হাইড্ৰ’জেনক কিহত ইন্ধন হিচাপে ব্য়ৱহাৰ কৰা হয় ?

উত্তৰঃ ইয়াক ইন্ধন কোষ বা আভ্যন্তৰীণ কম্বাষ্টন ইঞ্জিনত ব্যৱহাৰ কৰিব পাৰি।