ক্ষাৰকীয় লৱণ কি ? উদাহৰণ দিয়া।

উত্তৰঃ ক্ষাৰ হৈছে পানীত দ্ৰৱীভূত কৰিব পৰা আধাৰ। ক্ষাৰৰ কেইটামান উদাহৰণ হৈছে পটাছিয়াম হাইড্ৰক্সাইড, ছডিয়াম হাইড্ৰক্সাইড ইত্যাদি।