কৌটিল্যঃ ৰাষ্ট্ৰ তত্ত্ব | Chapter 4 | Kautilya: Theory of State | Gauhati University BA 5th Semester Political Science কৌটিল্যঃ ৰাষ্ট্ৰ তত্ত্ব চতুৰ্থ অধ্যায় Question and Answer Solution Assamese Medium | GU TDC BA 5th Semester Political Science কৌটিল্যঃ ৰাষ্ট্ৰ তত্ত্ব Short Question and Answer Notes and Suggestion Assamese Medium | Gauhati University BA 5th Semester কৌটিল্যঃ ৰাষ্ট্ৰ তত্ত্ব Important Question Answer Solution Assamese Medium | GU TDC 5th Semester কৌটিল্যঃ ৰাষ্ট্ৰ তত্ত্ব Questions Paper Free Download PDF |

চতুৰ্থ অধ্যায়

কৌটিল্যঃ ৰাষ্ট্ৰ তত্ত্ব

Kautilya: Theory of State

প্ৰশ্নাৱলী

১। বস্তুনিষ্ঠ প্ৰশ্ন (Objective Type Questions):

(ক) Kautilya was the chief advisor of ‘………….’ (Fill in the blank) [G.U. 2016 (M)]

(খ) Kautilya classified the Stage offcials into ‘……………..’ classes. (Fill in the blank) [G.U. 2015 (M)]

(গ) How many Chapters are there in Arthasastra ? [G.U. 2015 (M)]

(ঘ) Which Chapter of Arthasastra deals with the Mandala theory ? [G.U. 2014 (M)]

(ঙ) ৰাষ্ট্ৰ প্ৰশাসনৰ ওপৰত লিখা কৌটিল্যৰ গ্ৰন্থখনৰ নাম লিখা। 

Name the book written by Kautilya on State administration. [D.U. 2014 (Major)]

(চ) ” অৰ্থশাস্ত্ৰৰ”ক কোনে ইংৰাজী ভাষালৈ অনুবাদ কৰিছিল ?

Who did translate “Arthashastra” into English?

(ছ) “অৰ্থশাস্ত্ৰৰ” মূল উপপাদ্য় কি ?

What is the basic objectives of Arthashastra ?

(জ) কৌটিল্যৰ মতে, ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বক কোনে চিহ্নিত কৰে ?

According to Kautilya who does signify state sovereignty ?

(ঝ) কৌটিল্যৰ কেনে ধৰণৰ ৰাষ্ট্ৰৰ পোষকতা কৰিছিল ?

What type state did Kautilya propogate for ?

(ঞ) “অভিগসিকা” কি ?

What is Abhigsika ?

(ট) “অন্তৰভমচিকা” কোন ?

Who is Antarbhamashika ?

(ঠ) কৌটিল্য়ৰ মতে, কোনো এক জনপদত কিমানখন গাওঁ থাকিব লাগে ?

Accounting to Kautilya how many village should a janapada Include ?

(ড) ‘ৰাষ্ট্ৰৰ সপ্তাংগ তত্ত্ব’ৰ লগত জড়িত ৰাজনৈতিক চিন্তাবিদজন কোন?  [G.U. 2018 (M)]  

Which political thinker is related to the ‘Saptanga theory of State’?)  

(ঢ) মণ্ডল তত্ত্বই কিহৰ ওপৰত গুৰুত্ব প্ৰদান কৰে? 

What does Mandal theory emphasise for?  

(ণ) কৌটিল্য আৰু মেকিয়াভেলিৰ চিন্তাধাৰাৰ এটি সাদৃশ্য লিখা।  

Mention one similarity of thought between Kautilya and Machiavelli. 

(ত) ‘অৰ্শশাস্ত্ৰ’ গ্ৰন্থখনৰ লিখক কোন? 

Who is the author of the book, Arthasastra ?  [G.U. 2014, 2017 (M)]  

২। চমু উত্তৰৰ বাবে ( For Short Answers) :  

(ক) কৌটিল্যই অমাত্যসকলৰ বাবে দিয়া দুটা গুণ উল্লেখ কৰা। 

Mention two qualities of Amatya as given by Kautilya.  [G.U. 2018 (M)]  

(খ) কৌটিল্যৰ মতে, ৰাষ্ট্ৰ এখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰ্যকেইটা উল্লেখ কৰা। 

State the most important functions of the state according to Kautilya.  

(গ) Mention two classes of State officials as classified by Kautilya. [G.U. 2015 (M)]  

(ঘ) অমাত্যৰ বিভিন্ন শ্রেণীসমূহ উল্লেখ কৰা।  

Mention the various classes of amatya.  

(ঙ) দুৰ্গৰ প্ৰকাৰসমূহ উল্লেখ কৰা। 

State the various types of durg.  

(চ) ৰাষ্ট্ৰৰ চক্ৰসমূহ কি কি?  

What are state-circles?  

(ছ) ৰাজনৈতিক চিন্তাধাৰালৈ আগবঢ়োৱা কৌটিল্যৰ দুটা অৱদান উল্লেখ কৰা।  

Mention two contributions of Kautilya to Political thought. 

(জ) কৌটিল্যৰ মতে, আইনৰ দুটা উৎস উল্লেখ কৰা। 

Mention two sources of Law as propounded by Kautilya.  [G.U. 2017 (M)] 

৩। চমু টোকা লিখা (Write short notes on ) :   

(ক) ৰজাৰ বিষয়ে কৌটিল্যৰ ধাৰণা 

(Kautilya’s view on Kingship)  

(খ) শাস্তিৰ বিষয়ত কৌটিল্যৰ ধাৰণা 

(Kautilya’s view on punishment/danda.) 

(গ) কৌটিল্যৰ ৰাষ্ট্ৰৰ ধাৰণা 

(Kautilya’s views on state)  [G.U. 2007 (M)]  

(ঘ) ৰাজনীতিৰ বিষয়ত কৌটিল্যৰ ধাৰণা 

(Kautilya’s theory on Politics) [G.U. 2008 (M)] 

(ঙ) কৌটিল্যৰ আইনী শাসন 

Kautilya’s Judicial Administration  [D.U. 2014 (M)]  

(চ) কৌটিল্যৰ মণ্ডল তত্ত্ব সম্পর্কে চমুকৈ লিখা  

Write, in brief, about the Mandal theory of Kautilya.  [G.U. 2016 (M)]

৪। ৰচনাধর্মী প্রশ্ন (Descriptive Questions):  

(ক) কৌটিল্যৰ মণ্ডল তত্ত্বৰ এটা বর্ণনা দিয়া। বৰ্তমান সময়ত ইয়াৰ প্ৰাসংগিকতা আছে নে? 

Give a description of Kautilya’s Mandal theory. Is it relevant in present-day situation?)  [G.U. 2018 (M)]  

(খ) কৌটিল্যৰ সপ্তাংগ তত্ত্বৰ আলোচনা কৰা।  

Discuss the Saptanga Theory of Kautilya. 

(গ) কৌটিল্যই উল্লেখ কৰা মতে ৰাষ্ট্ৰৰ কাৰ্যাৱলীৰ বিৱৰণ দিয়া।  [G.U. 2017 (M)]  

Discuss the function of state as mentioned by Kautilya. 

(ঘ) ৰজাৰ বিষয়ে প্ৰকাশ কৰা কৌটিল্যৰ ধাৰণাৰ ব্যাখ্যা কৰা।  

Explain Kautilya’s view on Kingship.  

(ঙ) ব্যৱসায়-বাণিজ্য আৰু উদ্যোগৰ ওপৰত ৰাষ্ট্ৰীয় নিয়ন্ত্ৰণৰ বিষয়ত কৌটিল্যৰ ধাৰণাৰ ব্যাখ্যা কৰা।  

Explain Kautilya’s view about state control of trade and industry. 

(চ) কৌটিল্যৰ “অৰ্থশাস্ত্ৰ”ত উল্লেখ কৰা বিচাৰ বিভাগৰ বিষয়ে আলোচনা কৰা। [D.U. 2014 (M)]  

Discuss the judicial administration as given in Kautilya’s Arthashastra.  

(ছ) আন্তঃৰাজ্যিক সম্পৰ্কৰ বিষয়ত কৌটিল্যৰ ধাৰণা আলোচনা কৰা। 

Discuss Kautilya’s view on inter-state relationship.  

(জ) কৌটিল্য আৰু মেকিয়াভেলিৰ ৰাজনৈতিক দৰ্শনৰ তুলনামূলক আলোচনা কৰা। [D.U. 2014 (Major)] 

Make a camparative study of the political philosophy of Kautilya and Machiavelli.  

(ঝ) প্রাচীন ভাৰতীয় ৰাজনৈতিক ধাৰণাৰ বিকাশলৈ কৌটিল্যৰ অৱদান উল্লেখ কৰা। 

Mention the contribution of Kautilya to the development of ancient Indian Political Thought.  

(ঞ) ৰাষ্ট্ৰৰ মণ্ডল তত্বৰ আলোচনা কৰা  

Discuss the Mandal Theory of State.  

(ট) কৌটিল্যৰ ঘোষিত ৰাষ্ট্ৰৰ সপ্তাংগ তত্ত্ব সম্পর্কে আলোচনা কৰা  

Discuss the ‘Saptanga theory of State’ as enunciated by Kautilya. [G.U. 2015 (M)]

Question Type-Bhabesh Bora.