অতি বেছি ভোজনৰ বাবে পাকস্থলীৰ ভিতৰত পোৰণি উঠা যেন অনুভৱ হয় ? এই ক্ষেত্ৰত ব্য়ৱহাৰ কৰা ঔষধ বিধক কি বুলি কোৱা হয় ?

উত্তৰঃ পেটৰ ওপৰৰ অংশতো জ্বলা-পোৰা বা বিষ হ’ব পাৰে। ই বদহজম, যাক ডিচপেপচিবুলিও কোৱা হয়।