বংগ বিভাজন কোন ভাইচৰয়ৰ শাসনকালত হৈছিল?

উত্তৰঃ বংগবিভাজন লর্ড কার্জন ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল।