স্বদেশী আন্দোলনৰ সময়ছোৱাত বঙ্গদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল, চমুকৈ লিখা?

উত্তৰঃ স্বদেশী আন্দোলনে আত্মশক্তি বিকাশৰ উদ্যম বৃদ্ধি কৰাৰ ফলত ভাৰতীয় উদ্যোগৰ বিকাশৰ পথ প্রশস্ত হৈছিল । বিদেশী বস্তু বর্জনৰ মানসিকতা গঢ়ি উঠাত মানুহে স্থানীয়ভাৱে নির্মিত বস্তুৰ প্রতি হাবিয়াহ কৰিলে।