সিৰা কাক বোলে ?

যিবোৰ ৰক্তবাহী নলীয়ে শৰীৰৰ বিভিন্ন অংশৰ পৰা তেজ হৃদযন্ত্ৰলৈ কঢি.য়াই আনে সেইবোৰকে সিৰা বোলে ।