ভাৰত আৰু অসমত শিক্ষাৰ প্ৰশাসনীয় গঠন (Administrative structure of Education India and Assam) | Chapter 6 | B.A 6th Semester (Major) Question and Answer Assam | Gauhati University B.A 6th Semester Educational Management and Administration (Major) Chapter 6 Administrative structure of Education India and Assam Question and Answer Assamese Medium | শৈক্ষিক ব্যৱস্থাপনা আৰু প্ৰশাসন অধ্যায় ৬ ভাৰত আৰু অসমত শিক্ষাৰ প্ৰশাসনীয় গঠন পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ

অধ্যায় ৬

ভাৰত আৰু অসমত শিক্ষাৰ প্ৰশাসনীয় গঠন

 (Administrative structure of Education India and Assam)

প্ৰশ্নাৱলী 

1. Describe about the Administrative structure of Education in the Central Government ? 

(কেন্দ্ৰীয় চৰকাৰৰ শিক্ষাৰ প্ৰশাসনিক গাঁথনিৰ বিষয়ে বৰ্ণনা কৰা ?)

 Answer:   

2. What is the role of Central Government in Education ?

(শিক্ষাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ ভূমিকা কি?)
Answer:  কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক শিক্ষা আয়োগ নিয়োগ কৰাৰ ক্ষেত্ৰত আৰু শিক্ষাৰ বিভিন্ন ক্ষেত্ৰত সুনিৰ্দেশনা প্ৰদান কৰে। কেন্দ্ৰীয় চৰকাৰে শিক্ষাৰ আঁচনিসমূহ গঠন কৰাত সেইবোৰ কাৰ্যনিৰ্বাহ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।
3. Describe about the Role of MHRD in the Education System. (শিক্ষা প্ৰণালীত এম.এইচ.আৰ.ডি.-ৰ ভূমিকাৰ বিষয়ে বৰ্ণনা কৰা।)
Answer:  


4. What is the organizational set up of Ministry of Human Resource Development ? (মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ সাংগঠনিক স্থাপন কি?)
Answer:  
5. Enumerate the Centre-State relationship in Education system. ( শিক্ষা ব্যৱস্থাত কেন্দ্ৰ-ৰাজ্যৰ সম্পৰ্ক গণনা কৰা।)
Answer:  
6. Discuss about on(আলোচনা কৰক)-(a) UGC (ইউ.জি.চি.)                          (b) NCERT (এন.চি.ই.আৰ.টি.)(c) NIEPA (এন.আই.ই.পি.এ.)            (e) NCTE (এন.চি.টি.ই )
Answer:  
7. What are the Problems of Educational Administration ? (শৈক্ষিক প্ৰশাসনৰ সমস্যাবোৰ কি?)
Answer:   
8. Describe about the Administrative structure of education in the state Government. (ৰাজ্য চৰকাৰৰ শিক্ষাৰ প্ৰশাসনিক গাঁথনিৰ বিষয়ে বৰ্ণনা কৰা।)
Answer:    
9. Enumerate the Administrative systems of school education in Assam. (অসমত বিদ্যালয় শিক্ষাৰ প্ৰশাসনিক ব্যৱস্থা গণনা কৰা।)
Answer:   
10. Write short note on (চমু টোকা লিখা)-
(i) RMSA (আৰ.এম.এছ.এ) (ii) SCETRT (এছ.চি.ই.টি.আৰ.টি.)  (iii) DIET (ডায়েট)
Answer:   i) RMSA- ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান, ভাৰত চৰকাৰৰ অসমত কাৰ্যকৰী হোৱা ১৪-১৬ বছৰৰ মাধ্যমিক বিদ্যালয়ৰ আৰু ১৬-১৮ বছৰৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক গুণগত আৰু অৰ্থপূৰ্ণ শিক্ষা দিয়াৰ এক সৰ্বাত্মক, সংহত আৰু ধ্বজাবাহী কাৰ্যসূচী। এই আঁচনিৰ জৰিয়তে দেশৰ কৈশোৰসকলক মাধ্যমিক শিক্ষা সহজে কম খৰছত উপলব্ধ কৰাৰ লক্ষ্য লোৱা হৈছে। সাৰ্বজনীন প্ৰাথমিক শিক্ষাৰ পাছত ,সাৰ্বজনীন মাধ্যমিক শিক্ষা ভাৰত চৰকাৰৰ এক আঁচনি। প্ৰাথমিক শিক্ষা সাৰ্বজনীন কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰ কিছুদূৰ সফল হলেও মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত কিছু আঁসোৱাহ নথকা নহয় কিয়নো এনে এক আঁচনি ৰূপায়নৰ বাবে যথেষ্ট পৰিমানৰ মূলধন, মানৱ সম্পদ আৰু কায়িক শ্ৰমৰ প্ৰয়োজন হব।


ii) SCETRT- 

Author-DIKHA BORA