কুৰুক্ষেত্ৰত হোৱা যদ্ধত প্ৰথম দিনা কৌৰৱ আৰু পাণ্ডৱ সৈন্যৰ নেতৃত্ব কোনে দিছিল?

উত্তৰঃ কুৰুক্ষেত্ৰৰ যুদ্ধত প্ৰথমদিনা কৌৰৱৰ সৈন্যবোৰক নেতৃত্ব দিছিল।দুঃশাসনে আৰু পাণ্ডৱৰ সৈন্যক ভীমসেনে নেতৃত্ব দিছিল।