ৰাম-ৰাৱণৰ যুদ্ধত ৰাম-লক্ষ্মণক কোনে নাগপাশেৰে বন্দী কৰিছিল?

উত্তৰঃ ৰাম-ৰাৱণৰ যুদ্ধত ৰাম লক্ষ্মণক ৰাৱণৰ পুত্ৰ ইন্দ্ৰজিতে নাগপাশেৰে বন্দী কৰিছিল।