সমকালীন ভাৰতীয় দৰ্শন | B.A Guahati University Philosophy 4th Semester (Major) | অধ্যায়- ২ সৰ্বপল্লী ৰাধাকৃষ্ণণ (Sarvepalli Radhkrishnan) | Books Question and Answer|

সৰ্বপল্লী ৰাধাকৃষ্ণণ

অধ্যায়- ২

প্ৰশ্নাৱলী 

Answer the following question:

নিম্নলিখিত প্ৰশ্নসমূহৰ উত্তৰ দিয়া:

1. In _____ s. Radhakrishnan was born. (Fill up the gap) (G.U. 2015)

ৰাধাকৃষ্ণ _____ চনত জন্মগ্ৰহণ কৰিছিল। (খালী ঠাই পূৰণ কৰা)

2. Radhakrishnan died on _______ (Fill in the blank)

ৰাধাকৃষ্ণণ _______ চনত মৃত্যু বৰণ কৰিছিল। (খালী ঠাই পূৰণ কৰা) 

3. Who is the author of Eastern Religions and Western Thought?(G.U.2013, 2014, 2017) 

Eastern Religions and Western Thought গ্ৰন্থখনৰ লেখক কোন? 

4. Who is the author of An Idealist View of Life? (G.U. 2013) 

An Idealist View of Life গ্ৰন্থখনৰ লেখক কোন? 

5. Who is the author of Ethics of the Vedanta? (GU . 2014) 

Ethics of the Vedanta গ্ৰন্থখনৰ লেখক কোন? 

6. Ethics of the Vedanta was the first book of ______ . (Fill up the gap) Ethics of the Vedanta ৰ প্ৰথম গ্রন্থ। (G.U. 2015) 

7. State the meaning of intuition in one satetment according to Dr. Radhakrishnan. 

ড ০ ৰাধাকৃষ্ণণৰ মতে অন্তৰপ্ৰজ্ঞাৰ অৰ্থ এটা বাক্যত প্ৰকাশ কৰা। (G.U. 2016)

8. Is intuition according to Dr. Radhakrishnan contrary to intellect? (G.U. 2016) 

ড ০ ৰাধাকৃষ্ণণৰ মতে অন্তৰপ্ৰজ্ঞা আৰু বুদ্ধি পৰস্পৰ বিৰোধী নেকি?

9. Name the first book of Radhakrishnan. 

ৰাধাকৃষ্ণৰ প্ৰথম গ্ৰন্থখনৰ নাম কি? 

10. Name the book where Radhakrishnan discussed his concept of ‘ Intellect and Intuition’. (G.U. 2017) 

ৰাধাকৃষ্ণণে তেখেতৰ ‘বুদ্ধি আৰু অন্তপ্রজ্ঞা’ৰ ধাৰণাৰ বিষয়ে আলোচনা কৰা গ্ৰন্থখনৰ নাম কি? 

11. Who is the author of the book Eastern Religion and Western Thought.’? (G.U.2017) 

Eastern Religion and Western Thought.’ নামৰ গ্ৰন্থখনৰ লেখক কোন আছিল? 

(i) Jaimini 

জৈমিনি 

(ii) Aurobindo 

অৰবিন্দ 

(iii) Patanjali

পতঞ্জলি 

(iv) Radhakrishnan. 

ৰাধাকৃষ্ণন 

             (Choose the correct option) 

             (শুদ্ধ বিকল্পটো বাছি উলিওৱা) 

12. Who is the author of the book ‘ Philosophy of Rabindranath Tagore ‘? “Philosophy of Rabindranath Tagore’ গ্ৰন্থখনৰ লেখক কোন? 

13. Who is the author of the book “The Hindu View of Life “? “The Hindu View of Life ‘ গ্ৰন্থখনৰ লেখক কোন? 

14. What is human destiny according to Radhakrishnan? 

ৰাধাকৃষ্ণণৰ মতে মানাৱাত্মাৰ চৰম লক্ষ্য কি? 

15. Who is the author of the book ‘East and West in Religion’? East and West in Religion’ গ্ৰন্থখনৰ লেখক কোন? 

16. Who is the author of the book ‘ Religion and Society”? Religion and Society ‘ গ্ৰন্থখনৰ লেখক কোন? 

18. Who is the author of the book ‘ Recovery of Faith ‘? ‘ Recovery of Faith ‘ গ্ৰন্থখনৰ লেখক কোন? 

19. What is Sarvamukti? 

সর্বমুক্তি কাক বোলে? 

20. Name the philospher whose birth day is celebrated as “Teachers Day “? 

যিগৰাকী দার্শনিকৰ জন্মদিনটো ‘শিক্ষক দিৱস’ হিচাপে পালন কৰা হয়, সেই দার্শনিকজনন নাম লিখা। 

21. “Instead of celebrating my birthday, it would be my proud privilege E September 5th is observed as Teacher’s Day. “Who said this? / এই কথাষা কোনে কৈছে? 

Give introduction / Answer the following: 

পৰিচয় বা উত্তৰ দিয়া: 

1. Dr. Sarvepalli Radhakrishnan. 

ড ০ সৰ্বপল্লী ৰাধাকৃষ্ণণ। 

2. Write two distinction between intellect and intuition. (G.U. 2014)

বুদ্ধি আৰু স্বজ্ঞাৰ দুটা পার্থক্য লিখা। 

3. Write four introductory sentences on S. Radhakrishnan. (G.U. 2015) 

ৰাধাকৃষ্ণণৰ ওপৰত চাৰিটা পৰিচয়মূলক বাক্য লিখা। 

4. Mention two limitation of intellect according to Radhakrishnan. (G.U. 2017) 

ৰাধাকৃষ্ণনৰ মতে বুদ্ধিৰ দুটা সীমাবদ্ধতা উল্লেখ কৰা। 

5. Mention two limitation of sense perception according to Radhakrishnan. 

ৰাধাকৃষ্ণনৰ মতে ইন্দ্ৰিয় প্রত্যক্ষৰ দুটা সীমাবদ্ধতা উল্লেখ কৰা।

6. Mention two characteristics of intuition according to Radhakrishnan.

ৰাধাকৃষ্ণনৰ মতে স্বজ্ঞাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

7. What is Sarvamukit?

সৰ্বমুক্তি কাক বোলে?

Write short notes on / answer the following: 

তলত দিয়াবোৰৰ চমু টোকা লিখা বা উত্তৰ দিয়া: 

1. Dr. S Radhakrishnan (GU 2014). 

ড ০ ৰাধাকৃষ্ণণ। 

2. The need of intuition in philosophy according to Radhakrishnan. ৰাধাকৃষ্ণনৰ মতে দৰ্শনত অস্তৰ প্ৰজ্ঞাৰ প্ৰয়োজনীয়তা ( G.U. 2013, 2015, 2017) 

3. The ways of knowing according to Dr. Radhakrishnan. (G.U. 2016) 

ড ০ ৰাধাকৃষ্ণণৰ মতে জ্ঞান আহৰণৰ উপায়সমূহ। 

4. Limitation of intellect according to Dr. Radhakrishnan (G.U.2016)

ড ০ ৰাধাকৃষ্ণণৰ মতে বুদ্ধিৰ সীমাৱদ্ধতা। 1 

5. Limitation of sense – perception according to Dr. Radhakrishnan . (G.U. 2016) 

ড ০ ৰাধাকৃষ্ণণৰ মতে ইন্দ্ৰিয় প্রত্যক্ষৰ সীমাৱদ্ধতা। 

6. Nature or characteristics of intuition according to Dr. Radhakrishnan. 

ৰাধাকৃষ্ণণৰ মতে স্বজ্ঞাৰ স্বৰূপ বা বৈশিষ্ট্য 

Board Questions : ৰচনাধর্মী প্রশ্ন 

1. What is the difference between intellect and intuition? Discuss after Radhakrishnan. (G.U. 2013) 

বুদ্ধি আৰু স্বজ্ঞাৰ মাজৰ পাৰ্থক্যসমূহ কি কি? ৰাধাকৃষ্ণণক অনুসৰণ কৰি আলোচনা কৰা। 

2. What does Radhakrishnan mean by Intuition? Is intuition anti- intellectual? Discuss. (G.U. 2014) 

ৰাধাকৃষ্ণণে স্বজ্ঞাৰ দ্বাৰা কি বুজাইছে? স্বজ্ঞা বুদ্ধিৰ বিৰোধী নে? আলোচনা কৰা ৷ 

3. Write an essay on Radhakrishnan’s concept of intellect and intuion. (G.U. 2014) 

ৰাধাকৃষ্ণণৰ বুদ্ধি আৰু স্বজ্ঞাৰ ধাৰণাৰ ওপৰত এটি ৰচনা লিখা। 

4 . Explain the relation between intellect and intuition according to Dr. Radhakrishnan. (G.U. 2015, 2016) 

ড ০ ৰাধাকৃষ্ণণৰ মতে বুদ্ধি আৰু স্বজ্ঞা বা অন্তৰপ্ৰজ্ঞাৰ সম্পৰ্ক ব্যাখ্যা কৰা। 

5. Is there any difference between intellect and intuition according to Radhakrishnan? Discuss in detail. (G.U. 2017) 

ৰাধাকৃষ্ণনৰ মতে বুদ্ধি আৰু অন্তৰ প্ৰজ্ঞাৰ মাজত কিবা পার্থক্য আছে নে? বিশদভাৱে আলোচনা কৰা। 

6. Is intuition anti-intellectual? Discuss.

স্বজ্ঞাবুদ্ধিৰ বিৰোধী নে? আলোচনা কৰা।

7. Explain Radhakrishnan’s Concept of Sarvamukti. 

ৰাধাকৃষ্ণণৰ সৰ্বমুক্তি ধাৰণাটো ব্যাখ্যা কৰা। 

8. Discuss Radhakrishnan’s Concept of experience.

ৰাধাকৃষ্ণণৰ ধৰ্মীয় অভিজ্ঞগতা ধাৰণাটো                                                                 

9. Explain Radhakrishnan’s concept of Homan destiny. 

ৰাধাকৃষ্ণণৰ মানৱাত্মাৰ চৰম লক্ষ্যৰ ধাৰণাটো ব্যাখ্যা কৰা।

10. What is religious experience? Explain the characteritics of religious experience .

ৰাধাকৃষ্ণণৰ মতে ধৰ্মীয় অভিজ্ঞতা বুলিলে কি বুজা? ধৰ্মীয় অভিজ্ঞতাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

11. Explain the salient features of Radhakrishnan’s concept of religious experience. 

ৰাধাকৃষ্ণণৰ ধৰ্মীয় অভিজ্ঞতাৰ ধাৰণাৰ প্ৰধান বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা।

Type: Nayan Moni Deka