বৈশেষিক দৰ্শন (Vaisesika Philosophy) | সপ্তম অধ্যায় | Chapter 7 | BA 3rd – 4th Semester Philosophy (Major) Question and Answer Assamese Medium |

সপ্তম অধ্য়ায় 

বৈশেষিক দৰ্শন 

(Vaisesika Philosophy)

প্ৰশ্নাৱলী  

(Questions)  

Short Questions :  চমু প্রশ্ন :  

1. Vaisesika Philosophy is Vaidika / Avaidika system of Indian Philosophy 

বৈশেষিক দৰ্শন ভাৰতীয় দৰ্শনৰ এটি বৈদিক / অবৈদিক সম্প্রদায়।  

2. Who is the founder of Vaisesika system? 

বৈশেষিক দৰ্শনৰ প্ৰৱৰ্তক কোন?  

3. What is the main text of Vaisesika system? 

বৈশেষিক দৰ্শনৰ মূল গ্রন্থখন কি?  

4.  What is the literal meaning of the word ‘Padartha’?  

‘পদাৰ্থ’ শব্দৰ আক্ষৰিক অর্থ কি?  

5. How many padarthas are accepted in Vaisesika Philosophy? 

বৈশেষিক দৰ্শনত কেইবিধ পদাৰ্থক স্বীকাৰ কৰা হয়?  

6. How many bhava padarthas there in Vaisesika philosophy? 

বৈশেষিক দৰ্শনত কেই প্ৰকাৰৰ ভাব পদার্থ আছে?  

7. How many abhava padartha (s) are there in Vaisesika philosophy ?  

বৈশেষিক দৰ্শনত কেইবিধ অভাব পদার্থ আছে?  

8. What does Pragabhava stand for in Vaisesika philosophy? 

বৈশেষিক দৰ্শনত প্রাগভাবৰ দ্বাৰা কি বুজোৱা হয়?  

9. How Vaisesika Philosophy determines the nature of Akasa as a physical substance? 

ভৌতিক দ্রব্য হিচাপে বৈশেষিক দর্শনে কেনেদৰে আকাশৰ স্বৰূপ নিৰূপণ কৰিছে? 

10. What is the meaning of Samsargabhava, as a kind of non  existence? 

অভাবৰ প্ৰকাৰ হিচাপে সংসৰ্গাভাবৰ অৰ্থ কি?  

11. What is dhangsabhava? 

ধ্বংসাভাব কাক বোলে?  

12. How Kanada establishes the existence of atoms? কণাদে কেনেদৰে পৰমাণুবোৰৰ অস্তিত্ব প্রতিপাদন কৰিছে?  

13. Vaisesika philosophy is pluralistic and realistic but not materiasist. Why? 

বৈশেষিক দৰ্শন বহুত্ববাদী আৰু বাস্তৱবাদী; কিন্তু বস্তুবাদী নহয়। কিয়?  

14. Name one orthodox system which accepted atomistic pluralism and logical realism. 

পৰমাণুৰ বহুত্ব আৰু যৌক্তিক বাস্তৱবাদ স্বীকাৰ কৰা ভাৰতীয় দৰ্শনৰ এটা আস্তিক সম্প্ৰদায়ৰ নাম লিখা।  

15. What is the third category according to Vaisesika? 

বৈশেষিক দৰ্শনত মতে, তৃতীয় পদার্থটো কি?  

16. What is Dravya or Substance in Vaisesika philosophy? 

বৈশেষিক দৰ্শনত দ্রব্য কি?  

17. How many dravyas are accepted by the Vaisesikas? বৈশেষিক দর্শনে কেই প্ৰকাৰৰ দ্ৰব্যৰ স্বীকাৰ কৰে?  

18. What is abhava? অভাব কাক বোলে?  

19. How many abhava padarthas are there in Vaisesika philosophy ? 

বৈশেষিক দৰ্শনত কেই প্ৰকাৰৰ অভাব পদার্থ আছে?  

Board Questions :  ৰচনাধৰ্মী প্রশ্ন :  

1. What do you mean by Padartha? Distinguish between Bhava and Abhava Padartha. 

পদার্থ মানে কি? ভাব আৰু অভাব পদাৰ্থৰ পাৰ্থক্য নিৰূপণ কৰা। 

2. Explain Vaisesika concept of Dravya padartha. What are its  various kinds?

বৈশেষিক দৰ্শনৰ দ্ৰব্য পদাৰ্থৰ বিষয়ে ব্যাখ্যা কৰা। ইয়াৰ বিভিন্ন প্ৰকাৰসমূহ কি কি ?   

3. What is Abhava and what are its kinds? Discuss in detail. 

অভাব পদার্থ কি? ইয়াৰ প্ৰকাৰসমূহ কি কি? বহলাই আলোচনা কৰা।  

4. Write the names of the six Bhava Padarthas or categories of Vaisesika philosophy. Explain briefly any two of them. 3+7=10  

বৈশেষিক দৰ্শনৰ ছটা ভাব পদাৰ্থৰ নাম লিখা। এই পদাৰ্থসমূহৰ যি কোনো দুটা চমুকৈ ব্যাখ্যা কৰা।  

5. Define Abhava. Explain briefly all the different kinds of Abhava. 

অভাবৰ সংজ্ঞা দিয়া। অভাবৰ বিভিন্ন প্ৰকাৰসমূহ চমুকৈ আলোচনা কৰা।  

6. Discuss in detail the seventh category of Vaisesika system. 

বৈশেষিক দৰ্শনৰ সপ্তম পদাৰ্থেেটাৰ বিষয়ে আলোচনা কৰা।  

7. Discuss in detail the first category of Vaisesika system. 

বৈশেষিক দৰ্শনৰ প্ৰথম পদাৰ্থেেটাৰ বিষয়ে আলোচনা কৰা।  

8. Bring out some important points of difference between Nyaya and Vaisesika system. 

ন্যায় আৰু বৈশেষিক দৰ্শনৰ কিছুমান গুৰুত্বপূৰ্ণ পাৰ্থক্য উলিওৱা।

Question Type-Bhabesh Bora