মূল বাসিন্দাৰ স্থানান্তকৰণ | অধ্যায় ১০ | Class 11 History Question and Answer Assam | HS 1st Year History Chapter 10 Question and Answer Assamese Medium Solution | HS 1st Year History Lesson 10 Question and Answer Assamese Medium Question and Answer Notes and Suggestion |

অধ্যায় ১০

মূল বাসিন্দাৰ স্থানান্তকৰণ

১। অতি চমু উত্তৰ লিখা ঃ

ক) উত্তৰ আমেৰিকাৰ সৰ্বপ্ৰথম বাসিন্দাসকল ক’ৰ পৰা আহিছিল?

উত্তৰঃ 

খ) ফৰাছীসকলে কোন চনত কুইবেকত ফৰাছী উপনিৱেশ প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ   

গ) কেতিয়া আমেৰিকাৰ গৃহযুদ্ধ আৰম্ভ হৈছিল?

উত্তৰঃ 

ঘ) কেতিয়া কাঁটাতাঁৰৰ আৱিষ্কাৰ হৈছিল?

উত্তৰঃ

ঙ) বৃটেইনে কোনখন দেশৰ লগত যুদ্ধ কৰি কানাড়া লাভ কৰিছিল?

উত্তৰঃ

চ) ৰাষ্ট্ৰপতি এন্দ্ৰু জোকছন কি হিচাপে জনাজাত আছিল?

উত্তৰঃ

ছ) অষ্ট্ৰেলিয়ালৈ বৃটিছসকল পোন প্ৰথমে কেতিয়া আহিছিল?

উত্তৰঃ

জ) কোন চনত অষ্ট্ৰেলিয়াত উপনিবেশক স্বায়ত্ত অধিকাৰ প্ৰধান কৰা হয়?

উত্তৰঃ

ঝ) কোন চনত চিডনী নগৰ স্থাপন হৈছিল?

উত্তৰঃ

ঞ) নিউ চাউথ ৱেলচৰ পূৰ্বৰ নাম কি আছিল?

উত্তৰঃ

২। চমুকৈ উত্তৰ দিয়া ঃ

ক) দক্ষিণ আৰু উত্তৰ আমেৰিকাৰ দেশীয় লোকৰ মাজৰ যিকোনো এটা পাৰ্খক্যৰ বিষয়ে মন্তব্য দিয়া।

উত্তৰঃ

খ) ১৯ শতিকাৰ আমেৰিকা যুক্তৰাষ্ট্ৰত ইংৰাজী প্ৰয়োগৰ বাহিৰে ইংৰাজ অৰ্থনীতি  আৰু সামাজিক জীৱনৰ কোন ধৰণৰ বৈশিষ্ট্য দেখিছা?

উত্তৰঃ

গ) আমেৰিকান সকলে Frontier মানে কি বুজায়?

উত্তৰঃ

ঘ) কিয় ইতিহাসৰ কিতাপত অষ্ট্ৰেলিয়াৰ মূল নিবাসীসকলৰ বিষয়ে পোৱা নগৈছিল?

উত্তৰঃ

৩। ৰচনাধৰ্মী প্ৰশ্ন ঃ

ক) সংগ্ৰহালয়ৰ কলা-বীথিকাই মানুহৰ সাংস্কৃতিক জীৱন প্ৰতিফলন কৰাত কিমান সফল হয়?

উত্তৰঃ

খ) ধৰিলোৱা কালিফোৰ্ণিয়াত চাৰিজন লোকৰ মাজত প্ৰায় ১৮৮০-ত মুখামুখি হৈছিল। এই চাৰিজন লোক হ’ল: এজন আফ্ৰিকাৰ দাস, এজন চীনা শ্ৰমিক, সোণৰ বাবে অহা এদল জাৰ্মান আৰু এজন হোপী জনজাতিৰ লোক; এওঁলোকৰ মাজৰ কথোপকথন বৰ্ণনা কৰা। 

উত্তৰঃ

গ) উত্তৰ আমেৰিকাৰ মূল বাসিন্দাসকলৰ ইউৰোপীয় সকলৰ লগত হোৱা সংঘাতৰ বিষয়ে লিখা।

উত্তৰঃ

ঘ) মূল বাসিন্দা আৰু প্ৰব্ৰজনকাৰীৰ মাজৰ সম্পৰ্কত বিংশ শতিকালৈ হোৱ পৰিৱৰ্তনৰ এক ৰূপৰেখা প্ৰস্তুত কৰা।

উত্তৰঃ

৪। চমুটোকা লিখা ঃ

ক) ইউৰোপৰ সাম্ৰাজ্যবাদ।

উত্তৰঃ

খ) উত্তৰ আমেৰিকাৰ খিলঞ্জীয়া বাসিন্দাসকল।

উত্তৰঃ

গ) অষ্ট্ৰেলিয়াৰ বিকাশ। 

উত্তৰঃ

ঘ) উত্তৰ আমেৰিকাৰ ঔদ্যোগিক বিকাশ। 

উত্তৰঃ