattvamasi?

তত্ত্বমসি মানে কি?

16. “Swami Vivekananda gives emphasis on the path of action.” Is it true? (2018)

“স্বামী বিবেকান্দই কৰ্মমাৰ্গৰ ওপৰত অধিক গুৰুত্ব অৰোপ কৰিছিল।” সঁচা নে?

17. Vivekananda is influenced by one non-Vedic school of Indian Philosophy. What is that? (GU. 2018) 

বিবেকানন্দ ভাৰতীয় দৰ্শনৰ এক অবৈদিক সম্প্ৰদায়ৰ দ্বাৰা প্ৰভাৱিত হৈছিল। এই সম্প্ৰদায়ৰ নামটো কি? 

15. What is the source of religion, according to Vivekananda?

বিবেকানন্দৰ মতে ধৰ্মৰ উৎস কি? 

16. What is main aim of education, according to Vivekananda?

বিবেকানন্দৰ মতে শিক্ষাৰ মূল লক্ষ্য বা উদ্দেশ্য কি? 

Give introduction / answer of the following: 

চমু পৰিচয় বা উত্তৰ দিয়া: 

1. Swami Vivekananda. (G.U 2013) 

স্বামী বিবেকানন্দ। 

2. Vivekananda’s thought was influenced by two Hindu Scriptures. What are they? (G.U 2014 ) 

বিবেকানন্দৰ চিন্তাধাৰা দুখন হিন্দু গ্ৰন্থৰ দ্বাৰা প্ৰভাৱিত হৈছিল। গ্ৰন্থ দুখন কি কি? 

3. What is the meaning of Vivekananda’s concept of freedom in man? (G.U 2016) 

বিৱেকানন্দই আগবঢ়োৱা মানুহৰ স্বতন্ত্রতা সম্পৰ্কীয় ধাৰণাৰ অৰ্থ কি? 

4. Sate the three terms along with their meanings found in the conception of “Saccidananda’. (G.U 2016) 

‘ ‘ সচ্চিদানন্দ ‘ ( Saccidananda ) ৰ ধাৰণাটোত নিহিত থকা পদ বা শব্দ তিনিটা অর্থসহ উল্লেখ কৰা। 

5. Can Vivekananda be called a neo-Vedantin philosopher? Give reason for your answer. (G.U 2016) 

বিৱেকানন্দক এজন নৱ্য বেদান্তবাদী দার্শনিক বুলি ক’ব পাৰি নে ? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি আগবঢ়োৱা। 

6. Why is Swami Vevekananda’s Philosophy called Practical Vedanta? (G.U 2017) 

স্বামী বিবেকানন্দৰ দৰ্শনক কিয় ব্যৱহাৰিক বেদান্ত বুলি কোৱা হয়?

7. What is meant by ‘ sat-cit-ananda’? (GU 2014, 2017)

‘সৎ-চিৎ-আনন্দ’ৰ দ্বাৰ কি বুজোৱা হয়?

8. What are the objectives of Ramkrishan Mission?

ৰামকৃষ্ণ মিছনৰ উদ্দেশ্য বা লক্ষ্যসমূহ কি কি?

9. What is religion, according to Vivekananda?

বিবেকানন্দৰ মতে ধৰ্ম কাক বোলে?

10. Give Vivekananda’s definition of education.

বিবেকানন্দৰ শিক্ষাৰ সংজ্ঞাটো উল্লেখ কৰা।

11. Name any two ideal women as mentioned in Vivekananda’s philosophy of education. 

বিবেকানন্দৰ শিক্ষা দৰ্শনত উল্লিখিত দুগৰাকী আদর্শ নাৰীৰ নাম লিখা। 

12. Why did Vivekananda advocate religious education?

বিবেকানন্দই কিয় ধর্মীয় শিক্ষাৰ পোষকতা কৰিছে? 

13. Why did Vivekananda advocate vocational education?

বিবেকানন্দই কিয় কাৰিকৰী বা বৃত্তিমুখী শিক্ষাৰ পোষকতা কৰিছে?

14. State any two aim of education according to Vivekananda?

বিবেকানন্দৰ মতানুসাৰে শিক্ষাৰ যিকোনো দুটা লক্ষ্য উল্লেখ কৰা।

Answer / Write short notes of the following: 

তলত দিয়াবোৰৰ উত্তৰ দিয়া বা টোকা লিখা : 

1. Swami Vivekananda. (G.U 2014) 

স্বামী বিবেকানন্দ। 

2. Ramkrishna Mission. 

ৰামকৃষ্ণ মিছন। 

3. Practical Vedanta. (G.U 2014) 

ব্যৱহাৰিক বেদান্ত। 

4. The concept of freedom according to Swami Vivekananda . (GU 2013, 2015) 

স্বামী বিবেকানন্দৰ স্বাধীনতাৰ ধাৰণা ৷ 

5. Vivekananda’s concept of man. (GU 2013, 2015) 

বিবেকানন্দৰ মানৱৰ ধাৰণা ৷ 

6. Universal Religion (G.U 2017) 

সার্বজনীন বা বিশ্বজনীন ধর্ম 

7. Vivekananda’s concept women education. 

বিবেকানন্দৰ নাৰী শিক্ষাৰ ধাৰণা ৷ 

Broad Questions: 

ৰচনাধর্মী প্রশ্নঃ 

1. What is Practical Vedanta? Is it fundamentally different from the Classical Vedanta? Discuss. (G.U 2013) 

ব্যৱহাৰিক বেদান্ত কি? ই মৌলিকভাৱে প্রাচীন বেদান্তৰ পৰা পৃথক নে?

2. How does Vivekananda present Advaita Vedanta in a practical form? Discuss. 

বিবেকানন্দই কেনেদৰে ব্যৱহাৰিক ৰূপত অদ্বৈত বেদান্তক উপস্থাপন কৰিছে? আলোচনা কৰা। (GU 2014) 

3. Bring out the significance of Vivekananda’s Practical Vedanta. (G.U 2014) 

বিবেকানন্দৰ ব্যৱহাৰিক বেদান্তৰ তাৎপর্য নিৰূপণ কৰা। 

4. Evaluate the action – oriented philosophy of life as put forward by Swami Vivekananda. (G.U 2014) 

বিবেকানন্দৰ কৰ্মকেন্দ্ৰিক জীৱনদৰ্শনৰ ওপৰত এটি মূল্যায়ন আগবঢ়োৱা ৷ 

5. Describe the chief features of Vivekananda’s philosophy of Practical Vedanta. (GU2016)

বিৱেকানন্দৰ ব্যৱহাৰিক বেদান্তৰ মূল বৈশিষ্ট্যসমূহ বৰ্ণনা কৰা।  

6. Write an essay on universal religion as conceived in the philosophy of Vivekananda. (G.U 2016) 

বিৱেকানন্দৰ দৰ্শনত ধাৰণা কৰা মতে সার্বজনীন ধর্ম সম্পর্কে এখন ৰচনা লিখা। 

7. Discuss Swami Vivekananda’s concept of Practical Vedanta . Can Swami Vivekananda be called a Neo – Vedantic philosopher? Give reasons in support of your answer. (GU 2017) 

স্বামী বিবেকানন্দৰ ব্যৱহাৰিক বেদান্তৰ ধাৰণাটোৰ বিষয়ে আলোচনা কৰা। স্বামী বিবেকানন্দক এগৰাকী নব্য-বেদান্তবাদী দার্শনিক বুলি ক’ব পাৰি নে? তোমাৰ উত্তৰৰ সমৰ্থনত যুক্তি দিয়া ৷ 

8. Discuss the concept of freedom in Swami Vivekananda’s philosophy. (GU 2017) 

স্বামী বিবেকানন্দৰ দৰ্শনত স্বাধীনতাৰ ধাৰণাটোৰ বিষয়ে আলোচনা কৰা। 

9. Explain Vivekananda’s Concept of Religion. 

বিবেকানন্দৰ ধৰ্মতত্ত্বটো ব্যাখ্যা কৰা। 

10. What is religion? What is the source of Religion? Expalin after Vivekananda. 

ধৰ্ম মানে কি? ধৰ্মৰ উৎস কি? বিবেকানন্দক অনুসৰণ কৰি ব্যাখ্যা কৰা। 

11. Explain Vivekananda’s concept of Universal Religion. বিবেকানন্দৰ সাৰ্বজনীন বা বিশ্বাজনীন ধৰ্মৰ ধাৰণাটো ব্যাখ্যা কৰা।

12. Discuss Vivekananda’s Philosophy of Education. 

বিবেকানন্দৰ শিক্ষা দৰ্শন আলোচনা কৰা ৷ 

13. What is education according to Vivekananda? Explain the main principles of his philosophy of education. 

বিবেকানন্দৰ মতে শিক্ষা কাক বোলে? বিবেকানন্দৰ শিক্ষা দৰ্শনৰ প্ৰধান দিশ বা নীতিসমূহ ব্যাখ্যা কৰা।

Type: Nayan Moni Deka