বিচ্যুতি বা ভেদ্যতাৰ পৰিমাপণ (Measures of Variability) Chapter 10 Question and Answer Assam | B.A 3rd Semester Education Notes | B.A 3rd Semester Education Free Suggestion | B.A 3rd Semester Education Solution | B.A 3rd Semester Education Question and Answer | বিচ্যুতি বা ভেদ্যতাৰ পৰিমাপণ (Measures of Variability) পাঠটোৰ প্ৰশ্ন-উত্তৰ

বিচ্যুতি বা ভেদ্যতাৰ পৰিমাপণ 

(Measures of Variability) 

অনুশীলনী 

১। বিচ্যুতিৰ পৰিমাপন কি ?

 What is measures of variability ?

উত্তৰঃ

 ২। বিচ্যুতি পৰিমাপনৰ প্ৰকাবােৰ কি কি ?

 What are the types of measures of variability ?

উত্তৰঃ

 ৩। বিচ্যুতিৰ ব্যৱহাৰিতা সম্পর্কে লিখা ।

 Write the uses of variability .

উত্তৰঃ

 ৪। প্রসাৰ কি ?

 What is range ? 

উত্তৰঃ

৫। প্রসাৰৰ গুণ আৰু দোষসমূহ লিখা । 

Write the merits and demerits of range . 

উত্তৰঃ

 ৬। চতুর্থক বিচ্যুতি কি ?

 What is quartile deviation ? 

উত্তৰঃ

৭। চতুর্থক বিচ্যুতিৰ সূত্ৰটো লিখা ।

 Write the formula of Q.D. 

উত্তৰঃ

৮। তলৰ ৰাশিসমূহৰ বিচ্যুতি নির্ণয় কৰা । 

Find out Q.D. of the following data :

 10 , 14 , 16 , 18 , 20 , 24 , 22 , 27 , 12

 ৯। চতুর্থক বিচ্যুতিৰ গুণ আৰু দোষবােৰ লিখা ।

 Write the merits and demerits of Q.D. 

উত্তৰঃ

১০।মানক বিচ্যুতি কি ?

 What is standard deviation ?

উত্তৰঃ

 ১১। তলৰ ৰাশিসমূহৰ প্ৰসাৰ নির্ণয় কৱা ।

 Compute range of the following data : 

15 , 12 , 18 , 5 , 27 , 8 , 35

১২। তলৰ ৰাশি বিতৰণৰ পৰা বিচ্যুতি আৰু মানক বিচ্যুতি নিৰ্ণয় কৰা।

শ্ৰেণী অন্তৰাল (CI )F
902
854
809
757
7010
6512
609
555
503
453
442
 N=66

১৩ । তলৰ অসমুহিত ৰাশিবোৰৰ পৰা গড় বিচ্যুতি আৰু মানক বিছ্যুতি নিৰ্ণয় কৰা- 

18, 25, 21, 19, 27, 31, 22, 25, 28, 20

১৪। তলৰ ৰাশিবোৰৰ পৰা চমু পদ্ধতিৰে বা অনুমাণিক গড় পদ্ধতিৰে মানক বিচ্যুতি নিৰ্ণয় কৰা-

Scores CIf
195-1991
190-1942
185-1894
180-1845
175-1798
170-17410
165-1696
160-1644
155-1594
150-1542
145-1493
140-1441N=50

Type* Ankur Raj Deka