শিক্ষাদানৰ উপায়সমূহ (Teaching Devices) | Chapter 3 | Gauhati University BA 4th Semester শিক্ষাদানৰ উপায়সমূহ (Teaching Devices) Question and Answer Solution Assamese Medium | GU TDC 4th Sem শিক্ষাদানৰ উপায়সমূহ (Teaching Devices) Short Question and Answer Notes and Suggestion Assamese Medium | Gauhati University BA 4th Semester শিক্ষাদানৰ উপায়সমূহ (Teaching Devices) Important Question and Answer Solution Assamese Medium | GU TDC 4th Semester শিক্ষাদানৰ উপায়সমূহ (Teaching Devices) Question Paper Free Download PDF |

শিক্ষাদানৰ উপায়সমূহ

(Teaching Devices)

প্ৰশ্নাৱলী

১। শইক্ষাদানৰ উপায় বুলিলে কি বুজায ইয়াৰ প্ৰয়োজনীয়তাসমূহ উল্লেখ কৰা।

What do You Mean by Teaching devices? Mention the necessity of Teaching devices.

২। বিৱৰণ কি? বিৱৰণৰ ধৰণ হিচাপে কাহিনী কোৱাৰ বিষয়ে লিখা।  

What is Narration? Write briefly on story telling as a formal  narration.  

৩। ব্যাখ্যাকৰণ কি? ব্যাখ্যাকৰণৰ প্ৰয়োজনীয়তাখিনি লিখা। 

What is explanation? Write about the need of explanation.  

৪। ব্যাখ্যাকৰণৰ উপকৰণসমূহৰ বিষয়ে চমু আভাষ দিয়া। 

Give a brief statement on the components of explanation.  

৫। প্রশ্নকৰণ কি? প্রশ্নকৰণৰ উপকৰণসমূহৰ বিষয়ে লিখা। 

What is Questioning? Write about the components of questioning.  

৬। চমু বর্ণনা দিয়া (Give short explanation)  

(ক) ভাল প্রশ্ন কৰাৰ কৌশলসমূহ  

Techniques of good questioning.  

(খ) প্ৰশ্নৰ উদ্দেশ্যসমূহ  

Purposes of question.  

৭। প্রশ্ন উত্থাপনৰ কৌশলসমূহৰ বিষয়ে লিখা। 

Write about the techniques of putting questions.  

৮। উদাহৰণ কি? উদাহৰণৰ সুবিধাখিনি লিখা। 

What is Illustration? Write the advantages of Illustration.  

৯। চমুটোকা লিখা (Write short notes)  

(ক) মৌখিক উদাহৰণ  

Verbal Illustration. 

(খ) চাক্ষুষ উদাহৰণ 

Visual Illustration.  

১০। কাৱাজ কি? কাৱাজৰ ব্যৱহাৰৰ ক্ষেত্ৰত ল’ব লগা সাৱধানতাসমূহ লিখা। 

What is Drill? Write the main cautions in using drill.  

১১। চমুকৈ লিখা (Write Briefly)  

(ক) নতুন ধাৰণা মতে কাৱাজ 

Drill as a new concept.  

(খ) কাৱাজৰ পুৰণি ধাৰণা 

Old concept of Drill  

১২। কাৱাজ ব্যৱহাৰৰ ক্ষেত্ৰত কি কি সাৱধানতা ল’ব লাগে উল্লেখ কৰা। 

What cautions should be taken in the using drill.  

১৩। স্থিত বা স্থিৰ উপায় হিচাপে কাৱাজৰ ভূমিকাৰ বিষয়ে বর্ণনা কৰা। 

Explain the role of Drill as a fixing device.  

১৪। পুনৰনিৰীক্ষণ কি? ইয়াৰ ভাগবোৰৰ বিষয়ে লিখা। 

What is Review? Write the types of Review.  

১৫। পুনৰনিৰীক্ষণৰ সংজ্ঞা দিয়া? পুনৰ্নিৰীক্ষণ প্ৰক্ৰিয়াটোক ফলপ্ৰসূ কৰাৰ বাবে কি কি পৰামৰ্শ দিয়া হৈছে? বৰ্ণনা কৰা ৷  

Define Review? What are the suggestions given for making Review effective? Explain.  

১৬। চমুটোকা লিখা (Write short notes)  

(ক) কাৱাজ  

Drill 

(খ) পুনৰ্নিৰীক্ষণ  

Review  

(গ) কাৱাজ আৰু পুনৰনিৰীক্ষণৰ তুলনা  

Comparision between Drill and Review.  

১৬। শিক্ষাদানৰ স্থিৰ উপায় হিচাপে কাৱাজ আৰু পুনৰ্নিৰীক্ষণৰ ভূমিকাৰ বিষয়ে লিখা।  

Write about the role of Drill and Review as a fixing devices.

Type Himanku Bora