নিৰপেক্ষ ন্যায় (Syllogism) | Chapter 6 | Gauhati University Question Answer Assamese Medium | TDC B.A 1st Sem Philosophy Solutions Assamese Medium |GU B.A 1st sem Philosophy Notes And Suggestion Assamese Medium |

hapter: 6

নিৰপেক্ষ ন্যায় (Syllogism)

প্ৰশ্নাৱলীঃ

Short Questions:

1. What is syllogism?

ন্যায় কাক বোলে?

উত্তৰঃ

2. What is categorical syllogism?

নিৰপেক্ষ ন্যায় কাক বোলে?

উত্তৰঃ

3.  State the definition of syllogism as given by Aristotle?

এৰিষ্ট’টলে আগবঢ়োৱা ন্যায়ৰ সংজ্ঞাটো উল্লেখ কৰা।

উত্তৰঃ

4.  How many propositions are there in a syllogism?

এটা ন্যায়ত কেইটা বচন থাকে?

উত্তৰঃ

5.  How many terms are there in a syllogism?

এটা ন্যায়ত কেইটা পদ থাকে?

উত্তৰঃ

6.  How many premises are there in a syllogism?

এটা ন্যায়ত কেইটা আশ্ৰয়বাক্য থাকে?

উত্তৰঃ

7.   State two rules of syllogism?

ন্যায়ৰ যিকোনো দুটা নিয়ম উল্লেখ কৰা।

উত্তৰঃ

8.  Name the term who presents in both the premises but absents in the conclusion.

দুয়াটা আশ্ৰয়বাক্যতে উপস্থিত থকা কিন্ত্ত সিদ্ধান্তত অনুপস্থিত থকা পদটো নাম লিখা।

উত্তৰঃ

9.  What is the name of term who stands as a subject in the conclusion?

সিদ্ধান্তৰ উদ্দেশ্য পদটোৰ নাম কি?

উত্তৰঃ

10.  The predicate of a conclusion is called………. (Fill up the blank)

সিদ্ধান্তৰ বিধেয় পদক……. বুলি কোৱা হয়। (খালী ঠাই পূৰণ কৰা)

উত্তৰঃ

11.  A syllogism is concerned with material truth/ formal truth/ both material and formal truth.

ন্যায় অনুমান বস্তগত সত্যতা/ আকাৰগত সত্যতা/ বস্তগত আৰু আকাৰত উভয় প্ৰকাৰৰ সত্যতাৰ লগত জড়িত।

উত্তৰঃ

12.  What is middle term?

হেতুপদ কাক বোলে?

উত্তৰঃ

13.  What is the main role of middle term?

হেতুপদৰ প্ৰধান ভূমিকা কি?

উত্তৰঃ

14. What do you understand by fallacy of four term?

চতস্পদী দোষ বুলিলে কি বুজা?

উত্তৰঃ

15. What is the fallacy of undistributed middle?

অব্যাপ্ত হেতুপদ দোষ কাক বোলে?

উত্তৰঃ

16.  What is illicit major?

অবৈধ সাধ্যপদ দোষ কাক বোলে?

উত্তৰঃ

17. What is ambiguous fallacy?

অনেকাৰ্থক বা দ্ব্যৰ্থক দোষ কি?

উত্তৰঃ

18.  What is illicit minor?

অবৈধ পক্ষপদ দোষ কাক বোলে?

উত্তৰঃ

19.  What is the fallacy of exclusive premises?

বিসংবাদী আশ্ৰয়বাক্যজনিত দোষ কাক বোলে?

উত্তৰঃ

20. What is the fallacy of existential import?

অস্ভিত্বমূলক দোষ কাক বোলে?

উত্তৰঃ

21.  What is the fallacy of negative premise?

নঞৰ্থক আশ্ৰয়বাক্যজনিত দোষ কি?

উত্তৰঃ

22. Name the fallacy which is involved, when both the premises of a categorical syllogism are negative.

ন্যায়ৰ দুয়াটা আশ্ৰয়বাক্য নঞৰ্থক হোৱাৰ ফলত যি দোষ ঘটে সেই দোষটোৰ নাম লিখা।

উত্তৰঃ

23.Find out the correct answer:

‘The fallacy of ambiguous middle’ is a form of the fallacy of four terms/ undistributed middle/ none of them.

শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ

‘অনেকাৰ্থক দোষ’ হ’ল চতস্পদী দোষ/ অব্যাপ্ত হেতুপদ দোষৰ আকাৰ/ কোনোটোৱে আকাৰ নহয়।

উত্তৰঃ

24. What do you mean by figure of syllogism?

ন্যায়ৰ সংস্থান বুলিলে কি বুজা?

উত্তৰঃ

25. How many figures of syllogism are there?

ন্যায়ৰ সংস্থান কেইটা?

উত্তৰঃ

26. State the position of the middle term in the First figure of a syllogism.

ন্যায়ৰ প্ৰথম সংস্থানৰ হেতুপদৰ অৱস্থান উল্লেখ কৰা।

উত্তৰঃ

27. State the position of the middle term in the second figure of a syllogism.

ন্যায়ৰ দ্বিতীয় সংস্থানৰ হেতুপদৰ অৱস্থান উল্লেখ কৰা।

উত্তৰঃ

28.    State the position of the middle term in the Third figure of a syllogism.

ন্যায়ৰ তৃতীয় সংস্থানৰ হেতুপদৰ অৱস্থান উল্লেখ কৰা।

উত্তৰঃ

29. State the position of the middle term in the Found figure of a syllogism.

ন্যায়ৰ চতুৰ্থ সংস্থানৰ হেতুপদৰ অৱস্থান উল্লেখ কৰা।

উত্তৰঃ

30. Diagrammatically represent the first figure of categorical syllogism.

প্ৰথম সংস্থানৰ প্ৰতীকী আকাৰটো উপস্থাপন কৰা।

উত্তৰঃ

31. Diagrammatically represent the second figure of categorical syllogism.

দ্বিতীয় সংস্থানৰ প্ৰতীকী আকাৰটো উপস্থাপন কৰা।

উত্তৰঃ

32. Diagrammatically represent the third figure of categorical syllogism.

তৃতীয় সংস্থানৰ প্ৰতীকী আকাৰটো উপস্থাপন কৰা।

উত্তৰঃ

33. Diagrammatically represent the fourth figure of categorical syllogism.

চতুৰ্থ সংস্থানৰ প্ৰতীকী আকাৰটো উপস্থাপন কৰা।

উত্তৰঃ

34. What do you understand by the moods of syllogism?

ন্যায়ৰ বিন্যাস বা মূৰ্তি বুলিলে কি বুজা?

উত্তৰঃ

35. How many valid moods are there in syllogism?

ন্যায় অনুমানত কেইটা বৈধ মূৰ্তি আছে?

উত্তৰঃ

36. How many valid moods are there in the first figure?

প্ৰথম সংস্থানত কেইটা বৈধ মূৰ্তি আছে?

উত্তৰঃ

37. What is BRAMANTIP?

BRAMANTIP কি?

উত্তৰঃ

38.    What is Barbara? Give an example.

Barbara কি এটা উদাহৰণ দিয়া।

উত্তৰঃ

39.  Darii is a valid mood of the third figure. Is it true?

Darii হ’ল তৃতীয় সংস্থানৰ বৈধ মূৰ্তি। এইটো সত্য নে?

উত্তৰঃ

40.  Name the figure of the syllogism in which Darapti is a valid mood.

Darapti যি সংস্থানৰ বৈধ মূৰ্তি সেই সংস্থানটোৰ নাম উল্লেখ কৰা।

উত্তৰঃ

41.  State the figure of the syllogism of which FERIO is a valid mood. 

FERIO যি সংস্থানৰ বৈধ মূৰ্তি সেই সংস্থানটোৰ নাম উল্লেখ কৰা।

উত্তৰঃ

42. How many valid moods are there in the third figure of a syllogism?

তৃতীয় সংস্থানত কেইটা বৈধ মূৰ্তি আছে?

উত্তৰঃ

43. How many valid moods are there in the second figure of a syllogism?

দ্বিতীয় সংস্থানত কেইটা বৈধ মূৰ্তি আছে?

উত্তৰঃ

44.  How many valid moods are there in the fourth figure of a syllogism?

চতুৰ্থ সংস্থানত কেইটা বৈধ মূৰ্তি আছে?

উত্তৰঃ

45.  Give an example of BRAMANTIP.

BRAMANTIP ৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ

46.  Give an example of CESARE.

CESARE ৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ

47. State  the special rules of first figure.

প্ৰথম সংস্থানৰ বিশেষ নিয়মবোৰ উল্লেখ কৰা।

উত্তৰঃ

48.  What are the special rules of second figure?

দ্বিতীয় সংস্থানৰ বিশেষ নিয়মবোৰ উল্লেখ কৰা।

উত্তৰঃ

49. What are the special rules of third figure?

তৃতীয় সংস্থানৰ বিশেষ নিয়মবোৰ কি কি?

উত্তৰঃ

50.  State the special rules of fourth figure.

চতুৰ্থ সংস্থানৰ বিশেষ  নিয়মবোৰ উল্লেখ কৰা।

উত্তৰঃ

51.  What is the perfect figure.

পূৰ্ণ সংস্থান কাক কয়?

উত্তৰঃ

52.  ‘Dictum de omni et nullo’. Who is associated with this dictum?

‘Dictum de omni et nullo’ এই উক্তিটোৰ লগত জড়িত তৰ্কবিজ্ঞান গৰাকীৰ নাম কি?

উত্তৰঃ

53.  What  is venn diagram?

ভেনচিত্ৰ কি?

উত্তৰঃ

54.  How many circles one needs to draw to represent a proposition?

এটা বচনক ভেনচিত্ৰত উপস্থাপন কৰিবলৈ কেইটা বৃত্ত অংকন কৰিব লাগে?

উত্তৰঃ

55. How many circles one needs to draw to test a categorical syllogism through Venn diagram?

এটা ন্যায়ক ভেনচিত্ৰ উপস্থাপন কৰিবলৈ কেইটা বৃত্ত অংকন কৰিব লাগে?

উত্তৰঃ

56. State the Boolean interpretation of A/E/I/O proposition.

A/E/I/O বচনৰ বুলীয় ৰূপ উল্লেখ কৰা।

উত্তৰঃ

57. Is the method of venndiagram a decision procedure?

ভেনচিত্ৰ পদ্ধতি এটা নিৰ্ণয় পদ্ধতি লে?

উত্তৰঃ

58.  State two uses of Venn diagram.

ভেনচিত্ৰৰ দুটা সুবিধা বা উপযোগিতা উল্লেখ কৰা।

উত্তৰঃ

59. What do you mean by universe of discourse?

বক্তব্যৰ জগত বুলিলে কি বুজা?

উত্তৰঃ

Broad Questions:

1.  What is categorical syllogism? Explain the chief features of categorical syllogism.

নিৰপেক্ষ ন্যায় কাক বোলে?নিৰপেক্ষ ন্যায়ৰ মুখ্য বৈশিষ্ট্যসমূহ আলোচনা কৰা।

উত্তৰঃ

2.  Write a note on the structure of standard form of categorical syllogism with a suitable example.

উপযুক্ত উদাহৰণেৰে সৈতে নিৰপেক্ষ ন্যায়ৰ গঠনৰ ওপৰত এটি টোকা লিখা।

উত্তৰঃ

3.  What is middle term? Explain the role of middle term in syllogism.

হেতুপদ কাক বোলে? ন্যায়ৰ সাধাৰণ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ

4.  What is syllogism? Explain the general rules of syllogism.

ন্যায় কি? ন্যায়ৰ সাধাৰণ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ

5.Discuss the different fallacies of syllogism.

ন্যায় অনুমানৰ বিভিন্ন প্ৰকাৰৰ দোষ বা অনুপপত্তিসমূহ আলোচনা কৰা।

উত্তৰঃ

1.    What is a figure of syllogism? Demastrate the fingures of syllogism with proper symbolic from.

ন্যায়ৰ সংস্থান কাক বোলে? উপযুক্ত প্ৰতীকী আকাৰ সহ ন্যায়ৰ সংস্থানসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ

2.    Explain the figure and mood of syllogism.

ন্যায় অনুমানৰ সংস্থান আৰু মূৰ্তিৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ

3.    Explain the rules and fallacies of syllogism.

ন্যায়ৰ সাধাৰণ নিয়ম আৰু দোষসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ

4.    What is first figure? Why the first figure is called the perfect figure? Explain.

প্ৰথম সংস্থান কাক বোলে? প্ৰথম সংস্থানক কিয় পূৰ্ণ সংস্থান বোলা হয়?

উত্তৰঃ

5.    Describe the standard form of categorical syllogism with particular reference to its structure, figure and moods.

ন্যয়ৰ গঠন, সংস্থান আৰু মূৰ্তিৰ প্ৰসংগ সহকাৰে নিৰপেক্ষ ন্যায়ৰ স্বৰূপ বৰ্ণনা কৰা।

উত্তৰঃ

6.    Define categorical syllogism indicating its features. State the structure of a categorical syllogism.

নিৰপেক্ষ ন্যায়ৰ বৈশিষ্ট্যক নিৰ্দেশ কৰি সংজ্ঞা দিয়া। নিৰপেক্ষ ন্যায়ৰ গঠন উল্লেখ কৰা।

উত্তৰঃ

7.    Name the valid moods of the fourth figure.

চতুৰ্থ সংস্থানৰ বৈধ মূৰ্তিবোৰৰ নাম লিখা।

উত্তৰঃ

8.    What is venndiagram? Explain the method of testing the validity of argument by means of venndigram.

ভেনচিত্ৰ কাক বোলে? ভেনচিত্ৰৰ সহায়ত যুক্তিৰ বৈধতা নিৰ্ণয়ৰ প্ৰক্ৰিয়াটো ব্যাখ্যা কৰা।

উত্তৰঃ

9.    Symbolise/ Represent the traditional A, E, I, and O proposition through Venn diagram.

পৰম্পৰাগত A,E,I, আৰু O বচনক ভেনচিত্ৰৰ সহায়ত প্ৰকাশ কৰা।

উত্তৰঃ

Represent the following proposition by Venn digram:

তলত দিয়া বচনসমূহক ভেনচিত্ৰত প্ৰকাশ কৰাঃ

1.    Some men are honest/ কিছুমান মানুহ হয় সাধু।

Answer:

2.    Some snakes are poisonous/ কিছুমান সাপ হয় বিষাক্ত।

Answer:

3.    Some mangoes are not sweet/ কিছুমান আম নহয় মিঠা।

Answer:

4.    No philosopher is scientist/কোনো দাৰ্শনিক নহয় বিজ্ঞানিক।

Answer:

5.    Some animals are dangerous/কিছুমান প্ৰাণী হয় হিংক্স।

Answer:

6.    Some philosopher are not mathematician/কিছুমান দাৰ্শনিক নহয় গণিতজ্ঞ।

Answer:

7.    All crows are black/সকলো কাউৰী হয় ক’লা।

Answer:

8.    Some logicians are not mathematicians. / কিছুমান তৰ্কবিদ নহয় গণিতজ্ঞ।

Answer:

9.    No warriors are coward. / কোনো যোদ্ধা নহয় ভীৰু।

Answer:

10.    Some logicians are philosophers. /কিছুমান তৰ্কবিদ হয় দাৰশনিক।

Answer:

11.    Some men  are not intelligent. /কিছুমান মানুহ নহয় বুদ্ধিমান।

Answer:

12.    All philosophers are mathematicians/ সকলো দাৰ্শনিক হয় গণিতজ্ঞ।

Answer:

13.    No philosophers are realists. / কোনো দাৰ্শনিক বাস্তৱবাদী নহয়।

Answer:

14.    Some philosophers are scientists./ কিছুমান দাৰ্শনিক হয় বিজ্ঞানী।

Answer:

15.    Some people are not reliable. / কিছুমান লোক নিৰ্ভৰযোগ্য নহয়

উত্তৰঃ

DIKHA BORA