Mention two limitations of Fundamental Rights. (মৌলিক অধিকাৰ দুটা সীমাবদ্ধতা উল্লেখ কৰা।)

উত্তৰঃ মৌলিক অধিকাৰৰ কেইটামান সীমাবদ্ধতা উল্লেখ কৰা। (১) দেশৰ জৰুৰীকালীন অৱস্থাত মৌলক অধিকাৰ সমূহ বাতিল হ’ব পাৰে। (২) স্বাধীনতাৰ ক্ষেত্ৰত চৰকাৰে যুক্তিসংগত বাধা আৰােপ কৰিব পাৰে।