ভাৰতবৰ্ষৰ জনসংখ্যাৰ বৃদ্ধি আৰু জনসংখ্যাৰ গতিশীলতা | Chapter 6 | (Population growth and Population Dynamics in India | Gauhati University B.A 4th Sem Education Question and Answer Assames Medium | GU B.A 4th Sem Education Suggestion Assames Medium| TDC B.A 4th Sem Education Question and Answer Assames Medium |Gauhati University B.A 4th Sem Question and Answer Solution | TDC B.A 4th Sem Honors Education Solution |

ভাৰতবৰ্ষৰ জনসংখ্যাৰ বৃদ্ধি আৰু জনসংখ্যাৰ গতিশীলতা

(Population growth and Population Dynamics in India

Chapter 6

1. Fill up the blanks (খালী ঠাই পূৰ কৰা)

(a) The annual growth rate of population in India from 1991 to 2001 is _______%. 

ভাৰতবৰ্ষত জনসংখ্যাৰ  বছৰি বৃদ্ধিৰ হাৰ ১৯৯১ চনৰ পৰা ২০০১ চনলৈ ______%।

উত্তৰঃ 

(b) The annual growth rate of population in 2011 in India is ______ %.

২০১১ চনৰ ভাৰতবৰ্ষৰ বছৰি জনসংখ্যাৰ বৃদ্ধিৰ হাৰ ______ %>।

উত্তৰঃ

(c) population growth determiners density, distribution pattern and ______ of population.

জনসংখ্যাৰ বৃদ্ধিয়ে জনসংখ্যাৰ ঘনত্ব, বিতৰম ব্যৱস্থা আৰু ______ নিৰ্ধাৰণ কৰে।

উত্তৰঃ

(d) there are three components of population growth as Fertility, Mortality and ______.

জনসংখ্যা বৃদ্ধিৰ তিনিটা উপাদানা আছে, যেনেঃ উৰ্বৰতাৰ হাৰ, মৃত্যুৰ হাৰ আৰু ______ ।

উত্তৰঃ 

2. Short type answer (চমু উত্তৰ লিখা)

(a) What are the three measures by F.W.P for birth control in India.

ভাৰতবৰ্ষৰ জন্মনিয়ন্ত্ৰণৰ ক্ষেত্ৰত F.W.P য়ে গ্ৰহন কৰা তিনি প্ৰকাৰৰ উপায়ৰ বিষয়ে লিখা।

উত্তৰঃ

(b) What is population growth.

জনসংখ্যাৰ বৃদ্ধি বুলিলে কি বুজা?

উত্তৰঃ

(c) Enumerate the components of population growth.

জনসংখ্যাৰ বৃদ্ধিৰ উপাদানবোৰৰ বিষয়ে লিখা।

উত্তৰঃ

(d) What is population explosion?

জনসংখ্যাৰ বিস্ফোৰণ বুলিলে কি বুজা?

উত্তৰঃ

(e) Four causes of population explosion.

জনবিস্ফোৰণৰ চাৰিটা কাৰণ লিখা।

উত্তৰঃ

(f) Consequence of population growth. 

জনসংখ্যাৰ বৃদ্ধিৰ পৰিণতি আলোচনা কৰা।

উত্তৰঃ

(g) Consequence of over-population in India.

ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধিৰ পৰিণতি আলোচনা কৰা।

উত্তৰঃ

(h) Need of population control in India.

ভাৰতবৰ্ষৰ জনসংখ্যা নিয়ন্ত্ৰণৰ প্ৰয়োজনীয়তা কি?

উত্তৰঃ

 (i) What do you mean by population policies and programmes of the government in India?

ভাৰত চৰকাৰৰ জনসংখ্যা নীতি আৰু পৰিকল্পনা বুলিলে কি বুজা?

উত্তৰঃ

3. Write Short notes on (চমু টোকা লিখা)

(a) National population policy, 1976.

ৰাষ্ট্ৰীয় জনসংখ্যাৰ নীতি, ১৯৭৬।

উত্তৰঃ

(b) National population policy, 2000,

ৰাষ্ট্ৰীয় জনসংখ্যাৰ নীতি, ২০০০।

উত্তৰঃ

(c) Family Welfare programme,

পৰিয়ালৰ কল্যান আঁচনি,

উত্তৰঃ

(e) Population growth and environment hazards,

জনসংখ্যা বৃদ্ধি আৰুি পৰিৱেশৰ সমস্যা।

উত্তৰঃ

(f) Population growth and employment,

জনসংখ্যাৰ বৃদ্ধি আৰু নিয়োগ ব্যৱস্থা।

উত্তৰঃ

(g) Population related policies.

জনসংখ্যা সম্পৰ্কীয় নীতি।

উত্তৰঃ

4. Write briefly (বহলাই লিখা)

(a) What are the causes of population explosion in India? Suggests some measures to check it.

ভাৰতবৰ্ষৰ জনবিস্ফোৰণৰ কাৰণসমূহ কি কি? জনবিস্ফোৰণৰ ৰোধ কৰিবলৈ কিছুমান পৰামৰ্শ আগবঢ়োৱা।

উত্তৰঃ

(b) Discuss the role of family planning in population control with reference to the Indian scenario.

ভাৰতীয় পৰিস্থিতিৰ লগত সম্পৰ্কীয় ৰাখি জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত পৰিয়ালৰ পৰিকল্পনা ভূমিকা কি আলোচনা কৰা।

উত্তৰঃ

(c) Write the concept of population growth. Explain the causes of high population growth in India.

জনসংখ্যাৰ বৃ্দ্ধিৰ ধাৰণাটো বাখ্যা কৰা। ভাৰতবৰ্ষত উচ্চ হাৰৰ জনসংখ্যা বৃদ্ধিৰ কাৰণবোৰ লিখা।

উত্তৰঃ

(d) what are the hazards created by over- population? suggest remedial measures.

জনসংখ্যাৰ বৃদ্ধিৰ ফলত সৃষ্টি হোৱা সমস্যাসমূহৰ বিষয়ে লিখা। কিছুমান সমস্যাৰ সমাধানৰ উপায় লিখা।

উত্তৰঃ

(e) “Problem of over- population is a retarding factor to economic development in India”. Elucidate the student.

 “ভাৰতবৰ্ষৰ অৰ্থনৈতিক বিকাশৰ অনগ্ৰহসৰতা কাৰণ হৈছে বৰ্ধিত জনসংখ্যাৰ সমস্যা” এই আপ্ত বাক্য শাৰীৰ ওপৰত ভিত্তি কৰি বহলাই লিখা।

উত্তৰঃ

(f) “Growth of population in a country like India leads to unemployment problem.” Do you agree with this statement? Justify your answer.

“ভাৰতবৰ্ষৰ নিচিনা দেশত বৰ্ধিত জনসংখ্যাই নিবনুৱা সমস্যাৰ সৃষ্টি কৰিছে”- তুমি এই আপ্তবাক্য শাৰী মানি লোৱা নে? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দিয়া।

উত্তৰঃ

(g) Consequence of over- population and its affect on education in India.

বৰ্ধিত জনসংখ্যাৰ পৰিণতি আৰু ইয়াৰ শিক্ষাৰ ওপৰত পৰা প্ৰভাৱ আলোচনা কৰা।

উত্তৰঃ

Type- Ishan dev Bora