শুই থকা কুন্তীয়ে সাৰ পাই উঠি বিদ্যাধৰীৰূপী হিড়িম্বাক দেখি কি কৰিছিল?

উত্তৰঃ বিদ্যাধৰীৰ দৰে সুন্দৰী হিড়িম্বাক দেখা কুন্তীয়ে তাইৰ পৰিচয় সুধিছিল।