বচন আৰু বচনৰ আধুনিক শ্ৰেণীবিভাজন (Proposition and Modern Classification of Proposition) | অধ্যায় ১ | Lesson 1 | B.A 1st and 2nd Sem Philosophy Assamese Medium | Suggestion And Notes B.A 1st and 2nd Sem Philosophy, | বচন আৰু বচনৰ আধুনিক শ্ৰেণীবিভাজন (Proposition and Modern Classification of Proposition) পাঠৰ প্ৰশ্ন উত্তৰ |

অধ্যায় ১

বচন আৰু বচনৰ আধুনিক শ্ৰেণীবিভাজন (Proposition and Modern Classification of Proposition)

প্ৰশ্নমালা (Exercise) 

1. Make relations among statement, Proposition and argument

অৱধাৰণ বচন আৰু যুক্তিৰ মাজত সম্পৰ্ক বৰ্ণনা কৰা।

2. What is proposition? Are proposition and sentence same?

বচন কাক বোলে? বচন আৰু বাক্য একেইনে? চমুকৈ আলোচনা কৰা। 

3. What are the main drawbacks of traditional analysis proposition?

বচন পৰম্পৰাগত বিশ্লেষণৰ মুখ্য ত্ৰুটিসমূহ কি কি? উল্লেখ কৰা।

4. What is compound proposition? Explain its different forms With suitable examples.

যৌগিক ৰচনা কাৰ বোলে? বিভিন্ন প্ৰকাৰৰ যৌগিক ৰচনবোৰ উদাহৰণসহ বৰ্ণনা কৰা।

5. Make difference :

পাৰ্থক্য নিৰ্ণয় কৰা ঃ

(a) Subject-prodicate form proposition and class membership proposition. 

উদ্দেশ্য-বিধেয় আকাৰ বচন আৰু শ্ৰেণীসদস্যতা বচন।

(b) General proposition and classmembership proposition. 

সাধাৰণ বচন আৰু শ্ৰেণীসদস্যতা বচন।

(c) Disjunctive and Alternative proposition 

বিয়োজক আৰু বৈকল্পিক বচন। 

(d) Traditional proposistion and modern class membership proposition.

পৰম্পৰাগত সামান্য বচন আধুনিক শ্ৰেণী সদস্যতা বচন।

6. What do you understand by universal and cxistential proposition in Modern logic?

আধুনিক তৰ্কবিজ্ঞানত সাৰ্বিক আৰু অস্তিত্বশীল বচন বুলিলে কি বুজাই যায়? আলোচনা কৰা।

7. Symbolise the follwings : 

প্ৰতাকী ৰূপত প্ৰকাশ কৰা :

(a)  Monkey likes banana.

বান্দৰে কল ভাল পায়।

(b) Thief-thief !

চোৰ-চোৰ!

(c) Nehru was a potician and scholar.

নেহৰু এজন ৰাজনীতিজ্ঞ আৰু পণ্ডিত আছিল। 

(d) Either this man a scholar or idiot.

হয় এই মানুহজন পণ্ডিত নহয় মূৰ্খ।

(e) No mem are happy. 

কোনো মানুহ সুখী নহয়। 

(f) He or his brother will come.

তেওঁ বা তেওঁৰ ককায়েক আহিব। 

(g) Some politicians are not truth teller 

কিছুমান ৰাজনৈতিবিদ সত্যবাদী নহয়।

Type : Priyam Jyoti Patar