শিক্ষাদান আৰু আহৰণ প্ৰক্ৰিয়া (Teaching and Learning Process) | Chapter 1 | Gauhati University BA 4th Semester শিক্ষাদান আৰু আহৰণ প্ৰক্ৰিয়া (Teaching and Learning Process) Question and Answer Solution Assamese Medium | GU TDC 4th Sem শিক্ষাদান আৰু আহৰণ প্ৰক্ৰিয়া (Teaching and Learning Process) Short Question and Answer Notes and Suggestion Assamese Medium | Gauhati University BA 4th Semester শিক্ষাদান আৰু আহৰণ প্ৰক্ৰিয়া (Teaching and Learning Process) Important Question and Answer Solution Assamese Medium | GU TDC 4th Semester শিক্ষাদান আৰু আহৰণ প্ৰক্ৰিয়া (Teaching and Learning Process) Question Paper Free Download PDF |

শিক্ষাদান আৰু আহৰণ প্ৰক্ৰিয়া

(Teaching and Learning Process)

প্ৰশ্নাৱলী

১। শিক্ষাদান কি? ইয়াৰ প্ৰয়োজনীয়তা খিনি লিখা? 

What is Teaching? Write the necessity of teaching process.  

২। শিক্ষাদানৰ অৰ্থ নিৰ্ণয় কৰা? শিক্ষাদানৰ ধাৰণাৰ বিষয়ে বর্ণনা কৰা? 

Define the meaning of teaching? Explain the concept of teaching.  

৩। শিক্ষাদানৰ সংজ্ঞা দিয়া? শিক্ষণৰ প্ৰকৃতি আৰু বৈশিষ্ট্যসমূহ লিখা?  

Give the definitions of teaching. Write about the nature and  characteristics of teaching?  

৪। শিক্ষণৰ নীতিসমূহৰ বিষয়ে চমু বৰ্ণনা দিয়া। 

Give a brief explanation about the principles of learning.  

৫। চমুটোকা লিখা  

(Write short notes)  

(ক) কলা আৰু বিজ্ঞান হিচাপে শিক্ষাদান 

(Teaching as an Art and Science)  

(খ) শিক্ষাদান প্রক্রিয়া (Teaching Process)  

(গ) শিক্ষাদানৰ উপায়সমূহ 

(Ways of Teaching) 

(ঘ) শিক্ষাদানৰ ক্ষেত্ৰত গুৰুত্ব দিব লগা বিষয়।

(Aspects to be Emphasised on Teaching) 

(ঙ) শিক্ষক আৰু শিক্ষাদান

(Teacher and Teaching) 

(চ) ফলপ্ৰসূ শিক্ষাদানৰ আদৰ্শ প্ৰমাণ

(Criterias of Effective Teaching) 

(ছ) শিক্ষাদানৰ বাবে শিক্ষকৰ গুণাৱালীসমূহ 

(Qualities of Teacher for Teaching)

(জ) শিক্ষাদানৰ বিশেষ লক্ষণসমূহ  

(Marks of good Teaching)  

৬। শিক্ষা আহৰণ প্ৰক্ৰিয়া কি ? ইয়াৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা ? 

What is learning process? Mention its Characteristics.  

৭। যিকোনো এটাৰ বিষয়ে লিখা?  

(Write any one of the following)  

(ক) শিক্ষাগ্রহণৰ পদ্ধতিসমূহ 

(Methods of Learning)  

(খ) শিক্ষাগ্রহণ প্ৰক্ৰিয়াৰ সূত্ৰসমূহ  

(Laws of the Process of Learning)  

(গ) ফলপ্ৰসূ শিক্ষাগ্ৰহণৰ প্ৰয়োজনীয় অৱস্থাসমূহ 

(Essential conditions of Effective Learning) 

(ঘ) শিক্ষাগ্ৰহণৰ পাৰিপাৰ্শ্বিক অৱস্থা  

(Environmental Conditions of Learning) 

(ঙ) শিকন-শিক্ষণ এক বিনিময় প্রক্রিয়া  

(Teaching learning is a transactional Process) 

৮। শিক্ষাদানৰ নীতিসমূহৰ বিষয়ে বর্ণনা দিয়া?  

Explain about the Principles of Teaching.  

৯। টোকা লিখা  

(Write notes)  

(ক) পাঠৰ সহঃসম্বন্ধ 

(Correlation of Studies)  

(খ) শিক্ষণ অভ্যাস 

(Teaching Practice)  

১০। উত্তম শিক্ষাদানৰ নীতিসমূহৰ আভাষ দিয়া? 

Give an overview on principles of good teaching.  

১১। শিক্ষাদানৰ মূলমন্ত্ৰসমূহৰৰ বিষয়ে বর্ণনা কৰা ?  

Explain about the Maxims of Teaching.  

১২। চমুকৈ লিখা  

(ক) শিক্ষণ সঁজুলিৰ ব্যৱহাৰ  

(Use of Teaching Aids)  

(খ) শিক্ষাগ্রহণ প্রক্ৰিয়াৰ তাৎপৰ্য্যতা 

(Significance of the learning process)  

১৩। শিক্ষাদানৰ উপাদানসমূহ কি কি? ব্যাখ্যা কৰা 

What are the components of teaching? Explain.  

১৪। শিক্ষাদান আৰু আহৰণ প্ৰক্ৰিয়াৰ তাৎপৰ্য্যতা নির্ণয় কৰা? 

Determine the significance of Teaching and Learning Process.  

১৫। শৈক্ষিক উদ্দেশ্যসমূহৰ বৰ্গীকৰণৰ বিষয়ে বহলাই লিখা ? 

Write elaborately on Taxonomy of Educational objectives. 

১৬। ‘মানুহৰ জ্ঞানক তিনিটা ক্ষেত্ৰত বিভাজিত কৰা হয়।’ ক্ষেত্ৰ তিনিটাৰ চমু বর্ণনা দিয়া।  

‘Human knowledge divided into three domain’ Give a brief note about the three domain.  

১৭। যিকোনো এটাৰ বিষয়ে লিখা 

Write any one of the following  

(ক) সংজ্ঞানাত্মক উদ্দেশ্যসমূহৰ বৰ্গীকৰণ 

(Taxonomy of Cognitive objectives)  

(খ) আচৰণগত পৰিভাষাত শিক্ষামূলক উদ্দেশ্যাৱলীৰ লিখন 

(Writing educational objectivees in behovioural term.)

Type Himanku Bora