ৰাষ্ট্ৰদৰ্শন আৰু সমাজ দৰ্শন | B.A Guahati University Philosophy 4th Semester (Major) | অধ্যায়-১ | Lesson 1 | অধিকাৰ, কৰ্তব্য, ন্যায়, সমতা আৰু স্বাধীনতা | (Rights, Duties, Justice, Equality & Liberrty) Books Qustions Answer |

অধিকাৰ, কৰ্তব্য, ন্যায়, সমতা আৰু স্বাধীনতা

Chapter 1

প্ৰশ্নাৱলী 

Answer the following questions: 

নিম্নলিখিত প্রশ্নসমূহৰ উত্তৰ দিয়া: 

1. What is meant by right? 

অধিকাৰ মানে কি? 

2. State any two civil rights. 

যিকোনো দুটা পৌৰ বা নাগৰিক অধিকাৰ উল্লেখ কৰা। 

3. What is political right? 

ৰাজনৈতিক অধিকাৰ কাক বোলে? 

4. What is Economic right? 

অর্থনৈতিক অধিকাৰ কাক বোলে? 

5. State any two economic right? 

যিকোনো দুটা অর্থনৈতিক অধিকাৰ উল্লেখ কৰা। 

6. What is human right? 

মানৱ অধিকাৰ কাক বোলে? 

7. State any two human right? 

যিকোনো দুটা মানৱ অধিকাৰ উল্লেখ কৰা। 

8. In which date ‘Human Rights Day’ is observed? 

‘মানৱ অধিকাৰ দিৱস’ কেতিয়া পালন কৰা হয়? 

9. What is duty? 

কর্তব্য কাক বোলে? 

10. ‘ Right imply duties. ‘ Is it true? 

“অধিকাৰে কৰ্তব্যক সূচায়।’ এইটো সত্য নে? 

11. What is the etymological meanig of ‘ Justice’?

 ‘ন্যায়’ৰ ব্যুৎপত্তিগত বা আক্ষৰিক অর্থ কি? 

12 . How many virtues are recognised by Plato? 

প্লেটোৱে কেই প্ৰকাৰৰ সদগুণৰ কথা কৈছে? 

13. According to Plato Justice is a virtue. Is it true? 

প্লেটোৰ মতে ন্যায় হৈছে এটা সদগু । এইটো সত্য নে? 

14 . What is justice, according to Palto?

প্লেটোৰ মতে ন্যায়পৰায়ণতা কি? 

15. What are the two types of Justice, according to Aristotle?

এৰিষ্ট’টলৰ মতে ন্যায়পৰায়ণতাৰ ভাগ দুটা কি কি? 

16. Who is the author of ‘ Republic ‘ ? ‘ Republic ‘ গ্ৰন্থখনৰ লেখক কোন? 

17. What is the actual meanig of equality?

 সমতাৰ প্ৰকৃত অর্থ কি? 

18. What are the two aspects of equality according to Laski? 

লাস্কিৰ মতে সমতাৰ দিশ বা বিষয় দুটা কি কি? 

19. What is the literal meaning of ‘ liberty “? 

‘ স্বতন্ত্রতা’ৰ আক্ষৰিক অর্থ কি? 

20. ‘ Liberty is a product of right. Who said this? 

‘স্বাধীনতা অধিকাৰৰ পৰা উদ্ভৱ হয়। ‘এই কথাষাৰ কোনে কৈছে?

 Broad Questions : 

নিম্নলিখিত প্ৰশ্নসমূহৰ উত্তৰ দিয়া: 

1. What is meant by right? What are the characteristics of right?

 অধিকাৰ মানে কি? অধিকাৰৰ বৈশিষ্ট্যসমূহ কি কি? 

2. What is right? Explain the various kinds of rights. 

অধিকাৰ কাক বোলে? অধিকাৰৰ বিভিন্ন প্ৰকাৰসমূহ ব্যাখ্যা কৰা।

3. Write short note on human right. 

মানৱ অধিকাৰৰ ওপৰত এটি চমুটোকা লিখা। 

4. What is duty? Explain the different types duties. 

কর্তব্য কাক বোলে? বিভিন্ন প্ৰকাৰৰ কৰ্তব্যসমূহ আলচ কৰা। 

5. ‘Right imply duties. ‘ Explain. 

‘অধিকাৰে কৰ্তব্যক সূচায়। ‘ব্যাখ্যা কৰা। 

6. Explain the relationship between right and duties. 

অধিকাৰ আৰু কৰ্তব্যৰ সম্বন্ধ আলোচনা কৰা। 

7 .  What is justice? Explain the different kinds of justice. 

ন্যায় কাক বোলে? ন্যায়ৰ বিভিন্ন প্ৰকাৰসমূহ ব্যাখ্যা কৰা। 

8. Explain and examine Plato’s concept of Justice. 

প্লেটোৰ ন্যায়পৰায়ণতাৰ ধাৰণাটো ব্যাখ্যা আৰু পৰীক্ষা কৰা। 

9. What is equality? What are its different types? Explain.

সমতা কাক বোলে? সমতাৰ বিভিন্ন প্ৰকাৰসমূহ কি কি? ব্যাখ্যা কৰা৷ 

10. What is liberty ? What are its different types? Explain. 

স্বতন্ত্রতা কাক বোলে ? স্বতন্ত্রতা বিভিন্ন প্ৰকাৰসমূহ কি কি? ব্যাখ্যা কৰা। 

11 .Explain the relation between liberty and equality. 

স্বতন্ত্ৰতা আৰু সমতাৰ সম্বন্ধ ব্যাখ্যা কৰা।   

12. Exaplain the relation between liberty and right.

স্বতন্ত্ৰতা আৰু অধিকাৰৰ সম্বন্ধ ব্যাখ্যা কৰা। 

13. Explain the relation among justice, liberty and equality.

ন্যায়, স্বতন্ত্ৰতা আৰু সমতাৰ পাৰস্পৰিক সম্বন্ধ ব্যাখ্যা কৰা।

14. Write short notes on the following:

(a) Right / অধিকাৰ 

(b) Duty / কৰ্তব্য

(c) Liberty / স্বতন্ত্ৰতা 

(d) Equality / সমতাৰ 

(e) Justice / ন্যায়