কোন তাৰিখে বংগ-ভংগ আঁচনি কাৰ্যকৰী কৰিছিল?

উত্তৰঃ  ১৯০৫ খ্রীষ্টাব্দৰ ১৬ অক্টোবৰত বংগ-ভংগ কাৰ্যকৰী হৈছিল।