বনবাসৰ সময়ত পাণ্ডৱৰ লগত থকা তেওঁলোকৰ পুৰোহিতজনৰ নাম কি আছিল?

উত্তৰঃ বনবাসত সময়ত পাণ্ডৱৰ লগত থকা তেওঁলোকৰ পুৰোহিতজনৰ নাম আছিল ধৌম।