(১৪) তাপবৰ্জী বিক্ৰিয়া বুলিলে কি বুজা ? এটা উদাহৰণ দিয়া ?

উত্তৰঃ যি ৰাসায়নিক বিক্ৰিয়াত তাপ উতপন্ন বা বৰ্জন হয় তাক তাপবৰ্জী বিক্ৰিয়া বোলে। উদাহৰণঃ মিথেন (প্ৰাকৃতিক গেছ) বায়ুত (অক্সিজেন) উপস্থিতিত জ্বলি Co2 আৰু H2O উতপন্ন কৰাৰ লগতে যথেষ্ট পৰিমাণৰ তাপ শক্তি উতপন্ন কৰে। যি বিক্ৰিয়াত তাপ শোষণ হয় তেনে বিক্ৰিয়াক তাপগ্ৰাহী বিক্ৰিয়া বোলে।