আদেশ মুদ্ৰা কি?

উত্তৰঃ চৰকাৰৰ আদেশ অনুযায়ী প্ৰচলিত মুদ্ৰাক আদেশ মুদ্ৰা বোলে।