হিচাপৰ মুদ্ৰা বুলিলে কি বুজা?

উত্তৰঃ ভাৰতৰ হিচাপ-নিকাচ ‘টকা’ৰ মানত আৰু আমেৰিকাৰ ‘ডলাৰ’ৰ মানত প্ৰকাশ কৰা হয়। গতিকে ভাৰতৰ টকা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডলাৰ হৈছে হিচাপৰ মুদ্ৰা। দেশৰ সকলো মানুহৰ মাজত প্ৰচলিত মুদ্ৰাক প্ৰকৃত মুদ্ৰা বোলে। এই মুদ্ৰাৰ জৰিয়তে যাৱতীয় বিনিময় কাৰ্য সম্পাদন কৰা হয়।