ইংলেণ্ডৰ ৰাজনৈতিক পৰম্পৰা (The British Political Tradition) | Unit 2 Lesson 1 | Gauhati University BA 5th Semester ইংলেণ্ডৰ ৰাজনৈতিক পৰম্পৰা (The British Political Tradition) Question and Answer Solution Assamese Medium | GU TDC 5th Sem ইংলেণ্ডৰ ৰাজনৈতিক পৰম্পৰা (The British Political Tradition) Short Question and Answer Assamese Medium | GU TDC 5th Semester ইংলেণ্ডৰ ৰাজনৈতিক পৰম্পৰা (The British Political Tradition) Important Question and Answer |

Lesson 1ইংলেণ্ডৰ ৰাজনৈতিক পৰম্পৰা
(The British Political Tradition)
প্ৰশ্নাৱলী
১। “There is no such thing as constitution of England.” Who said this? 
ইংলেণ্ডৰ সংবিধান বুলি কোনো বস্তু নাই।” কথাষাৰ কোনে কৈছিল?  
(i) Diecey (ডাইচি)  
(ii) Thomas Paine (থমাচ পেইন)
(iii) Tocqueville (টক্ভিল) 
(iv) Munro (মুন্ৰো)  
২। The British Constitution is an unwritten Constitution. (Write True or False)  
ব্ৰিটিছ সংবিধানখন এখন অলিখিত সংবিধান। (সত্য নে অসত্য লিখা) 
৩। Explain the inportace of the British Constitution. (বৃটিছ সংবিধানৰ গুৰুত্ব ব্যাখ্যা কৰা।)  
৪। “There is no such thing as Constitution in England”-Comment on the above statement. 
(“ইংলেণ্ডত সংবিধান নাই”—এই উক্তিটোৰ বিষয়ে মন্তব্য দিয়া।)  
৫। “When a Constitution cannot be produced in visible form, there is none.” (Thomas Paine). Comment on this with reference to the British Constitution. (“দেখুৱাই দিব নোৱাৰা সংবিধানখন নাই বুলিব লাগে”—–(থমাচ পেইন) বৃটিছ সংবিধানৰ সন্দৰ্ভত এই উক্তিৰ ওপৰত মন্তব্য দিয়া)  
৬। What are the powers and functions of the House of Representatives of USA? What are its weaknesses? (আমেৰিকাৰ প্রতিনিধি সভাৰ ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা। ইয়াৰ দুৰ্বলতাসমূহ  কি কি?)  
৭। In which year ‘Manga Carta’ was signed? (‘মেগ্নাকার্টা’ বা মহাচনদ কোন চনত স্বাক্ষৰিত হৈছিল?) 
৮। In which year, Bill of Rights’ was accdpted in British Parliament? (কোন চনত বৃটেইনৰ সংসদে ‘Bill of Rights’ প্ৰস্তাৱটো গ্ৰহণ কৰিছিল ?)  
(i) 1867 (১৮৬৭) 
(ii) 1868 (১৮৬৮)  
(iii) 1869 (১৮৬৯) 
(iv) 1870 (১৮৭০)  
৯। Describe the sources of the British Constitution. (বৃটিছ সংবিধানৰ উৎসসমূহ কি? বর্ণনা কৰা) 
১০। “Constitution grow and are not made” – McIntosh. Comment on this state with reference to the British Constitution. (“সংবিধান গঢ়ি উঠে; ইয়াক ৰচনা কৰা নহয়”—–(মেক্ইনটছ) বৃটিছ সংবিধান সন্দৰ্ভত এই উক্তিৰ ওপৰত মন্তব্য দিয়া)  
১১। Mention Two sources of the British Constitution. (বৃটেইনৰ সংবিধানৰ দুটা উৎস উল্লেখ কৰা।)  
১২। Explain the salient features of the (U.K.) British Constitution. (বৃটিছ সংবিধানৰ প্ৰধান মৌলিক বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা।)  
১৩। Give a short account of the evolution of the British Constitution. (ইংলেণ্ডৰ সাংবিধানিক  বিকাশৰ চমু বর্ণনা লিখা।) 
১৪। Write an essay on British Tradition and Culture.  
(ইংলেণ্ডৰ ৰাজনৈতিক পৰম্পৰা আৰু সংস্কৃতি সম্পর্কে এখন ৰচনা লিখা।)  
১৫। Do you think that there is “Crowned Republic” in England? Give reason for your answer. 
(ইংলেণ্ডত ৰাজকীয় প্রজাতন্ত্ৰ থকা বুলি ভাবানে? যুক্তি দশাই উত্তৰ দিয়া।)  
১৬। Discuss the procedure for amendment of the British Constitution. 
(বৃটিছ সংবিধানৰ সংশোধন পদ্ধতিটো আলোচনা কৰা।)  
১৭। Discuss various exceptions to Role of Law in the British Constitution. 
বৃটিছ সংবিধানত আইনৰ অনুশাসনৰ বিভিন্ন ব্যতিক্রমসমূহ আলোচনা কৰা।  
১৮। What are Conventions? What are the sanctions behind Conventions of the Constitution  of UK? 
প্ৰথা বুলিলে কি বুজা? ইংলণ্ডৰ সংবিধানৰ প্ৰথাসমূহৰ আঁৰত থকা অনুমোদনসমূহ কি?  
১৯। What is meant by Constitutional Convention ? What are the sanction behind them? Discuss. 
(সাংবিধানিক প্রথাই কি বুজায়? ইয়াৰ প্ৰতিবন্ধসমূহ কি কি? আলোচনা করা।) 
২০। Why are conventions obeyed in England ? Distinguish between Law and Convention.  
ইংলেণ্ডত কিয় দেশাচাৰ মানি চলা হয়? আইন আৰু দেশাচাৰৰ মাজৰ প্ৰভেদ নির্ণয় কৰা। 
২১। Mention the various conventions of the British Constitution. Why are there conventions obeyed in England? 
বৃটিছ সংবিধানৰ বিভিন্ন দেশাচাৰসমূহ উল্লেখ কৰা। দেশাচাৰসমূহ ইংলেণ্ডত কিয় মানি চলা হয়?  
২২। Write a note on the role of conventions in UK Constitution. 
(বৃটিছ সংবিধানত প্ৰথাৰ ভূমিকাৰ ওপৰত এটা টোকা লিখা।)  
২৩। Write short note on Conventions of the British Constitution. 
বৃটিছ সংবিধানৰ দেশাচাৰসমূহৰ চমু টোকা লিখা।  
২৪। ইংলেণ্ডৰ সাংবিধানিক ব্যৱস্থাত দেশাচাৰৰ ভূমিকা আলোচনা কৰা আৰু দেশাচাৰ মানি চলাৰ কাৰণসমূহ উল্লেখ কৰা। Discuss the role played by the conventions in the working of the British constitutional system and the sanction behind the conventions.  
২৫। “The conventions form an integral part of the British Constitution.” Do you agree with the statement? Give your views.  
২৬। What is Rule of Law ? Discuss its status in the UK.  
২৭। Analyse the sanction behind the conventions of the British Constitution. 
২৮। Justify the British Constitution as a Unitary Constitution.  
২৯। “The English Constitution is nothing is what it seems to be or seems to be what is it.” Explain fully.  
৩০। Discuss the meaning and nature of Comparative Government. How do you distinguish between the concept of ‘Comparative Government’ and ‘Comparative Political System’?  
৩১। “The Government in the U.K. is in ultimate theory an absolute monarchy, in form a  constitutional limited monarchy and in actual character a democratic republic.’-Discuss.

Type Himanku Bora