পঞ্চপাণ্ডৱে স্বৰ্গাৰোহণ কৰাৰ সময়ত প্ৰথমতে কোনে মৃত্যুবৰণ কৰিছিল?

উত্তৰঃ পঞ্চপাণ্ডৱে স্বৰ্গাৰোহণ কৰোতে প্ৰথমে পৰ্বতত বগাই উঠি যাওঁতে দ্ৰৌপদী বাগৰি পৰিছিল আৰু তেওঁৰ মৃত্যু হৈছিল।