লোক প্ৰশাসনৰ ধাৰণা, প্ৰকৃতি আৰু গুৰুত্ব Concept, Nature and Importance of Public Administration | Unit A | Gauhati University BA 5th Semester Political Science Regular Books |

Unit A 

লোক প্ৰশাসনৰ ধাৰণা, প্ৰকৃতি আৰু গুৰুত্ব  

☐ Objective type and Multiple Choice Questions:

1. Write the definition of public administration given by L.D. White.

এল.ডি. হোৱাইটে লিখা লোক প্রশাসনৰ সংজ্ঞাটো লিখা। 

2. The book “Introduction to the Study of Public Administration” is written by- L. D. White / Willoughby / Simon. 

(“Introduction to the Study of Public Administration” গ্ৰন্থখনৰ লেখক হৈছে, –এল- ডি- হোৱাইট / উইলোবি / চাইমন।) 

3. The integral view of Public Administration was supported by Dimock / Simon / Thompson. 

অভিন্ন দৃষ্টিভঙ্গীক সমর্থন কৰিছিল— ডিমকে / চাইমনে / থমছনে। 

4. The managerial view of Public Administration was supported by Simon / Dimock/ Dayol/ Luther Gullick. 

(পৰিচালনামূলক দৃষ্টিভঙ্গীক সমৰ্থন কৰিছে — চাইমনে / ডিমকে / দেয়লে / গুলিকে।) 

5. Which one of the following is regarded as the father of Public Administration? Wilson / Goodnow / Willoughby. 

(তলত দিয়া কোনজনক লোক প্ৰশাসনৰ জনক বোলা হয়? — উইলচন / গুডনাও / উইলোবি।) 

6. The book principle of Administration was written by – Willoughby / Fayol / Follett. “Principle of Public Administration” নামৰ কিতাপৰ লিখক হৈছে— উইলোবি / ফেয়ল / ফলেট। 

7. The word “POSDCORB” was used by- Gullick and Urwick / Wilson / Simon. 

POSDCORB শব্দটো ব্যৱহাৰ কৰিছিল— গুলিক আৰু আৰ্ডইকে / উইলচনে / চাইমনে। 

8. The Scientific Theory of Management was propounded by Taylor / Elton Mayo / Simon. 

বৈজ্ঞানিক পৰিচালনা তত্ত্বৰ পৃষ্ঠপোষক হৈছে – টেইলৰ / এলটন মেয় / চাইমন । 

9. The book “Administrative Behaviour” was written by- Taylor / Simon / Elton Mayo. “Administrative Behaviour” নামৰ কিতাপখনৰ লেখক হৈছে — টেইলৰ / চাইমন / এলটন মেয়। 

10. “Public Administration in A Time of Turbulence” was edited by- Waldo / Marini / Simon . 

“Public Administration in A Time of Turbulence” ৰ সম্পাদনা কৰিছিল— ওৱালদোৱে / মেৰিনিয়ে / চাইমনে। 

11. “There was a time when people expected nothing but oppression from the Public Authority . Later they expected them to be let alone. Now , however they expect a wide variety of services and protection. “This statement was made by-Wilson / L . D. White / Simon. 

“এসময়ত প্রশাসনক মানুহে অত্যাচাৰৰ প্রতীক বুলি বিবেচনা কৰিছিল। তাৰ পিছত তেওঁলোক প্রশাসনৰ পৰা আঁতৰত থাকিব বিচাৰিছিল। কিন্তু এতিয়া তেওঁলোকে লোক প্রশাসনৰ পৰা সকলো ধৰণৰ সেৱা আৰু সুৰক্ষা বিচাৰে।” এই মন্তব্য কৰিছে— উইলচনে/ এল-ডি-হোৱাইটে/ চাইমনে।  

12. “Public Administration is detailed and systematic application of Law ” -was said this Luthar / Gullick / Woodrow Wilson / Pfiffner 

(“লোক প্রশাসন হৈছে বিস্তৃত আৰু প্ৰণালীবদ্ধভাৱে আইন প্ৰয়োগ কৰা ব্যৱস্থা” —এই কথাষাৰ কোনে কৈছিল? লুথাৰ গুলিকে/ উইড্রো উইলচনে/ পিফ্‌নাৰে।) 

13. “Public Administration is the co- ordination of collective efforts to implement public policy ” — was said by L.D. White/ Pfiffner/ Waldo. 

(“লোক প্রশাসন হ’ল ৰাজহুৱা নীতিসমূহ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত এক সমূহীয়া প্ৰচেষ্টাৰ সমন্বয়” -এই কথাষাৰ কোনে কৈছিল? এল . ডি . – হোৱাইটে / পিফনাৰ / ওৱাল্দোই।) 

14. “Administration is the direction, co- ordination and control of many persons to achieve some purpose or objective.” -was said this L. D. White / Herbert Simon / Pfiffner. 

“প্রশাসন হ’ল বিশেষ উদ্দেশ্য সাধনৰ বাবে বহুতো ব্যক্তিৰ প্রতি নির্দেশদান , সমন্বয় আৰু নিয়ন্ত্ৰণ। ” — কথাষাৰ কৈছিল এল . ডি . হোৱাইটে / হার্বার্ট চাইমনে / পিফনাৰে। 

15. “Administration is the art and science of management as applied to the affairs of state. “was said this Nigro / Gladden / Waldo. 

“ৰাষ্ট্ৰৰ কাৰ্য পৰিচালনা কৰাৰ কলা আৰু বিজ্ঞানক লোক প্রশাসন বোলা হয়।” — এই কথাষাৰ কৈছিল নিগ্রোই / গ্লেদেনে / ওৱাল্দোই ৷ 

16. The word ‘ Administration ‘ has been derived from which Latin words? 

‘প্রশাসন ’ শব্দটো কোনকেইটা লেটিন শব্দৰ পৰা আহিছে? 

17. “Who of the following says that Public Administration includes the operations of only the executive branch of Government? 

(তলৰ কোনজন চিন্তাবিদে কৈছিল যে লোক প্রশাসনত মাত্র কাৰ্যপালিকাৰ কামসমূহহে অন্তর্ভুক্ত হয়?) 

(a) L. D. White (এল. ডি. হোৱাইটে)

(b) L. D. White and Luther Gulick (এল. ডি. হোৱাইটে আৰু লুথাৰ গুলিকে) 

(c) Luther Gulick (লুথাৰ গুলিকে) 

(d) W. F. Willoughby (ডব্লিউ. এফ. উইলোবিয়ে) 

18. Who is known as the Father of the Scientific Theory of Management”? 

Short Type Questions: 

1. “Write notes on (চমুটোকা লিখা): 

(a) Define Public Administration. (লোক প্রশাসনৰ সংজ্ঞা আগবঢ়োৱা।) 

(b) Managerial view on the Nature of Public Administration. 

লোক প্রশাসনৰ প্ৰকৃতি সম্পর্কে পৰিচালনামূলক দৃষ্টিভঙ্গী 

(c) Nature of Public Administration. (লোক প্ৰশাসনৰ প্ৰকৃতি) 

(d) Philosophy of Public Administration (লোক প্রশাসনৰ দৰ্শন) 

(e) Scope of Public Administration (লোক প্রশাসনৰ পৰিসৰ) 

(f) Importance of Public Administration in India (ভাৰতত লোক- প্ৰশাসনৰ গুৰুত্ব) 

2. Explain the nature of public administration. 

লোকপ্রশাসনৰ প্ৰকৃতি ব্যাখ্যা কৰা ৷ 

3. Mention two factors which contribute to the growth of Public Administration. 

লোক-প্ৰশাসনৰ বিকাশত বৰঙণি যোগোৱা দুটা উপাদান উল্লেখ কৰা। 

4. Write a Short note on the importance of Public Administration in a Democracy. 

গণতন্ত্ৰত লোক প্ৰশাসনৰ গুৰুত্ব সম্পৰ্কে এটা চমুটোকা লিখা।  

5. Explain the differences between Integral View and Managerial View. 

অভিন্ন দৃষ্টিভঙ্গী আৰু পৰিচালনামূলক দৃষ্টিভঙ্গীৰ প্ৰভেদ ব্যাখ্যা কৰা। 

6. Name the views regarding the nature of Public Administration.

লোক-প্ৰশাসনৰ প্রকৃতি সম্বন্ধে থকা দৃষ্টিভঙ্গীকেইটাৰ নাম লিখা। 

7. Write note on the scope of Public Administration. 

লোক প্রশাসনৰ পৰিসৰৰ বিষয়ে টোকা লিখা। 

8. What is the subject matter of public administration? 

Essay Type Questions: 

1. Discuss the different views as regards the meaning and scope of Public Administration. 

লোক প্রশাসনৰ অৰ্থ আৰু পৰিসৰ সম্পর্কে বিভিন্ন দৃষ্টিভঙ্গীবিলাক আলোচনা কৰা। 

2. Define Public Administration and discuss its scope. 

লোক প্রশাসনৰ সংজ্ঞা দিয়া আৰু ইয়াৰ অধ্যয়নৰ পৰিসৰ আলোচনা কৰা। 

3. Define Public Administration. Write briefly the scope of public administration. What are the reasons behind the increased importance of public administration? 

লোকপ্রশাসনৰ সংজ্ঞা লিখা। লোকপ্রশাসনৰ পৰিসৰ সম্পৰ্কে চমুকৈ আলোচনা কৰা। লোকপ্রশাসনৰ গুৰুত্ব বাঢ়ি অহাৰ কাৰণসমূহ কি কি? 

4. Explain the meaning and scope of Public Administration. 

লোক প্রশাসনৰ অৰ্থ আৰু অধ্যয়নৰ পৰিসৰ ব্যাখ্যা কৰা। 

5. Make a distinction bwtween Public Administration and Private Administration. 

লোক প্রশাসন আৰু বেচৰকাৰী প্ৰশাসনৰ মাজত প্ৰভেদ দেখুওৱা। 

6. Write a note on Philosophy of Public Administration. 

লোক প্রশাসনৰ দৰ্শন সম্পর্কে এটি টোকা লিখা। 

7. Define Public Administration and discuss the importance of its study. 

লোক প্রশাসনৰ সংজ্ঞা দিয়া আৰু ইয়াৰ অধ্যয়নৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰা। 

8. Discuss the changing perspective of Public Administration. 

লোক প্ৰশাসনৰ পৰিৱৰ্তিত ধাৰণাসমূহ আলোচনা কৰা। 

9. Discuss the nature and scope of public administration. 

10. State the main points of similarity and dissimilarity between Public Administration and Private Administration. 

(লোক-প্রশাসন আৰু বেচৰকাৰী প্ৰশাসনৰ মাজত মুখ্য সাদৃশ্য আৰু বৈসাদৃশ্যসমূহ উল্লেখ কৰা।)

Type: Nayan Moni Deka