অধঃক্ষেপন বিক্ৰিয়া বুলিলে কি বুজা ? উদাহৰণ দিয়া।

উত্তৰঃ দুটা আয়নীয় যৌগৰ পৰিষ্কাৰ দ্ৰৱ মিহলি কৰিলে পানীত এটা অদ্ৰৱণীয় যৌগ পােৱা যায়। ইয়াকে অধঃক্ষেপ বােলে। অধঃক্ষেপ উৎপন্ন বিক্রিয়াক অধঃক্ষেপন বিক্রিয়া বােলা হয়। উদাহৰণস্বৰূপে-ছডিয়াম ছালফেট আৰু বেৰিয়াম ক্লৰাইডৰ দ্ৰৱ মিহলি কৰিলে বিক্রিয়াত বেৰিয়াম ছালফেটৰ অধঃক্ষেপৰ সৃষ্টি হয়। BaCl2+Na2 SO4 → BaSO4 ↓+2NaC1 ।