তৰ্কবিদ্যাৰ মৌলিক প্ৰত্যয় (Basic Logical Concept) | Chapter 2 | GU TDC 1st Semester Philosophy Question Answer Assamese Medium | B.A 1st Sem Philosophy Solutions Assamese Medium | Gauhati University B.A 1st Sem Philosophy Notes And Suggestion Assamese Medium |

Chapter: 2

 তৰ্কবিদ্যাৰ মৌলিক প্ৰত্যয় (Basic Logical Concept)

প্ৰশ্নাৱলী

Short Questions:

চমু প্ৰশ্ন:

1. Is truth is the property of an argument?

(সত্যতা যুক্তিৰ বিষয়বস্তু হয়নে?)

Answer:

2. What is the property of an argument?

(যুক্তিৰ গুণ কি?)

Answer:

3. Is an argument a mere collection of propositions?

(যুক্তিৰ কেৱল বচনৰ সমষ্টি নে?)

Answer:

4. Give an example of an argument?

(যুক্তি এটাত নিৰ্দিষ্ট আশ্ৰয়বাক্য থাকে নে?)

Answer:

5. On what depends the validity of an argument?

(যুক্তিৰ বৈধতা কিহৰ ওপৰত নিৰ্ভৰ কৰে?)

Answer:

7. Can a valid argument have true premises and a false conclusion?

(এটা বৈধ যুক্তিৰ সত্য আধাৰ বচন আৰু অসত্য সিদ্ধান্ত থাকিব পাৰে নে?)

Answer:

8. Give an example of an argument form.

(যুক্তিৰ আকাৰত এটা উদাহৰণ দিয়া।)

Answer:

9. How many kinds of argument are there in logic?

(তৰ্কবিজ্ঞানত কেই প্ৰকাৰৰ যুক্তি পোৱা যায়?)

Answer:

10. An argument which valid and all of its premises are true called sound argument /unsound argument/strong argument/valid argument.

(এটা সকলোবোৰ আধাৰ বচন সত্য বৈধ যুক্তিক যথাৰ্থ/অযথাৰ্থ যুক্তি/শক্তিশালী যুক্তি/বৈধ যুক্তি বুলি কোৱা হয়।)

Answer: 

11.Truth or falsity is a property of logic/proposition/argument.

(সত্যতা নাইবা অসত্যতা হৈছে তৰ্কবিজ্ঞান/বচন/যুক্তিৰ ধৰ্ম।)

Answer:

12. Validity of an argument is concerned with the form of the argument/content of the argument/both from and content of the argument.

(যুক্তিৰ বৈধতা যুক্তিৰ আকাৰৰ লগত/যুক্তিৰ বিষয়বস্তুৰ লগত/যুক্তিৰ আকাৰ আৰু বিষয়বস্তু উভয়ৰে লগত জড়িত।)

Answer:

13. An argument has two premises/one premise/ no fixed number of premises.

(এটা যুক্তিৰ দুটা আধাৰ বচন থাকিব লাগিব/এটা আধাৰ বচন থাকিব লাগিব/আধাৰ বচনৰ কোনো নিৰ্দিষ্ট সংখ্যা নাই।)

Answer:

14. “Only a deductive argument involves the claim that its premises provide absolutely Conclusive grounds.” Is it true?

(“ কেৱল নিগমনাত্মক যুক্তি এই দাবী কৰিব পাৰে যে ইযাৰ আশ্ৰয়বাক্যবোৰে সম্পূৰ্ণৰূপে সিদ্ধান্তক নিঃসৃত কৰিব পাৰে।“এইটো সত্য নে?)

Answer:

15. The validity of an argument depends on what 一 Form or Matter?(তৰ্ক যুক্তিৰ বৈধতা কিহৰ ওপৰত নিৰ্ভৰ কৰে一 আকাৰ নে বিষয়বস্তু?)

Answer:

16. Can a false proposition imply a true proposition?

(এটা মিথ্যা বচনে সত্য বচন নিৰ্দেশ কৰিব পাৰে নে?)

Answer:

17. The validity of an argument does not guarantee the truth of its conclusion. Is it True?

(যুক্তিৰ বৈধতাই সিদ্ধান্তৰ সত্যতাৰ নিশ্চতা প্ৰদান নকৰে।এইটো সত্য নে?)

Answer:

18. The validity or the invalidity of an argument is called ——– of the argument. (Fill in the blank)

(যুক্তিৰ বৈধতা বা অবৈধতাক যুক্তিৰ —— বুলি কোৱা হয়।(খালী ঠাই পূৰণ কৰা)

Answer:

19. The truth or the falsity of a proposition is called ———–. (Fill in the blank)

(বচনৰ সত্যতা বা মিথ্যাত্বক —— বোলা হয়।)

Answer:

Define/Answer briefly:

সংজ্ঞা/উত্তৰ দিয়া:

1. What is an argument? (যুক্তি কি?)

Answer:

2. What is validity? (‘বৈধতা’ কি?)

Answer:

3. What is truth-value? (সত্যমূল্য কি?)

Answer:

4. Argument from (যুক্তিৰ আকাৰ)

Answer:

5. Deductive argument (নিগমনাত্মক যুক্তি)

Answer:

6. Inductive argument (আগমণাত্মক যুক্তি)

Answer:

7. What are the two conditions that an argument must satisfy to establish the truth of its conclusion?

(যুক্তিৰ সিদ্ধান্তৰ সত্যতাক প্ৰতিষ্ঠিত কৰাৰ চৰ্ত দুটা কি কি?)

Answer:

8. State I.M. Copi’s definition of argument.

(কপিৰ যুক্তিৰ সংজ্ঞাটো উল্লেখ কৰা।)

Answer: 

9. State I.M. Copi’s definition of a argument form.

(কপিৰ যুক্তিৰ আকাৰৰ সংজ্ঞাটো উল্লেখ কৰা।)

Answer:

10. What are the conditions of sound argument?

(সুস্হ বা সৱল যুক্তি কাক বোলে?)

Answer:

11. What are the conditions of sound argument?

(সুস্হ বা সবল য়ুক্তিৰ চৰ্তবোৰ কি কি?)

Answer:

Broad Questions:

ৰচনাধৰ্মী প্ৰশ্ন:

1. What is an argument? Explain the relation between argument and argument form.

(যুক্তি কাক বোলে? যুক্তি আৰু যুক্তিৰ আকাৰৰ সম্বন্ধ ব্যাখ্যা কৰা।)

Answer:

2. Define and argument with example. State the nature of an argument.

(যুক্তিৰ উদাহৰণসহ সংজ্ঞা দিয়া।যুক্তিৰ স্বৰূপ ব্যাখ্যা কৰা।)

Answer:

3. Analyse the structure of an argument.

(যুক্তিৰ গঠন বিশ্লেষণ কৰা।)

Answer:

4. Write an explanatory note on argument.

(যুক্তিৰ আকাৰৰ ওপৰত এটি টোকা লিখা।)

Answer:

5. Is there a connection between the validity or invalidity of an argument and the truth and falsehood of its premises and conclusion? Explain the relation between truth and validity.

(যুক্তিৰ বৈধতা বা অবৈধতাৰ লগত আশ্ৰয়বাক্য আৰু সিদ্ধান্তৰ সত্যতা বা মিথ্যাত্বৰ কোনো সম্পৰ্ক আছে নে?) 

6. Explain the nature of argument .How do you distinguish between argument and argument form?

(যুক্তিৰ স্বৰূপ বা প্ৰকৃতি ব্যাখ্যা কৰা।যুক্তি আৰু যুক্তিৰ আকাৰৰ মাজত কেনেদৰে পাৰ্থক্য কৰিবা?)

Answer:

7. Explain the relation between the validity or invalidity of and the truth or falsehood  of its premises and conclusion.

(যুক্তিৰ বৈধতা বা অবৈধতাৰ লগত আশ্ৰয়বাক্য আৰু সিদ্ধান্তৰ সত্যতা বা মিথ্যাত্বৰ সম্পৰ্ক ব্যাখ্যা কৰা।)

Answer:

8. Explain the relatin between truth and validity.

(সত্যতা আৰু বৈধতাৰ সম্পৰ্কটো ব্যাখ্যা কৰা।)

Answer:

9.What is an argument form?In what sense logic may be considered to be a science considered with argument forms?

(যুক্তি-আকাৰ কি?কোন অৰ্থত তৰ্কবিজ্ঞান যুক্তি-আকাৰ সম্পৰ্কিত বিজ্ঞান হিচাপে বিবেচিত?)

Answer:

10. Explain the structure of an argument. Distinguish between argument and Argument form?

(যুক্তিৰ গঠন সম্পৰ্কে ব্যাখ্যা আগবঢ়োৱা।যুক্তি আৰু যুক্তিৰ আকাৰৰ মাজত থকা পাৰ্থক্য সম্বন্ধে আলোচনা কৰা।)

Answer:

11. Explain the relation between truth and validity with suitable examples.

(উপযুক্ত উদাহৰণেৰে সৈতে সত্যতা আৰু বৈধতাৰ মাজত থকা সম্পৰ্ক ব্যাখ্যা কৰা।)

Answer:

12. What is called sound argument ?what are the conditions of valid argument?

(সুস্হ যুক্তি কাক বোলে?বৈধ যুক্তিৰ চৰ্তসমূহ কি কি?)

Answer:

13. What is an argument? Distinguish between argument and argument form?

(যুক্তিৰ কাক বোলে?যুক্তি আৰু যুক্তিৰ আকাৰৰ মাজত থকা পাৰ্থক্য নিৰ্ণয় কৰা।)

Answer:

14. Distinguish between truth and validity.

 (সত্যতা আৰু বৈধতাৰ মাজত পাৰ্খক্য দেখুওৱা।)

Answer:

15. Distinguish. Between inductive logic and deductive logic.

(নিগমনাত্মক তৰ্কবিজ্ঞান আৰু আগমনাত্মক তৰ্কবিজ্ঞান পাৰ্থক্য নিৰ্ণয় কৰা।)

DIKHA BORA