যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা (the Federal System) | Gauhati University BA 5th Semester Political Science Question Answer Solution |

    যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা 

(the Federal System)       

১। যেতিয়া চিনেটে ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে অহা মহা-অভিযোগৰ বিচাৰ কৰে, তেতিয়া কোনে সভাপতিত্ব কৰে?

(Who presides over Senate while it sites as imeachment court of the president?

(i) president (ৰাষ্ট্ৰপতিয়ে)             (ii) Vice-presivent (উপ-ৰাষ্ট্ৰতিয়ে) 

(iii) Speaker (অধ্যক্ষই)                 (iv) Chief justice of the Supreme Court (সৰ্বোচ্চ ন্যায়ালয়ৰ মূখ্য বিচৰপতিয়ে)

উত্তৰ

২। আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ ব্যৱস্থা বৰ্ণনা কৰা।ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা।

Describe the federal system of the Constitution of America. Explain its main characteristics.

উত্তৰ

৩। আমেৰিকাৰ সংবিধানৰ যুক্তৰাষ্ট্ৰৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।

describe the federal characteristics of the Constitution of America.

উত্তৰ

৪। আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত সৃষ্টি হোৱা ত্ৰুমবৰ্ধমান কেন্দ্ৰীয় প্ৰৱণতাৰ বিষয়ে সমালোচনামূলক আলোচনা কৰা।

Discuss critically the growing centralising tendency in US Federal system

উত্তৰ

৫। আমেৰিকাৰ সংবিধানৰ কি কি বৈশিষ্ট্যই ইয়াৰ যুক্তৰাষ্ট্ৰীয় কৰিছে ব্যাখ্যা কৰা।

Explain what features of the American Constitution make it really federal 

উত্তৰ

৬। আমেৰিকাৰ সংবিধানৰ ৰাজ্য আৰু কেন্দ্ৰৰ মাজত ক্ষমতা বিভাজত আলোচনা কৰা আৰু সংবিধানৰ ত্ৰুমবৰ্দ্ধমানত কেন্দ্ৰ প্ৰৱণতাৰ কাৰণ দৰ্শোৱা।

Discuss the division of powers between the centre and states in the American Constitution and account for the going centralising tendency in the Constitution.

উত্তৰ

৭। আমেৰিকাৰ কেন্দ্ৰ আৰু ৰাজ্যৰ সম্পৰ্কৰ বিষয়ে এটি চমু টোকা লিখা।

Write a not on the centre-state relations in America.

উত্তৰ

৮। আমেৰিকাৰ যুক্তৰাষ্ট্ৰতকেন্দ্ৰীয়কৰণৰ বিষয়ে এটি টোকা লিখা।  

Write a note on centralisation in the American Constitution.

উত্তৰ

৯। লআমেৰিকাৰ সংবিধানৰ ক্ষমতা বিভাগৰ সম্পৰ্কে আলোচনা কৰা।

Discuss the division of powers in the American Constitution.

উত্তৰ

১০। আমেৰিকাৰ যুক্তৰাষ্ট্ৰত সংবিধান সংশোধন পদ্ধতি ব্যাখ্যা কৰা।

Explain the procedure of amendment of the Constitution of U.S.

উত্তৰ

১১। আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ সংবিধান সংশোধনপদ্ধতি বৰ্ণনা কৰা।এই সংবিধানৰ নমনীয় নে অননীয়? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰা।

State the process of amendment of the U.S.A. Constitution.ls the constitution right or flexible? State your reasons .

উত্তৰ

১২। আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ সংবিধানৰ দুটা যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য লিখা।Write two federal features of US Constitution .

উত্তৰ

১৩। আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ সংবিধান সংশোধন পদ্ধতি ব্যাখ্যা কৰা আৰু বৃটিছ সংবিধান সংশোধন পদ্ধতিৰ লগতে ইয়াৰ তুলনা কৰা।

Explain the process of amendment of the American Constitution and Compare processof amendment f the U.S.A. Constitution with that of U.K Constitution. 

উত্তৰ