Describe the Fundamental Rights of the citi- zens of India Can Fundamental rights be amendeb? (ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰসমূহ বৰ্ণনা কৰা। মৌলিক অধিকাৰ সংশোধন কৰিব পাৰিনো?)

উত্তৰঃ সংসদৰ দ্বাৰা মৌলিক অধিকাৰসমূহ সংসদৰ দ্বাৰা সংশোধন কৰিব পাৰি কিন্তু কেৱল তেতিয়াহে যদি সংশোধনীয়ে সংবিধানৰ মৌলিক গাঁথনি সলনি নকৰে। ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাৰ সময়ত মৌলিক অধিকাৰ স্থগিত কৰিব পাৰি। কিন্তু, অনুচ্ছেদ 20 আৰু 21-ৰ অধীনত নিশ্চিত অধিকাৰস্থগিত কৰিব নোৱাৰি।