অগ্গন্নসুত্তা (দীঘা নিকায়)ঃ ৰাজত্ব তত্ত্ব | Chapter 5 | Aggannasutta (Dighi Nikaya): Theory of Kingship | Gauhati University BA 5th Semester Political Science অগ্গন্নসুত্তা (দীঘা নিকায়)ঃ ৰাজত্ব তত্ত্ব পঞ্চম অধ্যায় Question and Answer Solution Assamese Medium | GU TDC BA 5th Semester Political Science অগ্গন্নসুত্তা (দীঘা নিকায়)ঃ ৰাজত্ব তত্ত্ব Short Question and Answer Notes and Suggestion Assamese Medium | Gauhati University BA 5th Semester অগ্গন্নসুত্তা (দীঘা নিকায়)ঃ ৰাজত্ব তত্ত্ব Important Question Answer Solution Assamese Medium | GU TDC 5th Semester অগ্গন্নসুত্তা (দীঘা নিকায়)ঃ ৰাজত্ব তত্ত্ব Questions Paper Free Download PDF | Complete (Bhabesh) অগ্গন্নসুত্তা (দীঘা নিকায়)ঃ ৰাজত্ব তত্ত্ব | Chapter 5 | Aggannasutta (Dighi Nikaya): Theory of Kingship | Gauhati University BA 5th Semester Political Science অগ্গন্নসুত্তা (দীঘা নিকায়)ঃ ৰাজত্ব তত্ত্ব পঞ্চম অধ্যায় Question and Answer Solution Assamese Medium | GU TDC BA 5th Semester Political Science অগ্গন্নসুত্তা (দীঘা নিকায়)ঃ ৰাজত্ব তত্ত্ব Short Question and Answer Notes and Suggestion Assamese Medium | Gauhati University BA 5th Semester অগ্গন্নসুত্তা (দীঘা নিকায়)ঃ ৰাজত্ব তত্ত্ব Important Question Answer Solution Assamese Medium | GU TDC 5th Semester অগ্গন্নসুত্তা (দীঘা নিকায়)ঃ ৰাজত্ব তত্ত্ব Questions Paper Free Download PDF |

পঞ্চম অধ্য়ায় 

অগ্গন্নসুত্তা (দীঘা নিকায়)ঃ ৰাজত্ব তত্ত্ব

Aggannasutta (Dighi Nikaya): Theory of Kingship

প্ৰশ্নাৱলী

[A] অতি চমু উত্তৰৰ প্ৰশ্নঃ

১। গৌতম বুদ্ধৰ আন এটা নাম আছিল—  

Another name of Gautam Buddha is  

(ক) ভৰদ্বাজ (Bharadwaj)

(খ) অজাতশত্রু (Ajatsatru)

(গ) বিম্বিসাৰ (Bimbisara)

(ঘ) শাক্যমুনি (Sakyamuni)

২। সুত্তা পিটকৰ অৰ্থ হৈছে— 

The meaning of Sutta Pitakas is  

(ক) Basket of Power

(খ) Basket of Discourses

(গ) Basket of Fruits

৩। দীঘা নিকায় ত্রিপিটকৰ কোনটো ভাগৰ অন্তৰ্গত— 

The Dighanikaya is the part of Tripitak’s

(ক) অগ্গন্নসুত্তা (Agganasutta)

(খ) বিনয় পিটক (Binaya Pitaka)

(গ) অভিধর্ম পিটক (Abhidharma Pitaka)

৪। দীর্ঘ শব্দটো কোনটো সংস্কৃতি শব্দৰ পৰা আহিছে? 

From which Sanskrit word the word Digha has come?  

(ক) সুত্র (Sutra) 

(খ) ধর্ম (Dharma) 

(গ) দীর্ঘ (Dirgha) 

৫। অঙ্কন্নাসুত্তা মতে, ৰাষ্ট্ৰ সৃষ্টি হৈছে মহাজাগতিক তত্ত্ব মতে― (শুদ্ধ নে অশুদ্ধ লিখা)। 

According to Aggannasutta the State has been originated through casmic theory. (Write True or False)   

[B] বস্তুনিষ্ঠ প্রশ্ন (Objective Types Questions):

১। বুদ্ধৰ ৰাজনৈতিক তত্ত্বৰ মূল গাঁথনিৰ উপাদান কি? 

What is element of the basic structure of Buddhist political theory?  

2। “ত্রিপিটক” কি? (What is Tripitaka? ) 

৩। ৰাজনৈতিক বিজ্ঞানৰ অভিধানত ধৰ্মৰ অর্থ কি?  [D.U. 2014 (M.)]  

What does Dharma mean in the dictionary of Poiltical Science? 

৪। নৈতিক আইনৰ এটা বৈশিষ্ট্য উল্লেখ কৰা।  

Mention one feature of moral law.  

“ৰঠ” মানে কি? (What is Rath? ) 

৬। “জাতক” কি? (What is Jatak ?)  

৭। “মহাহংস জাতক” মতে, সামাজিক কল্যাণ আৰু আনন্দৰ মূল কি? 

What is the source of social welfare and happiness according to the Mahahansa Jatak?  

৮। বুদ্ধৰ ৰাষ্ট্ৰৰ উৎপত্তি তত্ত্ব দৈৱিক তত্ত্ব নে সামাজিক চুক্তি তত্ত্ব?  

Is Buddha’s idea of the origin of the state divine theory or social contact theory?  

বুদ্ধৰ মতে, ৰাষ্ট্ৰশাসন আৰু পৰিচালনাৰ গুৰুত্বপূৰ্ণ কথাটো কি? 

According to Buddha what is the important fact about a state’s rule and administration?  

[C] চমু উত্তৰৰ বাবে (For Short Answers):  

১। আইন হিচাপে ধৰ্মৰ প্ৰকাৰসমূহ লিখা 

(Mention the types of dharma as law) 

২। কৰ্ম আৰু কৰ্মফল কি? (What is action & effect of action?)  

৩। বুদ্ধৰ মতে, ৰাষ্ট্ৰৰ উৎপত্তিৰ কাৰণ কি?  

According Buddha what are causes for the origin of the states?  

8। এজন ভাল শাসকৰ কৰ্ত্তব্যসমূহ কি?  

What are the duties of the Ruler?  

৫। “জাতক”ত উল্লেখিত পাঁচবিধ নৈতিক আইন কি কি? 

What are five types of moral laws as mentioned in the Jataka?

[D] চমুটোকা লিখা (Write Short notes):  

১। প্রাকৃতিক আইনৰ বৈশিষ্ট্যসমূহ 

(Features of Natural Law)  

২। নৈতিক আইন (Moral Law)  

৩। শাসকৰ কাৰ্যাৱলী (Functions of the Ruler) 

8। সামাজিক চুক্তি তত্ত্ব হিচাপে বুদ্ধৰ ৰাষ্ট্ৰ উৎপত্তিৰ ধাৰণা 

(Buddha’s idea of origin of the state as Social Contract Theory)  

[E] ৰচনাধৰ্মী প্রশ্ন (Descriptive Questions):  

১। বুদ্ধৰ আইনৰ ধাৰণা আলোচনা কৰা। 

(Discuss Buddha’s Concept of Law.)  

২। বুদ্ধৰ ৰাষ্ট্ৰ তত্ত্ব আলোচনা কৰা। 

(Discuss Buddha’s Theory of State)  

৩। বুদ্ধৰ শাসকৰ ধাৰণাটো বিশ্লেষণ কৰা। 

(Analyse Buddha’s Concept of the Ruler.)  

8। চৰকাৰ তত্ত্বৰ ওপৰত বুদ্ধৰ অভিমত আলোচনা কৰা।  

(Discuss Buddha’s views on theory of State.)  

৫। Give an outline of Buddhist political thought.  

৬। বুদ্ধই দীঘা নিকায়ত বৰ্ণনা কৰা মতে, ৰাষ্ট্ৰ তত্ত্বটো আলোচনা কৰা। 

Discuss the theory of Kingship as described by Buddha in Digha Nikaya.  

৭। ৰাষ্ট্ৰৰ উৎপত্তি, প্রকৃতি আৰু কাৰ্যাৱলী সম্পৰ্কে দীঘা নিকায়ৰ দৃষ্টিভংগী আলোচনা কৰা। 

Discuss the origin nature of Functions of State in Digha Nikaya.  [D.U. 2014 (M)]

Question Type-Bhabesh Bora.