চাৰ্বাক দৰ্শন (Carvaka Philosophy) | তৃতীয় অধ্যায় | Chapter 3 | BA 3rd – 4th Semester Philosophy (Major) Question and Answer Assamese Medium |

তৃতীয় অধ্যায়
চাৰ্বাক দৰ্শন

(Carvaka Philosophy)
প্ৰশ্নাৱলী

(Questions)
Answer the following questions : 

তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া :  

1. Carvaka Philosophy is called Vaidika/Avaidika system of Indian Philosophy. 

চার্বাক দৰ্শন হ’ল ভাৰতীয় দৰ্শনৰ এটি বৈদিক / অবৈদিক সম্প্রদায়। 

 উত্তৰঃ

2. Is there any scripture of Carvaka philosophy?

 চার্বাক দৰ্শনৰ মূল গ্রন্থ আছেনে?

 উত্তৰঃ

3.Carvaka philosophy is also known as ‘Lokayata darsana’.  Why?

 চার্বাক দর্শনক ‘লোকায়ত দৰ্শন’ বুলি জনা যায়। কিয়?

উত্তৰঃ

4. Name the system of Indian philosophy which is called ‘Nastikashiramani’. 

ভাৰতীয় দৰ্শনত ‘নাস্তিক-শিৰোমণি’ বুলি কোৱা দার্শনিক সম্প্রদায়টোৰ নাম  লিখা।

উত্তৰঃ
5.What is the source of knowledge of Carvaka?

   চার্বাক দর্শন মতে, জ্ঞানৰ উৎসটো কি? 

উত্তৰঃ
6. Does Carvaka accept Anumana? 

চার্বাক দর্শনে অনুমানক স্বীকাৰ কৰে নে? 

উত্তৰঃ
7. Does Cārvāka accept Testimony (sabda) as source of vaild knowledge? Give two reasons. 

চার্বাক দর্শনে শব্দক যথার্থ জ্ঞানৰ উৎস বুলি গ্ৰহণ কৰিছেনে? দুটা কাৰণ দেখুওৱা।

উত্তৰঃ
8. What is Vyapti? 

ব্যাপ্তি বুলিলে কি বুজা?

উত্তৰঃ
9. What are the four elements of world according to Carvaka?

চাৰ্বাকৰ মতে জড়জগত কি কি চাৰিটা উপাদানেৰে গঠিত?

উত্তৰঃ
10. Carvaka Philosophy is known as materialism. (True or False)

চার্বাক দর্শনক জড়বাদী বা বস্তুবাদী দর্শন বুলি জনা যায়। (শুদ্ধ বা অশুদ্ধ)  

উত্তৰঃ
11. Does Carvaka believe in Atman? 

চার্বাক দর্শনে আত্মাক বিশ্বাস কৰেনে?

 উত্তৰঃ
12. Does Carvaka believe in God?

চার্বাক দর্শনে ঈশ্বৰক বিশ্বাস কৰেনে?

উত্তৰঃ

13. There is only one materialist school of Indian philosophy. What is that?

ভাৰতীয় দৰ্শনত কেৱল এটাই বস্তুবাদী বা জড়বাদী দর্শন আছে। সেইটো কি?

 উত্তৰঃ
14. The Carvaka is a materialistic philosophy’. Is it true? “চার্বাক দর্শন এটি বস্তুবাদী বা জড়বাদী দর্শন।” এইেেটা সত্য নে?

উত্তৰঃ
15. Why does Carvaka not accept ether as the basic element of the world?

চার্বাক দর্শনে আকাশক কিয় জগতৰ মূল উপাদান হিচাপে মানি লোৱা নাই।

উত্তৰঃ
16. Why does Carvaka Philosophy accept naturalism? চার্বাক দর্শনে কিয় স্বভাববাদ গ্রহণ কৰে? উত্তৰঃ17. What is accidentalsim? যদৃচ্ছাবাদ কাক বোলে? উত্তৰঃ18. The Carvaka recognizes the authority of the Vedas, Is it true? চার্বাকসকলে বেদৰ কর্তৃত্ব মানি লয়। উক্তিটো সঁচানে? উত্তৰঃ19. Why does Carvaka philosophy known as materiasism?  চার্বাক দর্শনক কিয় জড়বাদী বুলি কোৱা হয়? উত্তৰঃ20. By virtue of nature, Carvaka is a  philosophical system. প্রকৃতিগত ফালৰ পৰা চার্বাক দর্শনউত্তৰঃ21. In the opinion of the Carvaka the four elements have created the world out of their very nature. What are they? চার্বাক অভিমত অনুসাৰে চাৰিট৷ উপাদানে নিজৰ স্বভাব অনুযায়ী জগত সৃষ্টি কৰিছে। এইবোৰ উপাদান কি কি?উত্তৰঃ22. Out of the four human values, Which two are accepted by Carvaka?  জীৱনৰ চাৰিটা পৰমমূল্যৰ ভিতৰত চার্বাকে কোন দুটা স্বীকাৰ কৰিছে?উত্তৰঃ23. Out of the four human values. Carvaka accepts only two. What are these?  চাৰিটা পুৰুষাৰ্থৰ ভিতৰত চার্বাকে কেৱল দুটা স্বীকাৰ কৰে। এই দুটা কি কি? উত্তৰঃ24. What is the summum bonum of Carvaka philosophy ? চার্বাক দৰ্শনৰ মতে জীৱনৰ পৰম কাম্য কি? উত্তৰঃ25. Pleasure is the highest end of human life according to Cārvāka. Is this true ?  চার্বাক দৰ্শনৰ মতে সুখেই জীৱনৰ পৰম লক্ষ্য। এইটো শুদ্ধ হয়নে?উত্তৰঃ26. Does Cārvaka Philosophy accept naturalism? চার্বাক দর্শনে স্বভাববাদ গ্রহণ কৰেনে? উত্তৰঃ27. Cārvāka does not accept ether as the basic element of the world. Is this true ? চার্বাক দর্শনে আকাশক জগতৰ মূল উপাদান হিচাপে মানি লোৱা নাই। এইটো  সঁচানে?উত্তৰঃBoard Questions : ৰচনাধৰ্মী প্রশ্ন ঃ  1. Discuss critically Carvaka’s view of materialism. চার্বাক দৰ্শনৰ জড়বাদ মতবাদটো আলোচনা কৰা। উত্তৰঃ2. Explain Carvaka’s theory of knowledge or epistemology. চার্বাক দৰ্শনৰ জ্ঞান সম্পৰ্কীয় মতবাদটো আলোচনা কৰা। Explain how the Carvaka reject the validity of testimony.উত্তৰঃ

3.  চার্বাকসকলে কেনেদৰে শব্দজ্ঞানৰ যথাৰ্থতা নাকচ কৰিছে, ব্যাখ্যা কৰা।উত্তৰঃ
4. Why do the Carvakas recognize perception as the only source of valid knowledge? Explain. চাৰ্বাকসকলৰ মতে প্রত্যক্ষই যথার্থ জ্ঞানৰ একমাত্ৰ প্ৰমাণ কিয়? ব্যাখ্যা কৰা।উত্তৰঃ
5.  Do you consider Carvaka materialism as satisfactory?  চার্বাকসকলৰ জড়বাদক তুমি সন্তোষজনক বুলি গণ্য কৰানে? উত্তৰঃ
6.  The ethics of Carvaka is a crude individual hedonism. Discuss. চার্বাক নীতিতত্ত্ব হ’ল স্থূল আত্মসুখবাদ। আলচ কৰা।
Or / নাইবা 

6. Can Carvaka ethics be called a form of crude individual  hedonism?  চার্বাক নীতিতত্ত্বক ‘চৰম সুখবাদ’ বুলি কোৱা হয় কিয়? উত্তৰঃ
7. Discuss Carvaka’s view about ‘Consciousness’. চার্বাক দৰ্শনত ‘চেতনা’ৰ ধাৰণা কি, আলোচনা কৰা। উত্তৰঃ
8. Explain Carvaka epistemology. Why is inference not a valid source of knowledge? চার্বাক জ্ঞানবিজ্ঞানৰ বিষয়ে আলোচনা কৰা। এই দৰ্শনত অনুমানক কিয় যথার্থ জ্ঞানৰ উপায় হিচাপে গ্ৰহণ কৰা নহয়। উত্তৰঃ
9. Discuss metaphysical view of Carvaka philosophy.  চার্বাক আধ্যত্মবাদ বা অধিবিদ্যক মতবাদ আলচ কৰা।উত্তৰঃ
10. Critically examine Carvāka view of inference. অনুমান সম্পর্কে চার্বাকে কৰা আলোচনা সমালোচনাসহ ব্যাখ্যা কৰা। উত্তৰঃ
11. Is pleasure the highest end of human life according to Cārvaka?  চার্বাক দৰ্শনৰ মতে সুখেই জীৱনৰ পৰম লক্ষ্য হয়নে?উত্তৰঃ
12. Perception is the only source of valid knowledge according to Cārvāka. Explain. চার্বাক দৰ্শনৰ মতে প্রত্যক্ষই জ্ঞানৰ একমাত্র উপায়। ব্যাখ্যা কৰা।উত্তৰঃWrite Short notes on :  চমু টোকা লিখা :1. Anumana of Carvaka. চার্বাক অনুমান।উত্তৰঃ2. Pratyaksa of Carvaka. চার্বাক প্রত্যক্ষ। উত্তৰঃ3. Carvaka Ethics. চার্বাক নীতিতত্ত্ব। উত্তৰঃ4. Dehatmavada. দেহাত্মবাদ। উত্তৰঃ
5. Carvaka Atheism. চার্বাক নিৰীশ্বৰবাদ। উত্তৰঃ
6. Refutation of Testimony. শব্দ বা আপ্তবাক্য খণ্ডন।উত্তৰঃ
Question Type-Bhabesh Bora