প্ৰকৃত মুদ্ৰা কি?

উত্তৰঃ দেশৰ সকলো মানুহৰ মাজত প্ৰচলিত মুদ্ৰাক প্ৰকৃত মুদ্ৰা বোলে।