১।প্ৰাচীন অসমত বিভিন্ন উসৱসমূহ কি কি ।

উওৰ =প্ৰাচীন অসমত উসৱ সমূহ হল – পেৰিপ্লাচ অৱ দি ইৰিথ্ৰিয়ান চি, টমেলম.চ জিয়গ্ৰাফী, পম্পোনিয়চ মেলা , এমিয়ানাছ মাৰ্চিলিনাচ,পৌচেনিয়াচ,দিওনিচাচ,এইলিয়ান,এলিয়া,জি টেছিয়াছ ।

২। আবৰ সদাগৰ চুলেমানৰ গ্ৰন্থ খন নাম কি আছিল ।

উওৰ = আবৰ সদাগৰ চুলেমানৰ গ্ৰন্থ খন নাম হল প্ৰাচীন গ্ৰন্হ ।

৩। প্ৰাচীন গ্ৰন্হ কিমানটা খৃঃত আছিল ।

উওৰ =প্ৰাচীন গ্ৰন্থ ৪৫১ খৃঃত আছিল ।

৪।পাৰ্চী সাহিত্য গ্ৰন্থ খন নাম কি আৰ খৃঃত কিমানটা আছিল।

উওৰ = পাচী সাহিত্য গ্ৰন্থ খন নাম হল হুদুদ-উল-আলম আৰ ৯৮২ টা আছিল।

৫। আলবেৰণীৰ আৰবী গ্ৰন্থ খন নাম কি আছিল।

উওৰ = আলবেৰণীৰ আৰবী গ্ৰন্থ খন নাম হল তাৰিখুল হিন্দু .।

৬।প্ৰত্নতাত্বিক সমলবোৰত কি কি আছিল।

উওৰ = প্ৰত্নতাত্বিক সমলবোৰ হল স্থপত্য,ভাস্কৰ্য ,শিলালিপি,মুদ্ৰা,গড়া, গুহা আদি।

৭। মঠ – মন্দিৰ ব্যৱহীত সামগ্ৰীবোৰ কি কি আছিল ।

উওৰ = মঠ – মন্দিৰ ব্যৱহীত সামগ্ৰী বোৰ হল শিল ,ইটা আৰ মাটি ।

৮। ধবংসাৱ কিহত অন্তভূক্ত কৰা হৈছিল ।

উওৰ = ধবংসাৱশেষ বোৰে স্থাপত্য আৰ দুৰ্গ, ভাস্কৰ্যৰ আৰ্হি মূৰ্ওি আৰ চিএকলা অন্তভূক্ত কৰিছে।

৯। গোৱালপাৰাৰ সূৰ্য পাহাৰত কি কি পোৱা যায়।

উওৰ = সূৰ্য বুদ্ধ আৰ শক্তি মন্দিৰ ,শুৱালকুছিত সিদ্ধেশ্বৰ মন্দিৰ গোৱালপাৰাৰ সূৰ্য পোৱা য়ায ।