ৰঘুনাথ চৌধাৰী কোন যুগৰ কবি ?

উত্তৰঃ ৰঘুনাথ চৌধাৰী (ইংৰাজী: Raghunath Choudhary) অসমীয়া সাহিত্যৰ ৰোমাণ্টিক যুগৰ এগৰাকী বিশিষ্ট কবি আছিল। মূলতঃ প্ৰকৃতিক কেন্দ্ৰ কৰিয়েই অসংখ্য কবিতা ৰচনা কৰা বাবে তেখেত বিহগী কবি নামেৰে জনাজাত হয়।