পৰিমাপন (Quantification) | অধ্যায় ১ | Lesson 1 | B.A 1st and 2nd Sem Philosophy Question Answer Solution Assamese Medium | B.A 1st and 2nd Sem Philosophy Question and Answer Notes and Suggestion Assamese Medium | পৰিমাপন (Quantification) পাঠৰ Question Answer |

অধ্যায় ১পৰিমাপন (Quantification)

প্ৰশ্নমালা   (Exercise)


1. একক বচন আৰু সাধাৰণ বচন কি? বিধোত্মক তৰ্ক শাস্ত্ৰত একক সমূহক কেনেদৰে প্ৰতীকীৰণ কৰা হয় আলোচনা কৰা।

(What in Singular and General proposition? Explain the process of symbolization of singular proposition in pradicate logic.)

2. পৰিমাপন কি? সাৰ্বিক পৰিমাপক আৰু সত্তাত্মক পৰিমাপকৰ সস্বন্ধে আলোচনা কৰা। সাৰ্সিক পৰিমাপক আৰু সত্তাত্মক পৰিমানকৰ মাজত পাৰ্থক্য নিৰূপণ কৰা।

(What is quantification? Explain the nature of universal and Existen-tial quantifive. Distinguish between universal and Existential quanti-fier).

3. পৰিমাপকৰ সহায়ত পৰম্পৰাগত A,E,L,O বচন সমূহক কেনেদৰে প্ৰতীকীকৰণ কৰা হয় আলোচনা কৰা।

(Explain the process of symbolization of traditional A,E,I,O, proposition by means of quantifier.)

4. দৃষ্টান্ত উপস্থাপন কি? দৃষ্টান্ত উপস্থাপন পদ্ধতিৰ সহায়ত প্ৰতীকাত্মক ৰূপত প্ৰকাশ কৰা বচন বিধৰ স্বৰূপ সম্বন্ধে আলোচনা কৰা।

(What is instantiation? Explain the nature of proposition that are symbolized by means of instantiation.)

5. সত্তাত্মক পৰিমাপক আৰু সাৰ্বিক পৰিমাপক কি? পৰিমাপকৰ নিয়মসমূহ উল্লেখ কৰি ব্যাখ্যা কৰা।

(What in Existantial quantifier and universal quantifier? Mention the rules of quantification and explain them.)

6. চমু টোকা লিখা (write short note)

:(a) বিধেয়াত্মক তৰ্কবিজ্ঞান 

(predicate logic)

(b) দৃষ্টান্ত উপস্থাপন

(Instantiation)(c)

পৰিমাপন (Quantification)

(d) পৰিমাপকৰ সম্বন্ধ

(Relation of quantifier).

তলৰ দিয়া উক্তি সমূহক প্ৰতীকীকৰণ কৰা ঃ

(Symbolize the following statement)

(a) সীতা হয় সতী (Sita is pure)।

(b) ৰাচেল হয় দাৰ্শনিক আৰু গণিতজ্ঞ (Russell is philosopher and mathematician)।

(c) গোপী অথবা ৰাখী সাধু (Either Gopi or Rakhi is honest)

(d) এইটো নহয় যে যদি সুহানাই ইশানক ভাল পায় তেন্তে ৰাধাই সুহানাক ভাল পাব (It is not case that if Suhana loves Ishan then Radha loves Suhana)

(e) হৃদম আৰু প্ৰপঞ্চ উভয়ে বুধিয়ক।Both Hridam and prapanch are intelligent.

(f) লিন্সি সৰল যদি যদিহে মাত্ৰ প্ৰতিজ্ঞা নহয় নিষ্ঠুৰ।(Linchi is simple in and only if pratijna is not cruel.)

(g) যদি  মালাইকা নৃত্যশিল্পী তেন্তে ডিম্পল আৰু উৰ্মিলা অভিনেত্ৰী।

(h) Malaika is dancer them Dimple and Urmila are actress

 8. তলত দিয়া উক্তিবেৰক পৰিমানপকৰ সহায়ত প্ৰতীকাত্মক ৰূপত প্ৰকাশ কৰা।(Symbolize the following statement by means of quantifier.

(a) অধিকাংশ ছাত্ৰ বুধিয়ক।Most of the students are intelligent.

(b) কিছুমান খেলেৱৈ নহয় অভিনেতা।Some players are not actor.

(c) এটটো সঁচা নহয় যে সকলো বস্তু স্থায়ী।Some things are movable and some things are not movable.

(d) কিছুমান বস্তু গতিশীল আৰু কিছুমান বস্তু গতিশীল নহয়।Some things are movable and some things are not movable.

(e) কিছুমান মিঠা ফল হয় উপকাৰী।Some sweet fruits are useful.

(f) কিছুমান দাৰ্শনিক হয়. শিক্ষক অথবা ৰাজনীতিতিবিদ।Some philosophers are teacher or politician.

(g) কিছুমান বস্তু জুলীয়া নহয়।Some thing are not liquid.

(h) কোনো উপাসক নহয় উগৱান।No worshiper are God.

(i) কেৱল বুধিয়ক ছাত্ৰ সকলহে সৰল হয়।Only brilliant students are successful.

(j) সকলো মাতৃ হয় দয়ালু.

Type : Priyam Jyoti Patar