দক্ষৰ তেৰগৰাকী কন্যাৰ নাম কি আছিল?

উত্তৰঃ দক্ষৰ তেৰগৰাকী কন্যাৰ নাম আছিল ত্ৰুমে – অদিতি, কপিলা, দনু, কদ্ৰু, মুনি, ত্ৰুোধা, দনায়ু, সিংহিকা, কালা, দিতি, প্ৰধা, বিশ্বা আৰু বিনতা।