সমকালীন ভাৰতীয় দৰ্শন | B.A Guahati University Philosophy 4th Semester (Major) | অধ্যায়-১ শ্ৰীঅৰবিন্দ ঘোষা (Sri Aurobimdo Ghosh) Books Question and Answer

শ্ৰীঅৰবিন্দ ঘোষা

অধ্যায়-১

 প্ৰশ্নাৱলী 

Answer the following question:

নিম্নলিখিত প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ

1. What is the significane of the day 15th August of 1872? (G.U. 2015, 2018)

আগষ্ট, ১৯৭২ চনৰ দিনটোৰ তাৎপর্য কি? 

2. Sri Aurobindo was born on________ (Fill in the blank) (G.U. 2013) 

______ চনত শ্ৰীঅৰবিন্দ জন্মগ্ৰহণ কৰিছিল। (খালী ঠাই পূৰণ কৰা) 

3. Sri Aurobindo died on  (Fill in the blank) ( G.U. 2013) 

শ্ৰীঅৰবিন্দচনত মৃত্যু বৰণ কৰিছিল। (খালী ঠাই পূৰণ কৰা) 

4. Who gave us the theory of evolution? (G.U. 2014) 

বিৱর্তন তত্ত্বটো কোনজন সমকালীন ভাৰতীয় দার্শনিকে আগবঢ়াইছে? 

5. _______ Was born in 1872. (Fill up the gap) 

______ য়ে ১৮৭২ চনত জন্মগ্ৰহণ কৰিছিল। (খালী ঠাই পূৰণ কৰা)।

6. Name the contemporary Indian philosopher who founded a ashrama pondicherry ‘ in India. 

ভাৰতবৰ্ষৰ পণ্ডিচেৰীত আশ্রম স্থাপন কৰা সমসাময়িক দার্শনিক জনৰ নাম লিখা। 

7. Who is the author of The Life Divine? (G.U. 2013 , 2018)

The Life Divine গ্ৰন্থখনৰ লেখক কোন?

8. Name the philosopher with whom the concept of ‘Super Mind’ is associated. 

‘Super Mind’ ৰ ধাৰণাটোৰ সৈতে জড়িত দাৰ্শনিকজনৰ নাম লিখা। (G.U. 2016)

9. “Creation, according to Aurobindo, is the expression of joy.” Is it true? 

“ অৰবিন্দৰ মতে সৃষ্টি হৈছে আনন্দৰ প্ৰকাশ।” এইটো সত্য নে? (G.U.2017) 

10. Which is the correct sequence of the following in the evolutionary process , according to Aurobindo? (G.U. 2017)

অৰবিন্দৰ মতে, বিৱৰ্তন প্ৰক্ৰিয়াৰ ক্ষেত্ৰত তলত দিয়া ক্ৰমবোৰৰ ভিতৰত কোনটো ক্ৰম 

(i) Overmind, Higher Mind, illumined mind, intuitive mind.

ঊর্ধ্বমন, উচ্চতৰ মন, প্রজ্জ্বলিত মন, অন্তজ্ঞানীয় মন। 

(ii) Higher mind, illumined mind, intuitive mind, overmind. 

উচ্চতৰ মন, প্রজ্জ্বলিত মন, অন্তজ্ঞানীয় মন, ঊর্ধ্বমন। 

(iii) Illumined mind, higher mind, intuitive mind, overmind.

প্রজ্জ্বলিত মন, উচ্চতৰ মন, অন্তজ্ঞানীয় মন, ঊর্ধ্বমন। 

(iv) Intuitive mind, higher mind, illumined mind, overmind.

অন্তজ্ঞানীয় মন, উচ্চতৰ মন, প্রজ্জ্বলিত মন, ঊর্ধ্বমন। 

(Choose the correct option) 

(শুদ্ধ বিকল্পটো বাছি উলিওৱা) 

11. Who was the author of ‘ New Lamps for Old ” ? ‘New Lamps for Old’ প্ৰৱন্ধটোৰ লেখক কোন? 

12. Who was Mira Richard? 

মিৰা ৰিচাৰ্ড কোন? 

13. Who was called ‘Mother’ in Aurobindo Ashrama? 

অৰবিন্দ আশ্ৰমত কাক ‘মাদাৰ’ বুলি কোৱা হৈছিল? 

14. Who was Sri Mata? 

শ্রীমাতা কোন? 

15. How many stages are there in Aurobindo’s theory of evolution?

অৰবিন্দৰ বিৱৰ্তনতত্ত্বত কেইটা স্তৰ আছে? 

16. Name the author of the book The Life Divine? (G.U. 2016) 

‘দ্য লাইফ ডিভাইন’ নামৰ কিতাপখনৰ লেখকজনৰ নাম লিখা। 

17. Who was the author of ‘ The Ideal of Humanity? ‘The Ideal of Humanity’ 

ৰ লেখক কোন? 

18. Who was the author of The Synthesis of Yoga ‘ ? ‘The Synthesis of Yoga ‘ গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন? 

19. Who was the author of ‘Essays on the Gita?  ‘Essays on the Gita’ ৰ গ্ৰন্থকাৰ কোন? 

20. Who was the author of ‘ Savitri? ‘Savitri’ ৰ লেখক কোন? 

21. In which book Sri Aurobindo discussed the ‘Theory of Evolution”? (2018)

শ্ৰীঅৰবিন্দই তেওঁৰ কোনখন গ্ৰন্থত ‘বিৱৰ্তনবাদ তত্ত্ব’ৰ বিষয়ে আলোচনা কৰিছে?

22. Sri Aurobindo’s philosophy is popularly known as _____ yoga (Fill in the blank) (2018) 

শ্ৰীঅৰবিন্দৰ দৰ্শনক _______ যোগ নামেৰেও জনা যায়। (খালী ঠাই পূৰণ কৰা)

Answer / Give introduction of the following: 

তলত দিয়াবোৰৰ উত্তৰ দিয়া বা টোকা লিখা: 

1. Sri Aurobindo. (G.U. 2013) 

শ্ৰীঅৰবিন্দ। 

2. Aurobindo Ashrama. 

অৰবিন্দ আশ্রম। 

3. According to Sri Aurobindo, “The evolutionary growth is a triple process What is the triple process? (G.U. 2015) 

অৰবিন্দৰ মতে, ‘ক্ৰমবিকাশৰ তিনিটা স্তৰ আছে। ‘এই তিনিটা স্তৰ কি কি? 

4. In a broad sense, Sri Aurobindo’s philosophy an be called idealistic. Give two reasons in brief. (G.U. 2015) 

বহল অৰ্থত শ্ৰীঅৰবিন্দৰ দৰ্শনক ভাববাদী বুলি কোৱা হয়। ইয়াৰ সপক্ষে দুটা যুক্তি দিয়া। 

5. Mention any two books of Sri Aurobindo. 

শ্ৰীঅৰবিন্দৰ যি কোনো দুখন গ্ৰন্থৰ নাম লিখা। 

6. Why Sri Aurobindo’s Yoga is called Integral Yoga? 

শ্ৰীঅৰবিন্দৰ যোগক কিয় সর্বাংগীন বা অখণ্ড যোগ বুলি কোৱা হয়?

7. What is Yoga, according to Aurobindo? 

অৰবিন্দৰ মতে যোগ কি? 

8. Why Sri Aurobindo’s Yoga is called Purna Yoga? 

শ্ৰীঅৰবিন্দৰ যোগক কিয় পূর্ণ যোগ বুলি কোৱা হয়? 

9. What are the triple status of supermind? 

অতিমানসৰ তিনিটা অৱস্থা কি কি? 

10. What are the triple transformation? 

ত্রিবিধ ৰূপান্তৰ কি কি? 

11. Name two Western theories of Evolution. (G.U. 2018) 

বিৱৰ্তনবাদৰ দুটা পাশ্চাত্য মতবাদৰ নাম লিখা। 

Answer/ Write short notes: 

উত্তৰ দিয়া বা চমু টোকা লিখা: 

1. Sri Aurobindo. 

শ্ৰীঅৰবিন্দ । বি yoga.  

2. Concept of ‘Super Mind’ ‘Super Mind’ ৰ ধাৰণা। (G.U. 2013, 2014, 2015, 2016)

3. Aurobindo’s view on human destiny. (G.U. 2015) 

অৰবিন্দৰ মানৱ অভীষ্টৰ ধাৰণা। 

4. Aurobindo’s Concept of Maya. 

অৰবিন্দৰ মায়াৰ ধাৰণা ৷ 

5. Integral Yoga of Sri Aurobindo. (G.U. 2016, 2017) 

শ্ৰী অৰবিন্দৰ সৰ্বাঙ্গীন যোগ। 

Broad Questions: 

1. Discuss the theory of evolution of Sri Aurobindo. (G.U. 2013)

শ্ৰীঅৰবিন্দৰ বিৱৰ্তনবাদ বা ক্রমবিকাশ তত্ত্বটো আলোচনা কৰা। 

2. Discuss Sri Aurobindo’s conception of nature and destiny of man. (G.U. 2013) 

শ্ৰীঅৰবিন্দৰ মানৱ প্ৰকৃতি আৰু অভীষ্টৰ ধাৰণাটো ব্যাখ্যা কৰা। 

3. Explain the salient features of Sri Aurobindo’s theory of Evolution. (G.U. 2014) 

শ্ৰীঅৰবিন্দৰ ক্ৰমবিকাশতত্ত্বৰ প্রধান বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা। 

4. Explain and examine Aurobindo’s view on Human destiny. (G.U. 2014) 

শ্ৰীঅৰবিন্দৰ মানৱ অভীষ্টৰ ধাৰণাটো ব্যাখ্যা কৰি পৰীক্ষা কৰা। 

5. How does Aurobindo combine the Western and Indian theories of evolution? Discuss. (G.U. 2015) 

অৰবিন্দই কেনেদৰে প্ৰাচ্য আৰু পাশ্চাত্য ক্ৰমবিকাশতত্ত্বৰ সমন্বয় কৰিছে? আলোচনা কৰা ৷ 

6. Explain Sri Aurobindo’s conception of evolution. (G.U. 2016) 

শ্ৰী অৰবিন্দৰ বিৱৰ্তনবাদ সম্পর্কে ব্যাখ্যা কৰা। 

7. Write briefly about the Devine Life as described by Sri Aurobindo. 

(G.U. 2016) শ্ৰীঅৰবিন্দই বৰ্ণনা কৰা মতে দিৱ্যজীৱন সম্পর্কে চমুকৈ লিখা। 

8. Explain after Aurobindo, the three – fold process of transformation. (G.U. 2017) 

অৰবিন্দৰ তিনি-তৰপীয়া ৰূপান্তৰৰ প্ৰণালীটো ব্যাখ্যা কৰা। 

9. Explain Aurobindo’s theory of evolution. Do you think that his theory of evolution is a synthesis of Eastern and Western theories of evolution? Discuss. (G.U. 2017) 

অৰবিন্দৰ বিৱৰ্তনবাদ তত্ত্বটো ব্যাখ্যা কৰা। এই বিৱৰ্তনবাদ তত্ত্বটো প্ৰাচ্য আৰু পাশ্চাত্যৰ বিৱৰ্তনবাদৰ ধাৰণাৰ এক সংমিশ্ৰণ বুলি তুমি ভবা নে? আলোচনা কৰা। 

10. ‘The Evolutionary growth is Triple process according to Sri Aurobindo . What is the triple process? (G.U. 2018) 

শ্ৰীঅৰবিন্দৰ মতে ‘বিৱৰ্তনৰ তিনিটা স্তৰ আছে। ‘এই তিনিটা স্তৰ বুলিলে কি বুজা? 

11. Discuss Aurobindo’s concept of Supermind. (G.U. 2018) শ্ৰীঅৰবিন্দৰ দৰ্শনত ‘Supermind’ ৰ ধাৰণাটো আলোচনা কৰা ৷ 

12. What do you mean by Integral Yoga? Explain the salient features of Integral Yoga. 

শ্ৰীঅৰবিন্দৰ সৰ্বাংগীন যোগ বুলিলে কি বুজা? সর্বাংগীন যোগৰ প্ৰধান বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা।

13. Discuss Aurobindo’s concept of Integral Yoga? Why is it Called Integral Yoga or Purna Yoga?

শ্ৰীঅৰবিন্দৰ সৰ্বাংগীন যোগৰ ধাৰণাটো ব্যাখ্যা কৰা। ইয়াক কিয় সৰ্বাংগীন বা পূৰ্ণ যোগ বুলি কোৱা হয়?

14. What are the triple transformation? Explain. 

ত্ৰিবিধি ৰূপান্তৰ কি কি? ব্যাখ্যা কৰা।

12. What is supermind? Explain triple status of supermind.

অতিমানস কি? অতিমানসৰ তিনিটা অৱস্থাৰ বিষয়ে ব্যাখ্যা কৰা।   

Type: Nayan Moni Deka