সংসদীয় চৰকাৰঃ ৰাজতন্ত্ৰ, মন্ত্ৰীসভা আৰু সংসদ (Parliamentary Government: Monarchy, Cabinet & Parliament) | Unit 2 Lesson 2 | Gauhati University BA 5th Sem Political Science Unit 2 Lesson 2 Question and Answer Assam | Gauhati University BA 5th Semester সংসদীয় চৰকাৰঃ ৰাজতন্ত্ৰ, মন্ত্ৰীসভা আৰু সংসদ (Parliamentary Government: Monarchy, Cabinet & Parliament) Question and Answer Assamese Medium | GU TDC 5th Sem সংসদীয় চৰকাৰঃ ৰাজতন্ত্ৰ, মন্ত্ৰীসভা আৰু সংসদ (Parliamentary Government: Monarchy, Cabinet & Parliament) Short Question and Answer | Gauhati University TDC 5th Semester Political Science Parliamentary Government: Monarchy, Cabinet & Parliament) Important Question and Answer Solution Assamese Medium |

Unit 2

 Lesson 2

সংসদীয় চৰকাৰঃ ৰাজতন্ত্ৰ, মন্ত্ৰীসভা আৰু সংসদ

 (Parliamentary Government: Monarchy, Cabinet & Parliament)

(ক) ৰাজতন্ত্ৰ [MONARCHY]

প্ৰশ্নাৱলী

১। Discuss The powers and position of the crown in the British Constitution system.

(ইংলেণ্ডৰ সাংবিধানিক ব্য়ৱস্থাত ৰাজসত্তাৰ ক্ষমতা আৰু মৰ্যাদা আলোচনা কৰা)

উত্তৰঃ 

২। Distinguish between the king and the crown.

(ৰজা আৰু ৰাজসত্তাৰ মাজত প্ৰভেদ নিৰ্ণয় কৰা।)

উত্তৰঃ 

৩। Compare the position of US President with British Monarch.

(আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আৰু বৃটিছ ৰাজসত্তাৰ মাজত পদমৰ্যাদাৰ তুলনামুলক আলোচনা কৰা।)

উত্তৰঃ

৪। ” The crown is a convenient working hypothesis.” -Discuss.

(ৰাজসত্তা এটা এটা সুবিধাজনক কাৰ্যকৰী কল্পনা” – আলোচনা কৰা।)

উত্তৰঃ

৫। Write on the concept of the ‘Crown’ in UK.

উত্তৰঃ

৬। Do you consider the British Monarch as a “Magnificent enpower “? Give reason for your answer.  (বৃটিছ ৰাজসত্তাত থকা সমাৰোহিক ক্ষমতাহীন অনুষ্ঠান বুলি ভাবানে? যুক্তি দৰ্শাই উত্তৰ দিয়া।)

উত্তৰঃ

৭। ” The British king has three important right- the right to the consulted, the right to encourage and the right to warn. Discuss the position of the king with reference to these right. (ইংলেণ্ডৰ ৰজাৰ আলোচনা কৰাৰ অধিকাৰ, উৎসাহ দিয়াৰ অধিকাৰ আৰু সাৱধান কৰি দিয়াৰ অধিকাৰ আছে। এই অধিকাৰৰ প্ৰসংগত ৰজাৰ পদমৰ্যাদা আলোচনা কৰা)

উত্তৰঃ

৮। Account for the survival of kingship in England.

(ইংলেণ্ডত ৰাজতন্ত্ৰৰ স্থায়িত্বৰ কাৰণসমূহ বৰ্ণনা কৰা।)

উত্তৰঃ 

৯। Mention two causes for the survival of monarchy in England.

(ইংলেণ্ডত ৰাজতন্ত্ৰ বৰ্তি থকাৰ দুটা কাৰণ উল্লেখ কৰা।)

উত্তৰঃ

১০। Discuss the composition and Functions of the privy-Council.

(প্ৰিভি কাউন্সিলৰ গঠন আৰু কাৰ্যাৱলী আলোচনা কৰা।)

উত্তৰঃ

১১। Distinguish between the Queen and the crow. What are the utilities of the crown in the British Constitution.

(ৰাণী আৰু ৰাজসত্তাৰ মাজত পাৰ্থক্য় দেখুোৱা। বৃটিছ সংবিধানত ৰাজসত্তাৰ উপযোগিতা কি কি?

উত্তৰঃ 

১২। বৃটেইনৰ সীমিত ৰাজতন্ত্ৰৰ চমু টোকা লিখা।

Write short note on Limited Monarchy in Britain.

উত্তৰঃ     

১৩। Royal Prerogative (ৰাজকীয় পৰমাধিকাৰ)

উত্তৰঃ 

১৪। In which year the famous Glorious Revolution took place?

(কোন চনত বিখ্যাত ‘গৌৰৱময় বিপ্লৱ’ সংঘটিত হৈছিল?)

উত্তৰঃ

(খ) মন্ত্ৰীসভা [THE CABINET]

প্ৰশ্নাৱলী

১। Describe the development of Cabinet system in England. (ইংলেণ্ডৰ মন্ত্ৰীসভাৰ বিকাশৰ বৰ্ণনা কৰা।)

উত্তৰঃ

২। How is the Council of Ministers constituted in England? Discus its powers and Functions. (ইংলেণ্ডৰ মন্ত্ৰীপৰিষদ কেনেকৈ গঠন কৰা হয়? ইয়াৰ ক্ষমতা আৰু কাৰ্যাৱলী বৰ্ণনা কৰা।

উত্তৰঃ

৩। Explain the difference between the Cabinet and the council of Ministers.

(মন্ত্ৰীসভা আৰু মন্ত্ৰীপৰিষদৰ মাজত প্ৰভেদ বাখ্যা কৰা।)

উত্তৰঃ

৪। What are the factors responsible for dictatorship of British Cabinet? Discuss.

(বৃটিছ কেবিনেটৰ একনায়কত্ববাদ সৃষ্টিৰ কাৰকসমূহ কি কি?  আলোচনা কৰা।)

উত্তৰঃ

৫। Discuss the salient Features of the British cabinet.

(বৃটিছ মন্ত্ৰীসভাৰ প্ৰধান বৈশিষ্ট্য়সমূহ আলোচনা কৰা।)

উত্তৰঃ

৬। Do you think that here is Cabinet Dictatorship in England? Give reason for your answer. (ইংলেণ্ডৰ মন্ত্ৰীসভাৰ একনায়কত্ববাদ থকা বুলি ভাবানে? যুক্তি দৰ্শাই উত্তৰ দিয়া।)

উত্তৰঃ

৭। Discuss the nature of the political system in the UK and highlights te relationship between the queen and the prime Minister.

উত্তৰঃ

৮। How is the Council of Ministers formed in England?

(ইংলেণ্ডত মন্ত্ৰীপৰিষদ কেনেকৈ গঠন কৰা হয়?)

উত্তৰঃ

৯। ‘The Prime Minister of UK is the keystone of he cabinet.’ Explain the statement.

(“বৃটেইনৰ প্ৰধানমন্ত্ৰীগৰাকী বৃটেইনৰ কেবিনেট ব্য়ৱস্থাৰ মূল স্তম্ভ” এই উক্তিটো বাখ্যা কৰা)

উত্তৰঃ 

১০। Discuss the Powers and Functions o the British Prime Minister.

(ইংলেণ্ডৰ ্ৰধানমন্ত্ৰীৰ ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা।)

উত্তৰঃ

১১। Discuss the powers and Functions of the British Prime Ministers. Show how his powers have increased in regent times.

(ইংলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা। বৰ্তমান তেওঁৰ ক্ষমতা কেনেকৈ বৃদ্ধি পাইছে দেখুওৱা।)

উত্তৰঃ 

১২। Do you consider the British Prime Minister as the first among equals? Give reason for your answers. (ইংলেণ্ডৰ প্ৰধানমন্ত্ৰীক সমানৰ মাজত প্ৰথম বুলি ভাবানে? যুক্তি দৰ্শাই উত্তৰ দিয়া)

উত্তৰঃ

১৩। Explain the powers and position of British Prime Minister.

(বৃটিছ প্ৰধানমন্ত্ৰীক ক্ষমতা আৰু পদমৰ্যাদা বাখ্যা কৰা।)

উত্তৰঃ

১৪। “The Prime Minister is the keystone of the cabinet arch.”-Discuss.

(“ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী মন্ত্ৰীসভাৰ ঘাই খুটা”- আলোচনা কৰা।)

উত্তৰঃ

১৫। Examine the relations of the British Prime Minister with the (1) Crown, and the (2) Cabinet. (ইংলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ ৰাজসত্তা আৰু মন্ত্ৰীসভাৰ লগৰ সম্পৰ্ক বিচাৰ কৰা।)

উত্তৰঃ 

১৬। Who appoints the prime Minister of Great Britain? Discus his powers and position.

(গ্ৰেট বৃটেইনৰ প্ৰধানমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? তেওঁৰ  ক্ষমতা আৰু পদমৰ্য্যাদা আলোচনা কৰা।)

উত্তৰঃ

১৭। Discuss the powers and position of the British Prime Minister and explain the relation of the prime minister with the monarch.

উত্তৰঃ 

১৮। Discuss the relation of the Cabinet with the Queen and the Parliament in Expend.

উত্তৰঃ

১৯। Analyse the various factors for the growth of Cabinet Dictatorship in England? (ইংলেণ্ড মন্ত্ৰীসবাৰ একনায়কত্ববাদ গজি উঠাৰ কাৰণসমূহ বিশ্লেষণ কৰা।)

উত্তৰঃ

২০। What are the distinguishing features of Monarchy in the British Parliamentary System? Justify its existence.

(বৃটিছ সংসদীয় ব্য়ৱস্থাত ৰাজতন্ত্ৰৰ বৈশিষ্ট্য় কি? ইয়াৰ স্থায়ীত্বৰ যথাৰ্থতা নিৰ্ণয় কৰা)

উত্তৰঃ

২১। Distinguish between king and the crown.

(ৰজা আৰু ৰাজসত্তাৰ মাজৰ পাৰ্থক্য় বিচাৰ কৰা)

উত্তৰঃ

২২। What do you mean by collective responsibility of British Cabinet? Discuss (বৃটিছ কেবিনেটৰ সামূহিক দায়বদ্ধতা মানে কি বুজা? আলোচনা কৰা)

উত্তৰঃ 

২৩ | Write short notes on : ( চমু টোকা লিখা ) : 

( a ) Limited Monarchy in Britain . ( বৃটেইনৰ সীমিত ৰাজতন্ত্র )

উত্তৰঃ

(b) Shdow Cabinet in Britain ( বৃটেইনৰ মন্ত্ৰীসভা ) 

উত্তৰঃ

(c) Write on the choice of the British Prime Minister .

উত্তৰঃ

(d) Justify the British Monarchy as a symbol of unity .

উত্তৰঃ

২৪। Answer The following (তলত দিয়াবোৰৰ উত্তৰ দিয়া):

(i) Which country in called as the “Crowned Republic”?

(কোনখন দেশক ৰাজকীয় প্ৰজাতন্ত্ৰ বুলি কোৱা হয়?)

উত্তৰঃ

(ii) British Prime Minister as the head of the Government.

উত্তৰঃ

(iii) Write two salient features  of British Cabinet system.

ব্ৰিটিছ মন্ত্ৰীসভা ব্য়ৱস্থাৰ দুটা মৌলিক বৈশিষ্ট্য লিখাঙ্গ

উত্তৰঃ

(iv) Who is the present Prime Minister of England.

ইংলেণ্ডৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰীগৰাকী কোন?

উত্তৰঃ

(v) Mention two main conventions governing the office of British Prime Minister.

বৃটিছ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সৈতে জড়িত দুটা প্ৰধান প্ৰথা উল্লেখ কৰা

উত্তৰঃ 

 (vi) The post of British Prime Minister is based on Convention. (Write True or False)

বৃটিছ প্ৰধানমন্ত্ৰীৰ পদটো প্ৰথাৰ ওপৰত প্ৰতিষ্ঠিত। সত্য় নে অসত্য় লিখা।

উত্তৰঃ 

(গ) সংসদ (Parliament)

প্ৰশ্নাৱলীঃ

১। Discuss the Compositions. Powers and Functions of the British Parliament. Is it a Sovereign body? (বৃটিছ সংগঠনৰ গঠন, ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা। ই এটা সাৰ্বভৌম অনুষ্ঠান নে?)

উত্তৰঃ

২। Describe the role of the British house of Commons.

(বৃটেইনৰ কমন্স সদনৰ অধ্য়ক্ষৰ ভূমিকা বৰ্ণনা কৰা।)

উত্তৰঃ

৩। Discuss the Composition, Powers and Functions of the British House of Lords. (ইংলেণ্ডৰ লৰ্ড সদনৰ গঠন, ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা।)

উত্তৰঃ

৪। “The British House of Lords is not only a second Chamber, it is also a Secondary Chamber”.- Discuss.

(“ইংলেণ্ডৰ লৰ্ড সদন দ্বিতীয় সদনেই নহয়, ই গৌণ সদনো।”- আলোচনা কৰা।)

উত্তৰঃ

৫। Discuss the utility of the British House of Lords.

(ইংলেণ্ডৰ লৰ্ড সদনৰ উপযোগিতা আলোচনা কৰা।)

উত্তৰঃ

৬। Make a comparative study of the speaker of the house of Representatives of USA With that of the house of commons in UK. (আমেৰিকাৰ প্ৰতিনিধি সভাৰ অধ্যক্ষৰ লগত এংলেণ্ডৰ কমন্স সভাৰ  অধ্য়ক্ষৰ তুলনা কৰা।)

উত্তৰঃ

৭। Discuss the composition, powers and functions of the house of Commons in UK.

(ইংলেণ্ডৰ সাধাৰণ সভাৰ গঠন, ক্ষমতা আৰু কাৰ্যাৱলী ৰচনা কৰা?)

উত্তৰঃ

৮।Discuss the Compositions, powers and functions of the house of Commons. Is it powerful than the house of lords? (ইংলেণ্ডৰ কমন্স সদনৰ গঠন, ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা। এই সদনখন লৰ্ড সদনতকৈ ক্ষমতাশালী নে? )

উত্তৰঃ

৯। Explain the relations between the House of Lords and the House of Commons.

(লৰ্ড সদন আৰু কমন্স সদনৰ মাজত সম্পৰ্ক বাখ্য়া কৰা।)

উত্তৰঃ

১০। Describe the Committee System in the British Parliament.

ইংলেণ্ডৰ সংসদৰ কমিটি ব্য়ৱস্থাৰ বৰ্ণনা দিয়া।

উত্তৰঃ

১১। Describe the legislation procedure of the British Parliament.

(ইংলেণ্ডৰ সংসদৰ বিধায়িনী প্ৰক্ৰিয়াৰ বৰ্ণনা দিয়া।)

উত্তৰঃ

১২। What is Money Bill? How the Money Bill is passed in the British parliament.

(অৰ্থ বিধেয়ক কাক বোলে? বৃটিছ সংসদত কেনেকৈ অৰ্থ বিধেয়ক গ্ৰহণ কৰা হয়?)

উত্তৰঃ

১৩। “The British House of Lords is Medieval in the Structure”.-Discuss.

(“ইংলেণ্ডৰ লৰ্ড সদন গঠনত মধ্য়যুগীয়”- আলোচনা কৰা।)

উত্তৰঃ

১৪। “British Parliament is sovereign.” Discuss. (“ব্ৰিটিছ সংসদ সাৰ্বভৌম।” আলোচনা কৰা।)

উত্তৰঃ

১৫। Do you think that there is decline in the power of the British Parliament? Give reasons for your answer.

(বৃটিছ সংসদৰ ক্ষমতা কমি যোৱা বুলি তুমি ভাবানে? যুক্তি দৰ্শাই উত্তৰ দিয়া।)

উত্তৰঃ

১৬। Discuss the functions which the House of Lords preforms in the Government of England today. Is it a powerful Second Chamber? Give reasons.

ইংলেণ্ডৰ চৰকাৰৰ লৰ্ড সদনে বৰ্তমানে কি কৰি আছে? ই ক্ষমতাশীল গৌণ সদন নে? যুক্তি দাঙি ধৰা।

উত্তৰঃ

১৭। Discuss the composition, powers and functions of House of Commons of UK Parliament. (বৃটিছ সংসদৰ কমন্স সভাৰ গঠন, ক্ষমতা আৰু কাৰ্যাৱলী সম্পৰ্কে আলোচনা কৰা।)

উত্তৰঃ

১৮। Discuss the composition and functions of the House of Commons in UK.

উত্তৰঃ

১৯। “The British Parliament can do anything and everything except making a man into a woman and a woman into a man”.- De Lolme-Explain the powers and position of the British Parliament in the light of the above statement.

উত্তৰঃ

২০। Write short note on the speaker of the British House Of Commons.

উত্তৰঃ

২১। What do you mean by the sovereignty of the British Parliament? Examine the relation between the Parliament and the Cabinet in UK.

উত্তৰঃ

২২। Who Presides over the sessions of House of Lords?

(লৰ্ডচ সভাৰ বৈঠকত কোনে সভাপত্বিত কৰে?)

২৩। Explain the Sources of power of the Queen. (ৰাণীৰ ক্ষমতাৰ উৎসবোৰ বাখ্যা কৰা।)

উত্তৰঃ

২৪। Write shorts notes on: (চমু টোকা লিখা) :

(a) Role of opposition in British Parliament. (বৃটিছ সদনত বিৰোধীদলৰ ভূমিকা)

উত্তৰঃ

(b) Power of the House of Lords

উত্তৰঃ

(c)  Speaker of the House of Commons (কমন্স সভাৰ অধ্য়ক্ষ)

উত্তৰঃ

(d) Composition of the House of Lords (লৰ্ডচ সভাৰ গঠন)

উত্তৰঃ

(e) Collective Responsibility of British Cabinet. (বৃটেইনৰ মন্ত্ৰীসভাৰ সমূহীয়া দায়বদ্ধতা)

উত্তৰঃ

২৫। British Parliament is sovereign. (বৃটিছ সংসদ সাৰ্বভৌম।) (সত্য় নে অসত্য় লিখা)

উত্তৰঃ

২৬। The speaker Of British House of Commons acts impartially.

(বৃটিছ কমন্স সভাৰ অধ্যক্ষই নিৰপেক্ষভাৱে কাৰ্য সম্পাদন কৰে।) (সত্য় নে অসত্য় লিখা)

উত্তৰঃ

২৭।House of Lords is the highest court of appeals in UK.

(লডৰ্চ সভা বৃটেইনৰ সৰ্বোচ্চ আপীল আদালত।) (সত্য় নে অসত্য় লিখা)

২৮। Who Presides over the meetings of House Of Lords?

লৰ্ডচ সভাৰ বৈঠকসমূহত কোনে সবাপত্বিত কৰে?

উত্তৰঃ

(শুদ্ধ উত্তৰটো বাছি উলিওৱা)

(i) Speaker (অধ্য়ক্ষ)     (ii) Prime Minister (প্ৰধানমন্ত্ৰী)

(iii) Queen (ৰাণী)          (iv) Lord Chancellor (লৰ্ড চেঞ্চেলৰ)

উত্তৰঃ

Type: Sri Chinmay Kakati