আকাৰিক বৈধতা প্ৰমাণ | Formal Proof of Validity | Chapter 4 | BA 2nd Sem Philosophy Major Question Answer Assamese Medium | GU BA 2nd Sem Philosophy Major Chapter 4 Solution Assamese Medium | GU BA 2nd Sem Philosophy Major Suggestion and Notes Assamese Medium | GU BA 2nd Sem Philosophy Major Book Solution | আকাৰি বৈধতা প্ৰমাণ পাঠটো প্ৰশ্ন আৰু উত্তৰ |

Chapter 4

আকাৰিক বৈধতা প্ৰমাণ

Formal Proof of Validity

প্ৰশ্নাৱলী 

(Question)

Short Questions : 

1 . 2 . Is formal proof of validity a proof procedure ? 

আকাৰিক বৈধতা প্রমাণ এক প্রমাণ পদ্ধতি হয় নে ? 

উত্তৰঃ

What is proof procedure ? 

প্রমাণ পদ্ধতি কাক বোলে ?

উত্তৰঃ

 3 . What do you mean by elementary valid argument form ? 

প্রাথমিক বৈধ যুক্তিৰ আকাৰ বুলিলে কি বুজা ?

উত্তৰঃ

 4 . What is elementary valid argument ? 

প্রাথমিক বৈধ যুক্তি কাক বোলে ? 

উত্তৰঃ

5 . How many sets of rules are applied in the formal proof of validity ? 

আকাৰিক বৈধতা প্রমাণত কেই শ্ৰেণীৰ নিয়ম প্রয়োগ কৰা হয় ? 

উত্তৰঃ

6. What is the meaning of Modus Ponens ( MP ) ? What is its symbolic form ? Modus Ponens ( MP ) ৰ অৰ্থ কি ? ইয়াৰ প্রতীকী আকাৰ কি ? 

উত্তৰঃ

7 . What is the meaning of M.T / D.S./ H.S. ? M.T / D.S./ H.S. ৰ অৰ্থ কি ?

উত্তৰঃ

 8 . What is the Letin name of the rule ‘ Modus Tollens ? 

‘ Modus Tollens ’ ৰ লেটিন নাম কি ? 

উত্তৰঃ

9 . Can formal proof of validity proof the invalidity of an argument ? 

আকাৰিক বৈধতা প্রমাণ পদ্ধতিয়ে যুক্তিৰ অবৈধতা প্রমাণ কৰিব পাৰে নে ? 

উত্তৰঃ

10. What is constructive dilemma ( CD ) ? Constructive dilemma ( CD ) কাক কয় ? 

উত্তৰঃ

12. State the definition of formal proof of validity as given by I. M. Copi . ২ আই . এম . কপি প্রদত্ত আকাৰিক বৈধতা প্ৰমাণৰ সংজ্ঞাটো উল্লেখ কৰা । 

উত্তৰঃ

13. What is the Latin name of the rule ‘ Modus Ponens ” ? ‘ Modus Ponens ‘ ৰ লেটিন নাম কি ? 

উত্তৰঃ

14 . State why the procedure of formal proof of validity is called a formal proof .

 আকাৰিক বৈধতা প্রমাণ পদ্ধতিক কিয় আকাৰিক প্ৰমাণ বুলি কোৱা হয় ?

উত্তৰঃ 

15 . State the names of the two sets of rules of formal proof of validity .

 আকাৰিক বৈধতা প্ৰমাণৰ দুই শ্রেণী বা জাতৰ নিয়ম দুটা উল্লেখ কৰা । 

16. How many ‘ rules of replacement ‘ are there ? 

প্রতিস্থাপনৰ কেইটা নিয়ম আছে ? 

উত্তৰঃ

17 . What is the meaning of MP ? M.P. ৰ অৰ্থ কি ?

উত্তৰঃ

 18 . ~( p v q ) = ~ p . ~ q What is the name of this rule ? / এই নিয়মটোৰ নাম কি ? 

উত্তৰঃ

19. ( p ⊃ q ) = ~ q ~ p What is the name of this rule ? / এই নিয়মটোৰ নাম কি ?

উত্তৰঃ

20. p ⊃ q

        ~ p

∴ ~ q

It it valid? / এইটো বৈধ নে ?

উত্তৰঃ

21. Which one of the following forms of material equivalence is correct?

তলৰ material equivalence ৰ কোনটো আকাৰ শুদ্ধ?

(i) (p ≡ q) ≡ [(p . q) v ( ~ p . ~ q)

(ii) (p ≡ q)  ≡ [(p . q) v ( ~ p . ~ q) 

12. Apply the rule of material implication to the following expression :

তলত দিয়া বিবৃতিটোত নিয়টো প্ৰয়োগ কৰাঃ

                                         〜p ⊃ q

13. State the rule of transposition. 

Transposition ৰ নিয়টো উল্লেখ কৰা । 

উত্তৰঃ 

14. Identify the following rule :

তলৰ নিয়মটোক চিনাক্ত কৰাঃ 

                p v q

                〜p

                 ∴ q

15. p ⊃ q ≡ 〜p v q 

It is false? / এইটো মিছা নে ? 

উত্তৰঃ 

16. 〜(p. q) ≡ (〜p v 〜q)

What is the name of this rule? / এই নিয়মটোৰ নাম কি?

উত্তৰঃ

17. p ⊃ q 

p

∴ q 

What is the name of this rule ? 

এই নিয়মটোৰ নাম কি?

উত্তৰঃ 

18. ~~ p ≡ p __ What is the name of this rule? / এই নিয়মটোৰ নাম কি ?

উত্তৰঃ 

19. p v q 

    ~ p

∴ q 

What is the name of this rule? / এই নিয়মটোৰ নাম কি ?

উত্তৰঃ 

20. What is indirect proof? 

পৰোক্ষ প্ৰমাণ কি?

উত্তৰঃ 

21. what is conditional proof? 

চৰ্তমূলক প্ৰমাণ কি ?

উত্তৰঃ 

22. State tow differences between rules of inference and rules of replacement. 

অনুমানৰ সূত্ৰে আৰু প্ৰতিস্থাপনৰ সূত্ৰৰ মাজত থকা দুটা পাৰ্থক্য উল্লেখ কৰা । 

উত্তৰঃ 

Broad Question : 

1. Define formal proof of validity and state its nature. 

আকাৰিক বৈধতা প্ৰমাণৰ সংজ্ঞা দিয়া আৰু ইয়াৰ স্বৰূপ উল্লেখ কৰা । 

উত্তৰঃ 

2. What is the formal proof of validity? Describe the strategies for constructing formal proof of validity.

আকাৰিক বৈধতা প্রমাণ কাক বোলে? আকাৰিক বৈধতা প্ৰমাণৰ কৌশলসমূহ আলোচনা কৰা ।

উত্তৰঃ  

3. Name any four rules of the method of deduction.

 নিগমনাত্মক পদ্ধতিৰ যিকোনো চাৰিটা নিয়মৰ উল্লেখ কৰা।

উত্তৰঃ  

 4. How many sets of rules are there in formal proof of validity? State the rules of inference in their logical form.

আকাৰিক বৈধতা প্রমাণত কেই শ্ৰেণীৰ নিয়ম আছে? তর্কীয় আকাৰৰ সৈতে অনুমানৰ নিয়মসমূহ উল্লেখ কৰা। 

উত্তৰঃ 

 5. What is do you mean by elementary valid argument? Explain.

প্রাথমিক বৈধ যুক্তি বুলিলে কি বুজা? ব্যাখ্যা কৰা। 

উত্তৰঃ  

 6. What is formal proof of validity? State ten rules of replacement.

 আকাৰিক বৈধতা প্রমাণ কি? প্রতিস্থাপনৰ দহটা নিয়ম উল্লেখ কৰা। 

উত্তৰঃ  

7. Explain the difference between rules of inference and rules of replacement. 

অনুমানৰ নিয়ম আৰু প্ৰতিস্থাপনৰ নিয়মৰ মাজৰ পাৰ্থক্যসমূহ ব্যাখ্যা কৰা। 

উত্তৰঃ 

8. Name any five rules of inference with appropriate symbolic expression.

 অনুমানৰ যিকোনো পাঁচটা নিয়ম প্রতীকী আকাৰৰ সৈতে উল্লেখ কৰা। 

উত্তৰঃ 

 9. What is conditional proof? Explain.

 চৰ্তমূলক প্রমাণ কি? ব্যাখ্যা কৰা।

উত্তৰঃ  

 10. Write a short note on idirect proof. 

পৰোক্ষ প্ৰমাণৰ ওপৰত এটি টোকা লিখা।

উত্তৰঃ  

 11. Explain the strategies for constructing formal proof of validity with suitable example.

 উপযুক্ত উদাহৰণেৰে সৈতে আকাৰিক বৈধতা প্ৰমাণৰ কৌশলসমূহ ব্যাখ্যা কৰা। 

উত্তৰঃ 

12. What do you mean by formal proof of validity? State the rules of inference and the rules of replacement. 

 বৈধতাৰ প্ৰণালীবদ্ধ প্ৰমাণ মানে কি? অনুমান সম্পৰ্কীয় নিয়ম আৰু পুনঃস্থাপন নীতিসমূহ  বর্ণনা কৰা ।

উত্তৰঃ 

13. What are the rules used in constructing formal proof of validity? 

বৈধতাৰ প্ৰণালীবদ্ধ প্ৰমাণৰ ক্ষেত্ৰত কি কি নিয়মৰ ব্যৱহাৰ কৰা হয়?

উত্তৰঃ  

 14. What are the rules of inference and rules of replacement for constructing  formal proof of validity?

 আকাৰিক বৈধতা প্ৰমাণ কৰিবৰ কাৰণে অনুমানৰ সূত্ৰ আৰু স্থলাভিসিক্তকৰণৰ সূত্ৰকেইটা  লিখা।

উত্তৰঃ 

Construct formal proof of validity : 

 আকাৰিক বৈধতা প্রমাণ গঠন কৰা ঃ  

1. 1. (M v L) ⊃ K

 2. (K v J) ⊃ I

 3. J v M

 4. ~ J/ ∴ I  

2. 1. (A v G) ⊃ S 

2.  A . T / ∴  S  

3. 1. (F ⊃ G) • (H ⊃ I) 

2. F v H 

3. (F ⊃ ~ I) • (H ⊃ ~ G) /∴ G = ~ I  

 4. A ⊃ (B ⊃ C)

 C ⊃ (D. E) 

 ∴ A ⊃ (B ⊃ D)

Type-Krishna Bora