সুচক কাক বোলে ? উদাহৰণ দিয়া। Posted on 04/04/202204/04/2022 by Puspa Kakati উত্তৰঃ বেলেগ বেলেগ মাধ্যমত বেলেগ বেলেগ বৰণ দেখুওৱা পদাৰ্থই হ’ল সূচক। হালধী হৈছে সূচকৰ উদাহৰণ। Post Views: 184