বচনৰ আধুনিক বিভাজন | Chapter 2 | Modern Classification of Proposition | BA 2nd Sem Philosophy Major Question and Answer Assamese Medium | GU BA 2nd Sem Philosophy Major Chapter 2 Solution Assamese Medium | GU BA 2nd Sem Philosophy Major Suggestion and Notes Assamese Medium | GU BA Sem Philosophy Major Book Solution | বচনৰ আধুনিক বিভাজন পাঠটো প্ৰশ্ন আৰু উত্তৰ |

Chapter 2

 বচনৰ আধুনিক বিভাজন

 Modern Classification of Proposition

প্ৰশ্নাৱলী

Short Question: 

(Question)

সংক্ষিপ্ত উত্তৰ দিয়াঃ

প্ৰশ্নাৱলী (Questions )

Short Questions : সংক্ষিপ্ত উত্তৰ দিয়া :

1. ‘A proposition may be true or false. Is it true? 

‘এটা বচন সত্য বা মিথ্যা হ’ব পাৰে। এইটো সত্য নে?

উত্তৰঃ 

2. According to the modern analysis of proposition, a proposition can be either true or false / both true and false / only true. 

বচনৰ আধুনিক বিশ্লেষণ অনুসৰি, বচন হয় সত্য বা অসত্য / সত্য আৰু অসত্য উভয়েই হ’ব পাৰে / কেৱল সত্য হ’ব লাগিব।

উত্তৰঃ 

3. Are propositions and sentences same? 

বচন আৰু বাক্য একেই নে?

উত্তৰঃ 

4. How many kinds of propositions are there according to the modern classification of propositions? 

বচনৰ আধুনিক শ্রেণীবিভাগ অনুসাৰে বচন কেই প্ৰকাৰৰ?

উত্তৰঃ 

5. How many forms of simple propositions are there?

সৰল বচন কেই প্ৰকাৰৰ ?

উত্তৰঃ 

6. There two / three / four forms of simple proposition. 

 সৰল বচনক দুটা / তিনিটা / চাৰিটা ভাগত বিভক্ত কৰা হৈছে।

উত্তৰঃ 

7. State the name of the proposition which cannot be analysed into two or more simple propositions.

দুটা বা ততোধিক সৰল বচনত ভাগ কৰিব নোৱাৰা বচনটোৰ নাম উল্লেখ কৰা।

উত্তৰঃ 

 8. Bertrand Russell is a philosopher.” This proposition is a general proposition / class-membership proposition / subject-predicate proposition. 

“বাৰ্টাণ্ড ৰাছেল এজন দার্শনিক।” এই বচনটো এটা সামান্য বচন / শ্রেণী-সদস্যতা বচন / উদ্দেশ্য-বিধেয় আকাৰৰ বচন।

উত্তৰঃ 

9. There are —- forms of simple proposition. 

সৰল বচন প্ৰকাৰৰ।

উত্তৰঃ 

10. State the name of that kind of proposition which is about classes.

 শ্ৰেণী সম্পর্কীয় বচনটোৰ নাম উল্লেখ কৰা।

উত্তৰঃ 

11. “This line is either straight or curved.” Is it an example of alternative proposition?”

“এই ৰেখাডাল পোন অথবা বেঁকা।” এইটো এটা বৈকল্পিক বচনৰ উদাহৰণ হয়নে? 

উত্তৰঃ 

12. State the name of the proposition which asserts a relation between two or more constituents.

দুটা বা ততোধিক অবয়ৱৰ লগত সম্পর্কিত বচনটোৰ নাম লিখা। 

উত্তৰঃ 

13. How many forms of compound propositions are there?

যৌগিক বচন কেই প্ৰকাৰৰ? 

উত্তৰঃ 

14. There are two / three / four types of compound

যৌগিক বচন দুই / তিনি / চাৰি প্ৰকাৰৰ 

উত্তৰঃ 

15. There are ——– forms of general proposition.

সাধাৰণ বচন——- প্ৰকাৰৰ।

উত্তৰঃ 

Define / Answer the following :

সংজ্ঞা দিয়া / উত্তৰ দিয়া :

1. Proposition / বচন

উত্তৰঃ 

2. Simple proposition / সৰল বচন

উত্তৰঃ

3. Class membership proposition / শ্রেণী-সদস্যতা বচন।

উত্তৰঃ

4. Conjunctive proposition / সংযোজক বচন 

উত্তৰঃ

 5. Define an implicative proposition.

নিহিতার্থক বচনৰ সংজ্ঞা লিখা।

উত্তৰঃ 

6. What do you mean by a proposition in modern logic?

আধুনিক তর্কবিজ্ঞানত বচন বুলিলে কি বুজা?

উত্তৰঃ 

7. Give an example of class-membership proposition.

শ্ৰেণী সদস্যতা বচনৰ এটা উদহাৰণ দিয়া।

উত্তৰঃ 

8. Define subject-predicate proposition. 

উদ্দেশ্য-বিধেয় আকাৰৰ বচনৰ সংজ্ঞা দিয়া।

উত্তৰঃ 

9. Are propositions and sentences same? 1 

বচন আৰু বাক্য একেই নে?

উত্তৰঃ 

10. Give an example of subjectless proposition. 

উদ্দেশ্য বিহীন বচনৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ 

11. Define a disjunctive proposition.

 বিযোজক বচনৰ সংজ্ঞা দিয়া।

উত্তৰঃ

12. What is the difference between a general proposition and a class-membership proposition? 

এটা সাধাৰণ বচন আৰু এটা শ্ৰেণী-সদস্যতা বচনৰ মাজত কি পার্থক্য?

উত্তৰঃ

13. What is the difference between a subject-predicate proposition and a class membership proposition? 

এটা উদ্দেশ্য-বিধেয় আৰু এটা শ্ৰেণী-সদস্যতা বচনৰ মাজত পার্থক্য কি?

উত্তৰঃ

14. What is proposition, according to traditional logic? 

পৰম্পৰাগত তর্কবিজ্ঞান অনুসৰি বচন কি?

উত্তৰঃ

15. State Bertrand Russell’s definition of proposition.

বার্ট্রাণ্ড ৰাছেৰল বচনৰ সংজ্ঞাটো উল্লেখ কৰা। 

উত্তৰঃ

16. State S. Stebbing’s definition of proposition.

ষ্টেবিঙৰ বচনৰ সংজ্ঞা উল্লেখ কৰা।

উত্তৰঃ

17. What is relational proposition? 

সম্বন্ধমূলক বচন কাক বোলে?

উত্তৰঃ

18. What is alternative proposition? 

বৈকল্পিক বচন কি?

উত্তৰঃ

1. Singular and General propositions. 

একক বচন আৰু সাধাৰণ বচন।

উত্তৰঃ

2. Simple and Compound propositions with suitable examples. 

উদাহৰণৰে সৈতে সকল বচন আৰু যৌগিক বচন।

উত্তৰঃ

3. Distinguish between subject-predicate proposition and class-membership proposition.

উদ্দেশ্য-বিধেয় বচন আৰু শ্ৰেণী-সদস্যতামূলক বচনৰ পাৰ্থক্য নির্ণয় কৰা।

উত্তৰঃ

4. Distinguish between disjunctive proposition and alternative proposition. 

বিয়োজক বচন আৰু বৈকল্পিক বচনৰ পাৰ্থক্য নির্ণয় কৰা।

উত্তৰঃ

5. State the differences between class-membership proposition and general proposition.

শ্ৰেণী-সদস্যতামূলক বচন আৰু সাধাৰণ বচনৰ পাৰ্থক্যসমূহ উল্লেখ কৰা।

উত্তৰঃ

6. Distinguish between proposition and sentence.

বচন আৰু বাক্যৰ পাৰ্থক্য নির্ণয় কৰা।

উত্তৰঃ

7. Distinguish simple and compound propositions.

 সৰল আৰু যৌগিক বচনৰ পাৰ্থক্য নির্ণয় কৰা।

উত্তৰঃ

Broad Questions :

ৰচনাধর্মী প্রশ্ন :

I. Define a proposition. Give an account the modern classification proposition. 

বচনৰ সংজ্ঞা দিয়া। বচনৰ আধুনিক শ্রেণী-বিভাজন বর্ণনা কৰা।

উত্তৰঃ

2. Define a proposition according to the modern logicians. Describe different types of simple and compound propositions with suitable examples. 

আধুনিক তর্কবিদসকলৰ মতে, বচনৰ সংজ্ঞা লিখা। উপযুক্ত উদাহৰণেৰে সৈতে বিভিন্ন প্ৰকাৰৰ সৰল আৰু যৌগিক বচনসমূহ বর্ণনা কৰা।

উত্তৰঃ

3. Explain the modern classification of propositions. 

বচনৰ আধুনিক শ্রেণীবিভাজন ব্যাখ্যা কৰা।

উত্তৰঃ

4. What is proposition? Explain the diferent forms of general proposition.

বচন কাক বোলে? সাধাৰণ বচনৰ বিভিন্ন ভাগবোৰ বৰ্ণনা কৰা। 

উত্তৰঃ

5. How do you explain the relation between sentence and proposition?

বচন আৰু বাক্যৰ সম্বন্ধক তুমি কেনেদৰে ব্যাখ্যা কৰিবা ?

উত্তৰঃ

6. What is a compound proposition? Explain the nature of conjunctive and implicative propositions with suitable examples.

যৌগিক বচন কাক বোলে? সংযোজক বচন আৰু নিহিতার্থক বচন স্বৰূপ উদাহৰণ সহকাৰে ব্যাখ্যা কৰা।

উত্তৰঃ

7. What is general proposition? Name different types of general proposition.

সামান্য বচন কাক বোলে? বিভিন্ন প্ৰকাৰৰ সামান্য বচনসমূহৰ নাম উল্লেখ কৰা।

উত্তৰঃ 

8. What is a compound proposition? Define each of the dfferent forms of comp

যৌগিক বচন কাক বোলে ? যৌগিক বচনৰ প্ৰতিটো ভাগৰে উদাহৰণ সহকাৰে সংজ্ঞা দিয়া ।

উত্তৰঃ 

9. What do you understand by conjunctive proposition and disjunctive proposition ?

সংযোজক বচন আৰু বিয়োজক বচন বুলিলে কি বুজা ? 

উত্তৰঃ

10. Explain the nature of general propositions with examples . 

সাধাৰণ বচনৰ স্বৰূপ উদাহৰণৰে সৈতে ব্যাখ্যা কৰা । 

উত্তৰঃ

11. Explain the distinction between simple , compound and general propositions with suitable examples of each kind . 

সৰল , যৌগিক আৰু সাধাৰণ বচনৰ প্ৰত্যেকৰে উদাহৰণ সহকাৰে পাৰ্থক্য নির্ণয় কৰা ।

উত্তৰঃ 

12. What are subjectless proposition and subject – predicate proposition ? Give examples . 

উদ্দেশ্যবিহীন বচন আৰু উদ্দেশ্য – বিধেয় বচনবোৰ কি কি ? উদাহৰণৰে সৈতে ব্যাখ্যা কৰা । 

উত্তৰঃ

13. Define relational proposition and class – membership proposition with example . 

সম্বন্ধমূলক বচন আৰু শ্ৰেণীসদস্যতামূলক বচনৰ উদাহৰণসহকাৰে সংজ্ঞা দিয়া । 

উত্তৰঃ

14. What is compound proposition ? Name the diferent types of compound proposition .

 যৌগিক বচন কাক বোলে ? যৌগিক বচনৰ বিভিন্ন ভাগসমূহ উল্লেখ কৰা । 

উত্তৰঃ

15. What is a simple proposition ? What are its different kinds ? Explain each of them with suitable examples .

 সৰল বচন কাক বোলে ? ইয়াৰ বিভিন্ন প্ৰকাৰসমূহ কি কি ? উপযুক্ত উদাহৰণৰ সৈতে প্রত্যেকটো ব্যাখ্যা কৰা ৷ 

উত্তৰঃ

16. What do you mean by a proposition according to modern logicians ? Discuss the different kinds of compound proposition .

 আধুনিক তর্কবিদসকলৰ মতে বচন কাক বোলে ? যৌগিক বচনৰ বিভিন্ন ভাগসমূহ ব্যাখ্যা কৰা ।

উত্তৰঃ

 17. What is a general proposition ? What are the different kinds of it ? Explain each of them with suitable examples . 

সাধাৰণ বচন কাক বোলে ? ইয়াৰ বিভিন্ন প্ৰকাৰসমূহ কি কি ? উপযুক্ত উদাহৰণৰ সৈতে প্ৰত্যেকটো ব্যাখ্যা কৰা ৷ 

উত্তৰঃ

18. What are the drawbacks of traditional analysis and classification of proposition ? Explain . 

বচনৰ পৰম্পৰাগত বা প্রাচীন তর্কবিজ্ঞানৰ বচনৰ বিশ্লেষণ আৰু বিভাজনৰ ত্রুটিসমূহ কি কি ? ব্যাখ্যা কৰা ।

উত্তৰঃ

Type: Krishna Bora