Write two differences between Ordinary Rights and Fundamental Rights. (সাধাৰণ অধিকাৰ আৰু মৌলিক আধিকাৰ মাজৰ দুটা পাৰ্থক্য লিখা।)

উত্তৰ- মৌলিক অধিকাৰৰ কেইটামান সীমাবদ্ধতা উল্লেখ কৰা। (১) দেশৰ জৰুৰীকালীন অৱস্থাত মৌলক অধিকাৰ সমূহ বাতিল হ’ব পাৰে। (২) স্বাধীনতাৰ ক্ষেত্ৰত চৰকাৰে যুক্তিসংগত বাধা আৰােপ কৰিব পাৰে।