শিক্ষাদানৰ সঁজুলি | Chapter 6 | TEACHING AIDS | B.A 4th Sem Education Question and Answer | TDC Guwahati University Education Suggestion | TDC Education Solation Assamese Medium |

শিক্ষাদানৰ সঁজুলি

TEACHING AIDS 

Chapter 6 

১। অতি চমু উওৰ দিয়া (Give very short answer)

(i) দৃশ্য সজুঁলি কাক বোলে ?

What is visual aids ?

উত্তৰঃ

(ii) প্ৰক্ষেপনমূলক সজুঁলি কাক বোলে ?

What is projected aids ?

উত্তৰঃ

(iii) ত্ৰিমাত্ৰিক সজুঁলি কাক বোলে ?

What is three dimensional aids ?

উত্তৰঃ

(iv) শিক্ষাদান সজুঁলিৰ এটা বৈশিষ্ট্য লিখা ।

Write one characteristic of teaching aids.

উত্তৰঃ

(v) শিক্ষাদান মেচিন কি ?

What is teaching machine ?

উত্তৰঃ

(vi) শিক্ষাদান সজুঁলি কাক বোলে ?

What is teaching aids ?

উত্তৰঃ

২। খালী ঠাই পূৰ কৰা (Fill in the blanks)

(i) শিক্ষাদান সজুঁলিবোৰে শিক্ষাদানৰ —— আতঁৰাৱ পাৰে ।

Teaching aids help to remove ——.

উত্তৰঃ

(ii)—— চিন্তা মূৰ্তকৰণৰ শিক্ষাদান সজুঁলিয়ে সহায় কৰে ।

Teaching aids helps in made ——- thought concreate.

উত্তৰঃ

(iii) ——- শিক্ষাৰ বাবে শিক্ষাদানৰ সজুঁলিবোৰ সহায়কাৰী ।

Teaching aids are helpful for ——- education .

উত্তৰঃ

(iv) প্ৰক্ষেপণৰ ভিওিত শিক্ষাদান সজুঁলিৰ ভাগ দুটা হ’ল —— আৰু ——- ।

Based on projection, two types of teaching aids are —— and ——- .

উত্তৰঃ

(v) ——- সজুঁলিত বিজুলী  সৰবৰাহৰ প্ৰয়োজন আছে ।

Electricity is required in ——aids .

উত্তৰঃ

(vi) মেজিক লেণ্টাৰ্ণ ——- অভিগমনৰ সজুঁলি ।

Magic lantern is an aids of ——- approach.

উত্তৰঃ

(vii) NCERT ৰ মতে শিক্ষাদান সজুঁলি ——- প্ৰকাৰৰ ।

According to NCERT, teaching aids are of —— types.

উত্তৰঃ

(viii) বহুমাধ্যমযুক্ত অভিগমনত —— আৰু কৌশলৰ সংমিশ্ৰণ ঘটে ।

In multi-media approach, mixture is made between ——- and techniques.

উত্তৰঃ

৩। শিক্ষাদান সজুঁলিৰ সংজ্ঞা দিয়া ।

Define teaching aids.

উত্তৰঃ

৪। শিক্ষাদান সজুঁলিৰ প্ৰয়োজন গুণসমূহ কি কি ?

What are the essential qualities of teaching aids ?

উত্তৰঃ

৫। শিক্ষাদান সজুঁলিৰ শ্ৰেণীবিভাজনৰ বিষয়ে লিখা ।

Write about the classification of teaching aids.

উত্তৰঃ

৬। প্ৰক্ষেপনমূলক সজুঁলিৰ সুবিধা কি কি ?

What are the advantages of projected aids.

উত্তৰঃ

৭। অপ্ৰক্ষেপনমূলক সজুঁলি কাক বোলে ?

What is non-projected aids ?

উত্তৰঃ

৮। অপ্ৰক্ষেপনমূলক সজুঁলিৰ সুবিধা আৰু অসুবিধাবোৰ আলোচনা কৰা ।

Discuss the advantages and disadvantages of non-projected aids.

উত্তৰঃ

৯। কেইবিধ মান শ্ৰৱ্য সজুঁলিৰ নাম লিখা ।

Write the name of some audio-aids.

উত্তৰঃ

১০। শ্ৰৱ্য সজুঁলি কাক বোলে ?

What is audio aids ?

উত্তৰঃ

১১। শ্ৰৱ্য সজুঁলিৰ সুবিধা আৰু অসুবিধাবোৰ আলোচনা কৰা ।

Discuss about the advantages and disadvantages of audio aids.

উত্তৰঃ

১২। দৃশ্য সজুঁলিৰ সুবিধা আৰু অসুবিধাবোৰ আলোচনা কৰা ।

Discuss about the advantages and disadvantages of visual aids.

উত্তৰঃ

১৩। দৃশ্য-শ্ৰৱ্য় সজুঁলি কাক বোলে ?

What is audio-visual aids?

উত্তৰঃ

১৪। দৃশ্য-শ্ৰৱ্য সজুঁলিৰ সুবিধা আৰু অসুবিধাবোৰ আলোচনা কৰা ।

Discuss about the advantages and disadvantages of audio-visual aids.

উত্তৰঃ

১৫। কঠিনতাৰ অভিগমনৰ বিষয়ে চমুকৈ লিখা ।

Write shortly about hardware approach.

উত্তৰঃ

১৬। কোমলতাৰ অভিগমনৰ বিষয়ে চমুকৈ লিখা ।

Write shortly about software approach.

উত্তৰঃ

১৭। তলত দিয়াবোৰৰ চমুকৈ লিখা।

(i) ব্লেকবোৰ্ড 

Blackbord 

উত্তৰঃ

(ii) শ্লাইড 

Slide

উত্তৰঃ

(iii)আৰ্হি বা মডেল 

Model 

উত্তৰঃ

(iv) অভাৰহেড প্ৰজেক্টৰ

Overhead projector 

উত্তৰঃ

(v) বুলেটিন বোৰ্ড

Bulletin board 

উত্তৰঃ

(vi) তালিকা 

Chart

উত্তৰঃ

১৮। শিক্ষাদানৰ সজুঁলিৰ নিৰ্বাচনৰ নীতিবোৰ লিখা।

Write the principles of selection of teaching aids.

উত্তৰঃ

১৯। শিক্ষাদান সজুঁলিৰ ব্যৱহাৰৰ নীতিবোৰৰ বিষয়ে লিখা।

Write about the principles of uses of teaching aids.

উত্তৰঃ

২০। বহু মাধ্য়মযুক্ত অভিগমন কি ?

What is multimedia approach?

উত্তৰঃ

২১। বহু মাধ্যমযুক্ত অভিগমনৰ প্ৰকৃতিৰ বিষয়ে লিখা ।

Write about the nature of multi-media approach.

উত্তৰঃ

২২। বহুমাধ্যমৰ অভিগমনৰ কাৰ্য পদ্ধতি বৰ্ণনা কৰা ।

Explain the procedure for multi-media approach.

উত্তৰঃ

২৩। বহু মাধ্যমযুক্ত অভিগমনত শিক্ষকে কেনে ভূমিকা পালন কৰে ?

What types of role played by teacher in multi-media approach?

উত্তৰঃ

২৪। বহু মাধ্যমযুক্ত অভিগমনৰ শৈক্ষিক মূল্য আলোচনা কৰা।

Discuss about the educative value of multi- media approach.

উত্তৰঃ

২৫। গণ মাধ্যম বুলিলে কি বুজা ?

What is meant by mass-media?

উত্তৰঃ

২৬। ৰেডিঅ’ৰ শিক্ষাগত মূল্য আলোচনা কৰা ।

Discuss about the educative value of  Radio.

উত্তৰঃ

২৭। ৰেডিঅ’ সম্প্ৰচাৰৰ সীমাৱদ্ধতাবোৰে কি কি ?

What are the limitations and shortcomings of Radio Broadcast ?

উত্তৰঃ

২৮। বিদ্যালয়ৰ ৰেডিঅ’ সম্প্ৰচাৰ সফল কৰাৰ পৰামৰ্শ দিয়া ।

Give suggestions for effective school Radio broadcasting programmer.

উত্তৰঃ

২৯। শিক্ষামূলক দূৰদৰ্শন কি ?

What is educational television ?

উত্তৰঃ

৩০। শিক্ষামূলক দূৰদৰ্শন কাৰ্য সূচীবোৰ কেইপ্ৰকাৰৰ ?

What are the types of educational television programme.

উত্তৰঃ

৩১। শিক্ষামূলক দূৰদৰ্শনৰ সুবিধাবোৰ আলোচনা কৰা ।

Discuss the merits of educational television.

উত্তৰঃ

৩২। শিক্ষামূলক দূৰদৰ্শনৰ সীমাৱদ্ধতাবোৰ কি কি ।

What are the limitations of educational television.

উত্তৰঃ

৩৩। শিক্ষামূলক দূৰৰদৰ্শনত শিক্ষকৰ ভূমিকা বৰ্ণনা কৰা।।

Describe the role of teacher in educational television.

উত্তৰঃ

৩৪। ইডুছেট কি ?

What is Edusat?

উত্তৰঃ

৩৫। ইডুছেটৰ উদ্দেশ্যবোৰ উল্লেখ কৰা।

Mention the objectives of Edusat.

উত্তৰঃ

৩৬। ইডুছেটৰ শৈক্ষিক মূল্য বৰ্ণনা কৰা।

Describe the educative value of Edusat.

উত্তৰঃ

৩৭। ছপা সামগ্ৰী কি?

What is printed materials?

উত্তৰঃ

৩৮। বাতৰি কাকতৰ শিক্ষাগত মূল্য আলোচনা কৰা ।

Discuss about the educative value of news paper.

উত্তৰঃ

৩৯। আলোচনীৰ শিক্ষাগত মূল্য আলোচনা কৰা ।

Discuss about the educative value of magazine.

উত্তৰঃ

৪০। ছপা সামগ্ৰীৰ সুবিধা-অসুবিধা উল্লেখ কৰা।

Mention the merits and demerits of printed materials.

উত্তৰঃ

৪১। টোকা লিখা :

Write notes on 

(ক) ৰেডিঅ'(Radio)

উত্তৰঃ

(খ) দূৰদৰ্শন (Television)

উত্তৰঃ

(গ) ইডুছেট (EDUSAT)

উত্তৰঃ

(ঘ) গ্ৰন্থ (Book)

উত্তৰঃ

৪২। শিক্ষাদান সজুঁলিবোৰৰ গুৰুত্ব আলোচনা কৰা।

Discuss about the importance of teaching aids.

উত্তৰঃ

Type Himashree Bora.